Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সামগ্ৰীৰ আৱৰণটোহে ‘মেড ইন ইণ্ডিয়া’, ভিতৰৰ সামগ্রী কিন্তু চীনাই

publisher by publisher
November 3, 2021
in Assam, India, News
Reading Time: 1 min read
0
সামগ্ৰীৰ আৱৰণটোহে ‘মেড ইন ইণ্ডিয়া’, ভিতৰৰ সামগ্রী কিন্তু চীনাই
2
SHARES
22
VIEWS
ShareShareShareShare

চৰকাৰ তথা বিভিন্ন সংগঠনে দেশবাসীক চীনা সামগ্ৰী বৰ্জনৰ বাবে আহ্বান জনাই আহিছে। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশবাসীৰ মাজত এইবাৰ দীপাৱলীত চীনা সামগ্ৰী বৰ্জনৰ ধুম উঠা বুলিও কেতবোৰ ব্যৱসায়িক সংগঠনে দাবী কৰিছে।

ADVERTISEMENT

চীনা সামগ্ৰীৰ পৰিবৰ্তে দেশীয় সামগ্ৰীৰ প্ৰতি গ্ৰাহক আগ্ৰহী হৈছে আৰু ফলস্বৰূপে চীনে এক বৃহৎ আর্থিক ক্ষতিৰ সন্মুখীন হ’ব বুলি তেওঁলোকে সদৰী কৰিছে। কনফেডাৰেছন অব ইণ্ডিয়ান ট্রেডাৰ্ছ এছচিয়েছন (চি এ আই টি)য়ে সদৰী কৰা অনুসৰি, এইবাৰ দীপাৱলীত দেশীয় বজাৰে ঠন ধৰি উঠাৰ ফলত দেশৰ অৰ্থনীতিলৈ দুই লাখ কোটি টকাৰ প্ৰবাহৰ সম্ভাৱনা আছে।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

ভাৰতত চীনা সামগ্ৰী বৰ্জনৰ যি ঢৌ উঠিছে তাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’ব ৰঙা চীন। চীনা ৰপ্তানি ব্যৱসায়ীসকল ৫০ হেজাৰ কোটিৰ লোকচানৰ সন্মুখীন হোৱাটো নিশ্চিত বুলি তেওঁলোকে সদৰী কৰিছে।

কিয়নো তেওঁলোকে কৰা এক জৰীপৰ তথ্য অনুসৰি দেশৰ আগশাৰীৰ মহানগৰীৰ গ্ৰাহক চীনৰ সামগ্ৰীৰ প্রতি আগ্রহী নহয়। তদুপৰি এইবেলি দীপাৱলী উপলক্ষে এই পর্যন্ত ফটকা-আলোকসজ্জাৰ সামগ্ৰীৰ লগতে অন্যান্য সামগ্রী চীনৰ পৰা আমদানি কৰা নাই ভাৰতীয় ব্যৱসায়ীসকলে।

যাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰখনে এক বৃহৎ অর্থনৈতিক ক্ষতিৰ সন্মুখীন হ’বলৈ গৈ আছে। তদুপৰি তেওঁলোকে চীনা সামগ্রী বৰ্জনৰ এই পদক্ষেপে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ দিশে গতি কৰা বুলিও দাবী কৰিছে।

কিন্তু সৰ্বভাৰতীয় এই ব্যৱসায়ী সংগঠনটোৱে কৰা দাবীৰ সম্পূর্ণ এক ওলোটা ছবিহে বর্তমান বজাৰত দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন স্থানত এতিয়াও চীনা সামগ্ৰীৰ পয়োভৰ হোৱা পৰিলক্ষিত হৈছে।

দীপাবলী উপলক্ষে এতিয়া ৰাজ্যৰ বজাৰ গৰম। দীপাবলীলৈ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে ৰাজ্যৰ সকলো বজাৰ এতিয়া ৰমৰমীয়া। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ মূল বজাৰসমূহত আজিৰ দিনটোত গ্ৰাহকৰ উপস্থিতি যথেষ্ট।

কিন্তু লক্ষ্যণীয় বিষয় যে গুৱাহাটীৰ বজাৰত আজিও উপলব্ধ চীনা আলোকসজ্জাৰ সামগ্ৰী। কম দামত উপলব্ধ হোৱা এই সামগ্ৰীৰ চাহিদা হ্রাস পোৱা নাই। আজিও গ্ৰাহকৰ প্ৰথম পছন্দ চীনা লাইট বা অন্যান্য সামগ্রী। গ্ৰাহকৰ যুক্তি— ‘দেশীয় সামগ্ৰীৰ দাম অধিক।

দুদিনীয়া উৎসৱ পালন কৰিবলৈ ইমান পইচা কোনে খৰছ কৰিব। ‘মেড ইন ইণ্ডিয়া’ লেবেল চায়েই আমি থৈ দিওঁ। তাৰ তুলনাত তিনিগুণ কম মূল্যত উপলব্ধ চীনা আলোকসজ্জাৰ সামগ্ৰী।’

ইপিনে, ব্যৱসায়ীসকলৰো কথা একে। গ্রাহকে কম দামত ভাল বস্তু বিচাৰে। কিন্তু দেশত নির্মিত সামগ্ৰীৰ দাম অধিক। যাৰ বাবে গ্ৰাহকে মুখ কোঁচায়। ১৫ ২০ টকাত উপলব্ধ চীনা লাইটৰ পৰিবৰ্তে এশ টকা দি কোনেও কিনিব নিবিচাৰে। তাৰ মাজতে কিছু গ্ৰাহকে দুই এডাল লাইটৰ মালা কিনে।

কিন্তু সেয়াও চীনা সামগ্ৰীৰ লগত। গুৱাহাটীৰ জোনাকী হাৰ্ডৱেৰ এণ্ড ইলেকট্রিকেলৰ স্বত্বাধিকাৰী তথা ‘দৈনিক পূৰ্বোদয়’ কাকতৰ প্ৰকাশক সঞ্জয় কেডিয়াই জানিবলৈ দিয়া অনুসৰি বজাৰত থলুৱা সামগ্ৰী বৰ বেছি নাই। যিখিনি আছে তাতো ‘ভেৰাইটি’ কম।

তেওঁ কয়, ‘এতিয়া বজাৰত চীনা আলোকসজ্জাৰ সামগ্ৰীয়েই উপলব্ধ হৈছে। গ্রাহকেও কম দামৰ সামগ্ৰী বিচাৰে। চীনা লাইট এডালত যদি ৪০ টকা হয় তেন্তে থলুৱাৰ দাম ২০০ টকা। সেয়ে গ্রাহকে নিবিচাৰে। আৰু গ্ৰাহকে নিবিচাৰে বাবে ব্যৱসায়ীসকলেও নাৰাখে।

অধিকাংশ মানুহে দীপাৱলীৰ সময়ত ২০০-৩০০ টকাৰ লাইট লওঁ বুলি দোকানলৈ আহে। সেই মূল্যত পোৱা চীনা লাইট দিপাৱলীৰ বাবে যথেষ্ট। যদি সেইখিনি টকাত থলুৱা সামগ্ৰী বিচাৰে তেতিয়া তাৰ মূল্য হৈ পৰিব ৮০০-৯০০ টকা। আমি হেজাৰ চেষ্টা কৰিলেও ইমান সহজে চীনা সামগ্ৰী বৰ্জন কৰাটো সম্ভৱ নহয়।’

ইপিনে, একে কথাই ক’ব বিচাৰে নৰ্থ ইষ্ট ইলেকট্রিক মার্চেন্ট এছ’চিয়েছনৰ সভাপতি বিজয় আগৰৱালে। তেওঁ কেৱল দীপাৱলীৰ সামগ্ৰীয়েই নহয় বৰঞ্চ চীনৰ যিমান সামগ্রী দেশবাসীয়ে ব্যৱহাৰ কৰি আছে তাৰ এতিয়াও ভাৰতে বিকল্প উলিয়াব পৰা নাই বুলি মন্তব্য কৰে।

বজাৰত ১৫, ২০, ২৫, ৩০ টকাত চীনা আলোকসজ্জাৰ সামগ্রী উপলব্ধ হয়। সেই সামগ্ৰীৰ উৎপাদন ব্যয় ইমানেই কম যে সেই মূল্যত ভাৰতত উৎপাদন কৰাটো অসম্ভৱ। যাৰ বাবে ভাৰতত প্ৰস্তুত কৰা সামগ্ৰী চ’ৰা দামত বিক্রী হয়। কিন্তু গ্রাহকক কম দামত ভেৰাইটি লাগে।

চীনা সামগ্রী বর্জন হোৱাটো সকলোৱে বিচাৰে কিন্তু তাৰ বিকল্প কি হ’ব বা সেই মূল্যত গ্রাহকে পাবনে নাপাই সেইটো নিশ্চিত কৰিব লাগিব; কিন্তু আজিৰ প্রেক্ষাপটলৈ চালে সেয়া আগন্তুক দহ বছৰলৈ সম্ভৱ নহ’ব যেন ভাব হয়।

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ মুখ্য বাণিজ্যিক কেন্দ্ৰ ফাঁচীবজাৰ, লাখটকীয়াৰ একাংশ ব্যৱসায়ীয়ে জনোৱা অনুসৰি বজাৰত উপলব্ধ হোৱা ‘মেড ইন ইণ্ডিয়া’ৰ আলোকসজ্জাৰ সামগ্ৰীসমূহৰ বাহিৰৰ আৱৰণখনহে ভাৰতত তৈয়াৰী।‘বেছ’ (মূল্য)টো চীনা। যদি কথাটো এনেকুৱাই হয় তেস্তে ভাৰতে চীনা সামগ্ৰী বৰ্জনেৰে চীনৰ অৰ্থনৈতিক ভেটিত মোক্ষম আঘাত হানিব বুলি ভাবি থকাটো মূৰ্খামিৰ বাদে আন একো নহ’ব বুলিও ব্যবসায়ীসকলে মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Diwali2021india
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d