Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AKRSU : কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন মানে কোচ ৰাজবংশীক কণা হাংহক পতান দিয়াৰ দৰে : কেশৱ ৰায়

বাগসা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

publisher by publisher
October 3, 2021
in Assam, India, News
Reading Time: 1 min read
0
AKRSU : কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন মানে কোচ ৰাজবংশীক কণা হাংহক পতান দিয়াৰ দৰে : কেশৱ ৰায়
4
SHARES
41
VIEWS
ShareShareShareShare

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ বাগসা জিলা সমিতিখন শক্তিশালী ৰূপত পুনৰ গঠন কৰা হয় ৷ স্মৰ্তব্য যে, যোৱা চাৰি ছেপ্তেম্বৰত বৰপেটা ৰোড প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি আক্ৰাছুৰ সভাপতি দ্বীপেন ৰায় আৰু কেশৱ ৰায়ে দীৰ্ঘদিনৰ পৰা নিষ্ক্ৰিয় ভূমিকা পালন কৰি থকাৰ কাৰণে বাগসা জিলা সমিতিখন ভংগ ঘোষণা কৰিছিল আৰু ইন্দ্ৰজীত ৰায়, অৰ্জুন দাস আৰু পবীন বৰ্মনক জিলা সমিতিখন গঠনৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছিল ৷

ADVERTISEMENT

সেই মৰ্মে দুই অক্টোবৰত বাগসা জিলা আক্ৰাছুৰ অন্তৰ্গত কালপানী আঞ্চলিক সমিতিৰ উদ্যোগত কালপানী আঞ্চলিক আক্ৰাছুৰ কাৰ্যালয় প্ৰাংগণত বাগসা জিলা আক্ৰাছুৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ বাগসা জিলা আক্ৰাছুৰ উপদেষ্টা নিৰঞ্জন বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাখনত মুছলপুৰ আৰু শালবাৰী মহকুমাৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহৰ পৰা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

RelatedPosts

Bajpai Bhawan:মহানগৰীৰ বাজপেয়ী ভৱনৰ সন্মুখত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ

বঙাইগাঁও-চিৰাঙত আক্ৰাছুৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

প্ৰতিনিধি সভাত আক্ৰাছুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেশৱ ৰায়ৰ তত্ত্বাৱধানত নবীন বৰ্মনক সভাপতি, অৰ্জুন দাস আৰু দীনবন্ধু বৰ্মনক উপ-সভাপতি, গোকুল ৰায়ক সাধাৰণ সম্পাদক, ধনঞ্জয় বৰ্মনক সহঃ সম্পাদক, ৰাজু বৰ্মন আৰু নলকান্ত বৰ্মনক প্ৰচাৰ সম্পাদক, অনন্ত বৰ্মনক শিক্ষা আৰু সমাজ সেৱা সম্পাদক আৰু ইন্দ্ৰজীত ৰায়ক মুখ্য সাংগঠনিক সম্পাদক হিচাপে লৈ আক্ৰাছুৰ ৩১ জনীয়া বাগসা জিলা সমিতিখন গঠন কৰা হয় ৷

প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি আক্ৰাছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেশৱ ৰায়ে কয় যে, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি অসম চৰকাৰে কোচ ৰাজবংশীসকলক কণা হাঁহক পতান দিয়াৰ লেখীয়াহে কৰিলে, জাতিটোক আঁভূৱাহে ভাৰিলে চৰকাৰখনে । তেওঁ বিজেপি নেতৃত্ত্বাধীন মিত্ৰজোঁট চৰকাৰৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰাৰ ইচ্ছা থাকিলে জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰি দেখুৱাওক বুলি আহ্বান জনায় । কাৰণ, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ দৰে নামমাত্ৰ স্বায়ত্ত শাসনে কোচ ৰাজবংশী জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন সাধিব নোৱাৰে । কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি যদি অসম চৰকাৰৰ তিলমানো দায়বদ্ধতা আছে তেতিয়াহ’লে আঁভূৱা নাভাৰি প্ৰথমে জনজাতিকৰণ কৰি তাক প্ৰতিপন্ন কৰক বুলি দাবী উত্থাপন কৰে ৷

প্ৰতিনিধি সভাত উপস্থিত থাকে আক্ৰাছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধৰ্মেন্দ্ৰ বৰ্মন, হাউলী আঞ্চলিক সমিতিৰ উপদেষ্টা সুবোধ বৰ্মন, বৰপেটা জিলা আক্ৰাছুৰ সভাপতি অজয় বৰ্মনৰ লগতে কে’বাগৰাকী প্ৰাক্তন নেতা-কৰ্মী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: All Koch Rajbongshi Students Union
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d