Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Afghanistan Crisis : আফগান শৰণার্থীসকলৰ বাবে পুনৰ দুৱাৰ মুকলি কৰিব ভাৰতে, আশাবাদী প্রাক্তন এমপি

publisher by publisher
September 26, 2021
in International, News
Reading Time: 1 min read
0
Afghanistan Crisis : আফগান শৰণার্থীসকলৰ বাবে পুনৰ দুৱাৰ মুকলি কৰিব ভাৰতে, আশাবাদী প্রাক্তন এমপি
3
SHARES
30
VIEWS
ShareShareShareShare

প্ৰথম পৰ্যায়ত আফগান শৰণার্থীসকলৰ বাবে ভাৰত চৰকাৰে দুৱাৰ মুকলি ৰাখিছিল ‌যদিও, সম্প্ৰতি বন্ধ ৰাখিছে । কিন্তু আফগানিস্তানৰ প্রাক্তন এমপি ফৌজিয়া কুফি আশাবাদী যে, ভাৰত চৰকাৰে আফগান শৰণার্থীসকলৰ সমস্যা বুজিব আৰু তেওঁলোকক আশ্রয় দিব । শনিবাৰে দোহাৰ ‘ছাউথ এছিয়ান উইমেন ইন মিডিয়া’ নামে এটা সংগঠনৰ ৱেব‌ইনাৰত যোগ দিছিল ফৌজিয়াই । আফগানিস্তানৰ পৰিস্থিতিৰ বিৱৰণ দিয়াৰ লগতে তেওঁ কয়, ‘‘তালিবানে এদিনতে শক্তিশালী হোৱা নাই ।’’ ইয়াৰ বাবে আশ্ৰফ ঘানি চৰকাৰ, আৰক্ষী আৰু সেনাৰ ব্যর্থতাকো তেওঁ দোষাৰোপ কৰে ।

ADVERTISEMENT

আশ্রফ ঘানি চৰকাৰৰ আমলৰ এই এমপি গৰাকীয়ে কয়, ‘‘ভাৰত আৰু অন্যান্য প্রতিবেশী দেশবোৰৰ স’তে আফগানিস্তানৰ কেৱল ৰাজনৈতিক সম্পর্ক‌ই নাই, এই সম্পর্কৰ ইতিহাস বহু গভীৰ । আশা কৰো, ভাৰতে আফগান শৰণার্থীসকলক চাব ।’’

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

উত্তৰ-পূৱ আফগানিস্তানৰ বাদাখশান প্রদেশৰ বাসিন্দা ফৌজিয়া । এই প্রদেশৰ পৰাই তেওঁ এমপি নির্বাচিত হয় । তেওঁ ডেপুটি স্পিকাৰো হৈছিল । বিগত কিছু মাহ ধৰি আফগান চৰকাৰৰ যিসকল প্রতিনিধি দলে তালিবানৰ স’তে শান্তি ৰক্ষাৰ আলোচনা কৰিছিল, ফৌজিয়া তাৰো সদস্য আছিল । ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ সময়তেই তেওঁ দেশ ত্যাগ কৰিছিল । সম্প্ৰতি তেওঁ কাতাৰৰ দোহা চহৰত আছে । আজি ফৌজিয়াই জনায়, কোনো পৰিস্থিতিতেই তেওঁ দেশ ত্যাগ কৰব নিবিচাৰে । কিন্তু, পৰিস্থিতিৰ বাবে তেওঁ বাধ্য । উল্লেখ্য, পূৰ্বেও তেওঁক বহুবাৰ হত্যা কৰাৰ চেষ্টা কৰা হৈছিল । তেওঁৰ পৰিয়ালবৰ্গ এতিয়াও আফগানিস্তানতেই আছে ।

ফৌজিয়াই বক্তব্যত আজি বাৰে বাৰে নাৰীৰ প্রতি তালিবানৰ বিৰূপ মনোভাবৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, তালিবানে মহিলাক ভয় কৰে । সেয়ে মহিলাসকলক সকলো সুবিধাৰ পৰা বঞ্চিত কৰিবলৈ উদ্যোগী হৈছে । বিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় সংসদ, ক’তো মহিলাৰ চিন-চাপ ৰাখিব বিচৰা নাই । কিন্তু, মহিলা আৰু ধর্মীয় সংখ্যালঘুসকলৰ অধিকাৰ কাঢ়িলে নহ’ব । প্রাক্তন এমপি-ৰ আশা, আন্তর্জাতিক ক্ষেত্রত এই বিষয়ত প্রতিবাদ আৰু তীব্র হ’ব । মহিলাসকলে যিদৰে অধিকাৰৰ দাবীত আফগানিস্তানৰ পথত নামিছে সেয়া যথেষ্ট সাহসী পদক্ষেপ বুলিও তেওঁ কয় ।

এই ৱেব‌ইনাৰত ‘চেন্টাৰ ফৰ দ্য প্র’টেকছন অৱ আফগান উইমেন জার্নেলিষ্টছ’-ৰ ডিৰেক্টৰ ফৰিদা নেকজাদো উপস্থিত আছিল । তালিবানে কাবুল দখল কৰাৰ পাছত তেঁৱো নিজৰ কন্যাৰ স’তে কানাডাত আশ্রয় লয় । অৱশ্যে তেওঁৰ স্বামী কাবুলতেই আছে । নেকজাদে আজি কয়, ‘‘সাংবাদিক হোৱাৰ বাবে বহু দেশ ঘূৰিছো । কিন্তু শৰণার্থী হৈ কোনো দেশত যাব লাগিব, এই কথা ভবা নাছিলো । যিয়ে নিজৰ দেশ ত্যাগ কৰি অন্য দেশলৈ যাবলগীয়া হয়, তেঁৱেই এই ব্যথা বুজিব ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AfghanistanFawzia KoofiTaliban
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d