Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

UN : ১২ বছৰৰ ঊর্ধ্বৰসকলে ভাৰতত প্ৰস্তুত বিশ্বৰ প্রথম ডিএনএ টিকা গ্ৰহণ কৰিব পাৰিব : ৰাষ্ট্ৰসংঘত মোদী

publisher by publisher
September 26, 2021
in India, International, News
Reading Time: 1 min read
0
UN : ১২ বছৰৰ ঊর্ধ্বৰসকলে ভাৰতত প্ৰস্তুত বিশ্বৰ প্রথম ডিএনএ টিকা গ্ৰহণ কৰিব পাৰিব : ৰাষ্ট্ৰসংঘত মোদী
1
SHARES
11
VIEWS
ShareShareShareShare

ক্ষমতা কম হ’ব পাৰে, কিন্তু কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত ভাৰতে বিশ্বৰ সেৱাত নিয়োজিত । ৰাষ্ট্ৰসংঘত এইদৰে কয় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । তেওঁ কয় যে, বিশ্বত প্রথম ডিএনএ টিকা ভাৰতেই প্ৰস্তুত কৰিছে । এই টিকা ১২ বছৰৰ ঊর্ধ্বৰ সকলোৱে ল’ব পাৰে । ভাৰতে এই টিকা ৰপ্তানি কৰিবলৈও প্রস্তুত বুলি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে ।

ADVERTISEMENT

শনিবাৰে ৰাষ্ট্ৰসংঘত চতুর্থবাৰ বক্তৃতা দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয়, ‘‘ভাৰতৰ ক্ষমতা সীমিত হ’ব পাৰে । কিন্তু ভাৰতে ‘সেৱাই পৰম ধর্ম’— এই নীতিত বিশ্বাসী । এই নীতিৰ আদর্শতে কৰ’না ভাইৰাছৰ টিকা প্ৰস্তুতৰ বাবে নিজৰ যাৱতীয় ক্ষমতা প্রয়োগ কৰিছে ভাৰতে ।’’ বিশ্বৰ প্রথম শাৰীৰ দেশবোৰক ভাৰতত টিকা প্ৰস্তুত কৰাৰ প্রস্তাৱো দিয়ে প্রধানমন্ত্রীয়ে ।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

যোৱা মাহত ভাৰতে প্ৰস্তুত কৰা বিশ্বৰ প্রথম ডিএনএ টিকাক করৰ’না ভাইছৰ টিকা হিচাপে অনুমোদন দিছে নিৰাময় সংস্থা ডিচিজিএ-য়ে । জাইডাছ কেডিলাই প্ৰস্তুত কৰা এই টিকাৰ বিশেষত্ব হ’ল, ই কৰ’না ভাইৰাছৰ জিনগত বস্তুক ব্যৱহাৰ কৰিয়ে তাৰ প্রতিৰোধ কৰে । ভাইৰাছৰ এই জিনগত উপাদানে এনে কিছুমান প্র’টিন তৈয়াৰ কৰে যিয়ে মানৱদেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায় । ৰাষ্ট্ৰসংঘত জাইডাছ কেডিলাই প্ৰস্তুত কৰা ডিএনএ টিকাৰ বিশদ ব্যাখ্যা দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘ডিএনএ টিকাৰ লগতে ভাৰত এম আৰএনএ টিকা তৈয়াৰৰ কাৰ্যতো চূড়ান্ত পর্যায়ত আছে । এই টিকা নাকেৰে ল’ব লাগে । এই টিকা প্ৰস্তুত কৰিবৰ বাবে অশেষ পৰিশ্রম কৰিছে আমাৰ দেশৰ বিজ্ঞানীসকলে ।’’

ৰাষ্ট্ৰসংঘৰ বক্তৃতাত শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশত পুনৰ টিকা ৰপ্তানিৰ কৰাৰ কথাও ঘোষণা কৰে । তেওঁ কয়, ‘‘মানৱসভ্যতাৰ প্রতি ভাৰতে তাৰ কর্তব্য পালন কৰি আহিছে । ইয়াৰ অংগ হিচাপে ভাৰতে এইবাৰ পুনৰ বিদেশত টিকা ৰপ্তানি আৰম্ভ কৰিব । যিসমূহ দেশক টিকাৰ প্রয়োজন তেওঁলোকক ভাৰতে টিকা দিব ।’’

শুকুৰবাৰে চতুর্দেশীয় ৰাষ্ট্র নেতাসকলক প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, অক্টোবৰ শেষ হোৱাৰ আগতেই ৮০ লাখ কৰ’না টিকা ৰপ্তানিৰ অনুমোদন দিব ভাৰতে । মার্চতেই এই বিষয়ত চাৰি দেশ অষ্ট্ৰেলিয়া, জাপান, ভাৰত আৰু আমেৰিকাৰ মাজত এটা চুক্তি হৈছিল । সেই চুক্তিৰ চর্ত অনুযায়ীয়েই এই টিকা বিদেশত পঠাব ভাৰতে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Narendra ModiUnited Nations
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d