Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Afghanistan Crisis : কাবুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক বৰ্খাস্ত কৰিলে তালিবানে, প্ৰতিবাদত পদত্যাগ ৭০ অধ্যাপকৰ

publisher by publisher
September 23, 2021
in News
Reading Time: 1 min read
0
Afghanistan Crisis : কাবুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক বৰ্খাস্ত কৰিলে তালিবানে, প্ৰতিবাদত পদত্যাগ ৭০ অধ্যাপকৰ
2
SHARES
18
VIEWS
ShareShareShareShare

ছাত্ৰ-ছাত্ৰীসকলৰ সহশিক্ষা বাতিলৰ পাছত এইবাৰ উপাচার্য বদলি । তালিবান চৰকাৰৰ সিদ্ধান্তৰ প্রতিবাদত পুনৰ সৰৱ কাবুল বিশ্ববিদ্যালয় । বিশিষ্ট শিক্ষাবিদ মহম্মদ ওছমান বাবুৰিক বিশ্ববিদ্যালয়ৰ উপচার্যৰ পদৰ পৰা বৰ্খাস্ত কৰি বুধবাৰে তালিবানৰ ঘনিষ্ঠ মহম্মদ আশ্ৰফ ঘইৰতক এই পদত উপস্থাপন কৰা হয় । ইয়াৰ পাছতেই পদত্যাগ কৰা আৰম্ভ কৰে বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে ।

ADVERTISEMENT

এক আফগান সংবাদমাধ্যমে জনায়, তালিবান চৰকাৰৰ সিদ্ধান্তক প্রতিবাদ জনায় বৃহস্পতিবাৰে দুপুৰীয়া পর্যন্ত কাবুল বিশ্ববিদ্যালয়ৰ প্রায় ৭০ জন অধ্যাপকে পদত্যাগ কৰে । সেই তালিকাত বিশ্ববিদ্যালয়ৰ একাধিক বিভাগীয় প্রধান আছে । তেওঁলোকৰ অভিযোগ, পিএইছডি ডিগ্রিধাৰী বাবুৰিৰ স্থানত কলা বিভাগৰ স্নাতক ঘইৰতক নিয়োগ কৰি ঐতিহ্যমণ্ডিত কাবুল বিশ্ববিদ্যালয়ৰ মর্যাদাহানি কৰিছে তালিবান চৰকাৰে ।

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

তালিবান চৰকাৰৰ তৰফৰ পৰা অৱশ্যে কোৱা হৈছে, ঘইৰতক ভাৰপ্রাপ্ত উপাচার্যৰ দায়িত্ব দিয়া হৈছে । স্থায়ীভাৱে নিয়োগ কৰা নাই ।

পূর্বৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ শাসনকালত আফগানিস্তান চৰকাৰৰ শিক্ষা বিভাগৰ মজলীয়া স্তৰৰ বিষয়া আছিল ঘইৰত । দেশখনৰ দক্ষিণ-পশ্চিমাঞ্চলত ইছলামি শিক্ষা প্রসাৰৰ দায়িত্বত থকাকালীন তালিবানৰ স’তে তেওঁৰ ‘যোগাযোগ’ স্থাপন হৈছিল বুলি প্রকাশিত এক খবৰত দাবী কৰা হৈছে ।

তালিবানৰ শাসনকালত আফগানিস্তানৰ উচ্চশিক্ষা মন্ত্রী হৈছে হক্কানি নেটৱর্কৰ নেতা আব্দুল বাকি হক্কানি । ইউৰোপীয় ইউনিয়নৰ ‘সন্ত্ৰাসবাদী তালিকা’ত নাম আছে তেওঁৰ । দেশৰ সকলো শিক্ষাপ্রতিষ্ঠানত পোছাকবিধি আৰম্ভ কৰিছে । মহিলাসকলে বোৰ্খা পৰিধান কৰা বাধ্যতামূলক কৰাৰ লগতে একেই শ্রেণীকোঠাত ছাত্র আৰু ছাত্রীসকলৰ পাঠদানো নিষিদ্ধ কৰা হৈছে ।

লগতে, বিশ্ববিদ্যালয়ৰ পাঠ্যসূচী পর্যালোচনা আৰু পৰিৱর্তন কৰা হ’ব বুলি জনাই তালিবান উচ্চশিক্ষামন্ত্রীয়ে ইংগিত দিছে, সকলো পাঠ্যক্রমতেই ধর্মপাঠ শিক্ষা বাধ্যতামূলক কৰা হ’ব পাৰে । পূৰ্বৰ তালিবান শাসনৰ দৰেই নিষিদ্ধ হ’ব পাৰে সংগীত আৰু শিল্পকলাৰ পাঠ্যক্রম ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AfghanistanHaqqani NetworkTaliban
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d