Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দৈনিক এশ-ডেৰশ বিজ্ঞাপন বিক্ৰী কৰা বিক্রেতাই এতিয়া কেৱল বিক্ৰী কৰে এনভেলপ, শাক, কণী

কাছাৰীৰ মেঘদূত ভৱনৰ সন্মুখৰ ৭০খন বিজ্ঞাপন দোকান হ্রাস পালে ছখনলৈ, অনলাইন আবেদনে ভাত মাৰিছে বহুতৰে

publisher by publisher
October 19, 2021
in Assam, India, News
Reading Time: 1 min read
0
দৈনিক এশ-ডেৰশ বিজ্ঞাপন বিক্ৰী কৰা বিক্রেতাই এতিয়া কেৱল বিক্ৰী কৰে এনভেলপ, শাক, কণী
3
SHARES
31
VIEWS
ShareShareShareShare

‘চৰকাৰী চাকৰিতাে ভাগ্যত নায়েই এতিয়া চৰকাৰী বিজ্ঞাপনাে বিক্ৰী কৰিব নােপােৱা হ’লাে। চাকৰিৰ অনলাইন আবেদন প্রক্রিয়াই আমাৰ ভাত মাৰিলে।

ADVERTISEMENT

এতিয়া আমি ষ্টেণ্ডার্ড ফর্ম, চাকৰিৰ বিজ্ঞাপন বিক্ৰীৰ পৰিৱর্তে বিক্ৰী কৰাে এনভেলপ, শাক, কণী।’ ১৭ বছৰে গুৱাহাটীৰ কাছাৰীস্থিত মেঘদূত ভৱনৰ সমীপত চৰকাৰী চাকৰিৰ বিজ্ঞাপন বিক্ৰীৰে জীৱন জীৱিকাৰ পথ মুকলি কৰা নলবাৰী বেলশৰৰ বলেন বর্মনৰ বক্তব্য এয়া।

RelatedPosts

Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী 

বিগত প্রায় পাঁচ বছৰমান ধৰি চৰকাৰী চাকৰিসমূহ অনলাইন প্রক্রিয়াৰে আবেদন কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে। তাৰ মাজতে অৱশ্যে কেতবােৰ চাকৰি অনলাইন আৰু অফলাইন দুয়ােটা পদ্ধতিৰে আবেদন জনাব পাৰি; কিন্তু সেয়া অতি সীমিত।

অনলাইন ব্যৱস্থাটো আৰম্ভ হােৱাৰ পাছৰে পৰা আবেদনকাৰীয়ে অফলাইনতকৈ অনলাইন প্রক্রিয়াটোক অধিক গুৰুত্ব প্রদান কৰি আহিছে। অনলাইন ফর্ম কিনি তাক পূৰণ কৰি সেইখন ডাকঘৰত জমা দিবলৈ যােৱাতকৈ অধিকাংশই বর্তমান সময়ত অনলাইন পদ্ধতিটোক আঁকোৱালি লৈছে।

যাৰ বাবে বিপদত পৰিছে চৰকাৰী বিজ্ঞাপন বিক্রেতাসকল। তেওঁলােকৰ জীৱিকাৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে। অনলাইন ব্যৱস্থা হােৱাৰ পাছৰে পৰা কাছাৰৰ পদপথৰ বিজ্ঞাপন বিক্রেতাৰ সংখ্যা ৯০ শতাংশলৈ হ্রাস পালে।

যাৰ বাবে এতিয়া তেওঁলােকৰ পানীত হাঁহ নচৰা অৱস্থা। তেওঁলােকৰ দুদর্শাৰ বিষয়ে উল্লেখ কৰি বৰ্মনে ‘দৈনিক অগ্রদূত’ক পুনৰ কয়, আমি প্রায় ৭০ জনে বিজ্ঞাপন বিক্ৰীৰে জীৱন জীৱিকা চলাই আছিলাে; কিন্তু এতিয়া মাত্র ছজনহে আছে।

বিজ্ঞাপন বিক্ৰী কৰাৰ লগতে নিজেও কোনাে কোনাে চাকৰিৰ বাবে আবেদন পত্র পূৰণ কৰে। লিখিত প্ৰীক্ষাও দিওঁ; কিন্তু চাকৰি নাপাওঁ। অৱশ্যে আমাৰ লগৰে চাৰিজনে তেনেকৈ চাকৰি পাইছে। মই ২০০৪ৰ পৰা ইয়াত বিজ্ঞাপন বিক্ৰী কৰি আহিছাে।

মােৰ দৰে বহুতে ২০-২২ বছৰে ইয়াত বিজ্ঞাপন বিক্ৰী কৰি পৰিয়াল পােহপাল দি আহিছিল। যিহেতু চৰকাৰী চাকৰি আমাৰ বাবে পৰ্বৰ্তত কাছৰ কণী বিচৰাৰ দৰে কথা। আমিও বেছি আশা নকৰি এইদৰে বিজ্ঞাপন বিক্ৰীৰে চলি আছিলাে।

এই কামটোত উপার্জন যথেষ্ট সন্তোষজনক আছিল বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, “আমাৰ ভাল বিক্রী হৈছিল। অফলাইন আবেদনকাৰীক ১০ টকাত বিজ্ঞাপনৰ লগতে ষ্টেণ্ডার্ড ফর্ম, দুটাকৈ খাকী ৰঙৰ এনভেলপৰ উপৰি প্রয়ােজন অনুসৰি ডাক টিকট যােগান ধৰিছিলাে।

নিতৌ আমি এহেজাৰ-১৫০০ টকালৈ বিজ্ঞাপন বিক্ৰী কৰিছিলাে। সকলাে খৰচ কৰি নিতৌ ছশ-আঠশ টকা হাতত ৰৈছিল। পুৱা নমান বজাৰ পৰা নিশা আঠন বজালৈ কাছাৰীৰ এই অস্থায়ী দোকানমূহত চাকৰিৰ আবেদনকাৰীৰ ভিৰ আছিল।

অষ্টম শ্রেণী পাছ কৰাৰ পৰা স্নাতকোত্তৰ উত্তীর্ণ, পি এইছ ডি কৰা ছাত্রলৈকে সকলাে আহিছিল চাকৰিৰ বিজ্ঞাপন বিচাৰি৷ ৰাজ্য তথা কেন্দ্ৰ চৰকাৰৰ বিভিন্ন বিভাগৰ খালী পদত আবেদন কৰাৰ বাবে হেজাৰ হেজাৰ আবেদনকাৰীয়ে গিজগিজাই আছিল কাছাৰীৰ এই নির্দিষ্ট ঠাইখিনি; কিন্তু আজি এই স্থানত নাই পূর্বৰ সেই ব্যস্ততা।

পুৱাৰে পৰা ৫০জনতকৈ অধিক বিজ্ঞাপন বিক্রেতা ব্যস্ত হৈ থকা ঠাইখিনিত আজি নীৰৱতাই বাহ লৈছে। বহু বিজ্ঞাপন বিক্রেতা কর্মহীন হােৱাৰ লগতে বহুতে জীৱিকাৰ পথ সলনি কৰিলে বুলি উল্লেখ কৰি বৰ্মনে জাকালি।

উক্ত স্থানতে ঘৰৰ শাক, কণী আদি বিক্ৰী কৰে বুলিও জানিবলৈ দিয়ে। তেওঁ জনােৱা অনুসৰি পূৰ্বতে বিজ্ঞাপন বিক্ৰী কৰা বহুতে এতিয়া চাহ দোকান দিয়াৰ লগতে কোনােৱে গাড়ী চলাই, চৰবত বিক্ৰী কৰি পৰিয়াল পুহি আছে।

বর্তমান বাৰ কমল কুমাৰ, হাজোৰ সমীন কলিতা আৰু দীপক ডেকা, নলবাৰীৰ বিকাশ বর্মন আৰু টিহুৰ ঠাকুৰীয়াই এই স্থানত বিজ্ঞাপন বিক্ৰী কৰি আছে বুলি কয়। বর্তমান অসম চৰকাৰে নিয়ােগ সৃষ্টি কৰিব নােৱৰাৰ বাবেই বিজ্ঞাপনাে নােহােৱা হ’ল বুলি উল্লেখ কৰি সম্প্রতি তেওঁলােকে বিজ্ঞাপনৰ পৰিৱর্তে এনভেলপ, কলম, মাস্ক বিক্ৰী কৰি আছে বুলি হুমুনিয়াহ কাঢ়ে।

শেহতীয়াকৈ ফৰেনচিক ছায়েন্সৰ এল ডি পদৰ বিজ্ঞাপন প্রকাশ হৈছিল যদিও পদৰ সংখ্যা একেবাৰে কম হােৱা বাবে বিজ্ঞাপনটো বিক্ৰী কৰিবলৈ ইচ্ছা নকৰা বুলিও কয় বিক্রেতাসকলে। উল্লেখ্য যে বর্তমান নিতৌ কেৱল ২৫০-৩০০ টকাৰ এনভেলপ বিক্ৰী কৰি আহিছে বিক্রেতাসকলে।

সেয়ে বলেন বর্মনৰ লগতে বাকীকেইজন বিজ্ঞাপন বিক্রেতাই অসম চৰকাৰক পৰবৰ্তী সময়ত বিজ্ঞাপনবােৰ অফলাইন আৰু অনলাইন দুয়ােটা প্রক্রিয়াৰ জৰিয়তে আবেদন কৰাৰ ব্যৱস্থা ৰাখিবলৈ আহ্বান জনায়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Guwahati
publisher

publisher

Related Posts

মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
India

May 12, 2025
‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d