Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 ভৱানীপুৰত ২৫৪৫৩ ভোটৰ ব্যবধানত মিত্ৰজোঁটৰ ফনীধৰ তালুকদাৰৰ বিশাল বিজয়

"এয়া ভৱানীপুৰ বিধানসভা সমষ্টিৰ স্বাভিমানী খিলঞ্জীয়াৰ জয় " :ফনীধৰ তালুকদাৰ

publisher by publisher
November 2, 2021
in Assam, India, News
Reading Time: 1 min read
0
 ভৱানীপুৰত ২৫৪৫৩ ভোটৰ ব্যবধানত মিত্ৰজোঁটৰ ফনীধৰ তালুকদাৰৰ বিশাল বিজয়
3
SHARES
25
VIEWS
ShareShareShareShare

২৫৪৫৩টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰি গৌৰৱময় বিজয়ী সাব্যস্ত কৰিলে ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে।

ADVERTISEMENT

আজি ভট্তদেৱ বিশ্ববিদ্যালয়ত ভোট গণনাৰ অন্তত হোৱা ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল অনুযায়ী বিজেপিৰ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে সৰ্বমুঠ ভোট লাভ কৰে ৬৩৮২০ টা, কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে লাভ কৰে ৩৮৩৬৭ টা,এআইইউডিএফৰ প্ৰাৰ্থী জুব্বাৰ আলীয়ে লাভ কৰে ৬৩৮৮ টকা,ভিপিআই দলৰ প্ৰাৰ্থী শিৱেন দাসে লাভ কৰে ৮৪২ টা,চাৰি গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে – খাম্পা খু্ংগুৰ গয়াৰীয়ে ৮২৩ টা,চৌকত আলী আহমেদে ৭০৭টা,মেৰাজুল হকে ) ৫৬০টা,আৰিফুল ইছলামে ৫৬৫টা ভোট লাভ কৰে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

উল্লেখ্য যে বিগত তিনিটাকৈ নিৰ্বাচনত এআইইউডিএফ দলৰ প্ৰাৰ্থীয়ে জয়ী হোৱা ভৱানীপুৰ বিধানসভা সমষ্টিত এইবাৰৰ উপ নিৰ্বাচনত এক বিশাল ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰা বিজেপিৰ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে তেওঁৰ বিজয়ৰ পিছতে উৎফুল্লিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে ,” বিগত তিনিটাকৈ নিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টিত সংখ্যালঘূৰ ভোটেৰে বিজয়ী হৈছিল এআইইউডিএফ দল।

কিন্তু এইবাৰ সংখ্যাগুৰুৰ ভোটেৰে এক গৌৰৱময় জয় হ’ল বিজেপি তথা মিত্ৰজোঁট।এতিয়াৰে পৰা ভৱানীপুৰ বিধানসভা সমষ্টিটো সংখ্যগুৰুৰ সমষ্টিৰূপে চিহ্নিত হ’ব।এই জয় অকল ফনীধৰ তালুকদাৰৰ জয় নহয়।এই জয় মিত্ৰজোঁটৰ জয়, সংখ্যাগুৰুৰ জয়।এই জয় স্বাভিমানী খিলঞ্জীয়াৰ ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টি জয়। “

ফনীধৰ তালুকদাৰে কয় যে ,” দীৰ্ঘদিন ধৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ উন্নয়ন হোৱা নাছিল। এইবাৰ ভৱানীপুৰ বিধানসভা সমষ্টি উন্নয়নমুখী সমষ্টিৰূপে চিহ্নিত হ’ব ।” ইফালে বিজয়ৰ পাছতে ফনীধৰ তালুকদাৰক সম্বৰ্ধনা জনায় বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতাই।

সম্বৰ্দ্ধনা জ্ঞাপন কৰি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে , ” ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ বিজয়ৰ লগে লগে স্বাভিমানী খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা হʼল আৰু আজিৰে পৰা স্বাভিমানী খিলঞ্জীয়া সকলে প্ৰতিষ্ঠা লাভ কৰিলে । ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ গৌৰৱময় বিজয়ত অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ আত্মবলিদানেৰে ইতিহাস প্ৰসিদ্ধ কৰি তোলা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মাই আজি শান্তি পাব।”

ভৱেশ কলিতাই লগতে কয় যে – “এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিৰ ৰাইজে বিৰোধীক ধুলিসাৎ কৰিলে । জাতীয়তাবাদৰ শ্লোগান দিয়া লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক পুনৰবাৰ অপ্ৰাসংগিক কৰি তুলিলে । উপ-নিৰ্বাচনৰ আটাইকেইখন আসনত মিত্ৰজোঁটৰ গৌৰৱময় বিজয়ৰ ক্ষেত্ৰত কৃতিত্ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ” । আনহাতে ফণীধৰ তালুকদাৰৰ বিজয়ৰ পাছতেই উৎফুল্লিত হৈ পৰিছে ইউ পি পি এল দলে ।বিটিচিৰ শালবাৰী সমষ্টিৰ টি চি এল চি চিৰ অধ্যক্ষ তথা ইউ পি পি এলৰ নেতা বিনোদ মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ,”মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ এই বিজয় ইতিহাসিক ভৱানীপুৰ বিধান সভা সমষ্টিৰ বাবে গৌৰৱ ।

এতিয়াৰে পৰা অনুন্নত হৈ থকা ভৱানীপুৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ ধাৰাবাহিকতা আৰাম্ভ হʼব । ভৱানীপুৰ সমষ্টিত বসবাস কৰা সকলো জাতি – জনগোষ্ঠীৰ সমউন্নয়ন হʼব,সকলো জাতি জনগোষ্ঠীয়ে সম‌অধিকাৰ পাব” । ইউপিপিএলৰ তৰফৰ পৰা বিনোদ মুছাহাৰীৰ লগতে বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য মহীপাল বড়োৱে ফনীধৰ তালুকদাৰক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।উল্লেখ্য যে ফণীধৰ তালুকদাৰে বিজয়ী হোৱাৰ পিছতেই ভৱানীপুৰ সমষ্টিত পদাৰ্পণ কৰি বাংলীপাৰা মদন মোহন গোসাঁই থান সত্ৰ, ভৱানীপুৰ সত্ৰ, কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰৰ আতা সত্ৰত সেৱা জনাই ৰাইজ-ভকত-আয়তীৰ আশীৰ্বাদ ল‌য় ।

তদুপৰি অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলী ভৱানীপুৰ চ’কত স্থাপিত শ্বহীদ গৰাকীৰ স্থায়ী প্ৰতিমূৰ্তিত সেৱা জনাই বৃহত্তৰ ভৱানীপুৰ সমষ্টিৰ সৰ্বস্তৰৰ উন্নয়ন কৰিব বুলি অংগীকাৰবদ্ধ হয় । ভৱানীপুৰ বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তত ৰাইজে বিজয়ী ফনীধৰ তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBhawanipurPhanidhar Talukdar
publisher

publisher

Related Posts

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d