Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Air Pollution : ঘন ধোঁৱাত ‘গেছ চেম্বাৰ’ দিল্লী, প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ তলাবন্ধৰ নিৰ্দেশ শীৰ্ষ ন্যায়ালয়ৰ

publisher by publisher
November 13, 2021
in India, News
Reading Time: 1 min read
0
Air Pollution : ঘন ধোঁৱাত ‘গেছ চেম্বাৰ’ দিল্লী, প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ তলাবন্ধৰ নিৰ্দেশ শীৰ্ষ ন্যায়ালয়ৰ
2
SHARES
19
VIEWS
ShareShareShareShare

পুনৰ প্ৰদূষিত দিল্লী । দীপাৱলীৰ পাছৰ পৰা দেশৰ ৰাজধানীৰ বতাহ ক্রমশ প্ৰদূষিত হৈছে । পৰিস্থিতি পৰ্যবেক্ষণ কৰি পৰিৱেশবিদসকলৰ অধিকাংশই ১৯৫২ৰ লণ্ডনৰ গেছ চেম্বাৰ পৰিস্থিতিৰ স’তে তুলনা কৰিছে । এনে পৰিস্থিতিত বায়ু প্ৰদূষণ নিয়ন্ত্রণৰ বাবে তলাবন্ধ অস্ত্র প্রয়োগৰ কথা ভাবিছিল নে নাই, জানিব বিচাৰিছে উচ্চতম ন্যায়ালয়ে ।

ADVERTISEMENT

শনিবাৰে দিল্লীত বায়ু প্ৰদূষণ সংক্রান্ত এটা গোচৰৰ শুনানিত তলাবন্ধৰ বিকল্পৰ কথা উত্থাপিত হয় । মুখ্য ন্যায়াধীশ এন ভি ৰমণাই কেন্দ্রক জনায়, ‘‘পৰিস্থিতি ক্রমশ গুৰুতৰ হৈছে । আপোনালোকে কেনেদৰে যুঁজ দিয়াৰ কথা ভাবিছে ? দুদিনৰ বাবে তলাবন্ধ কৰিব ?’’ প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিবলৈ আপৎকালীন ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে তেওঁলোকে ।

RelatedPosts

দিল্লীত গৰমৰ প্ৰকোপ , উত্তৰ-পশ্চিম ভাৰতত তাপপ্ৰবাহৰ সতর্কতা জাৰি

Piyanka Gandhi Pressmeet in Delhi:এনডিএ’ৰ পৰাজয়ক গণতন্ত্ৰ আৰু সংবিধানৰ জয় বুলি অভিহিত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

Veteran Congress leader Mohsina Kidwai passes away at 94:ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰবীণ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ আৰ্জি মানি ইতিমধ্যে পৰিবহণ ব্যৱস্থাত নিয়ন্ত্ৰণ কৰাৰ লগতে কিছু পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্রিয় হৈছে প্রশাসন । ইয়াৰ উপৰি, প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিবলৈ কিছু বিধিনিষেধ মানি চলিবলৈ কোৱা হৈছে দিল্লীবাসীক । বাহিৰত ওলালে ডিঙিত স্কার্ফ আৰু ছানগ্লাছ পৰিধান কৰাৰ পৰামর্শ দিয়া হৈছে । ঘৰত থকাকালীনো প্রয়োজনত মাস্ক পিন্ধাৰ কথাও কোৱা হৈছে ।

শুকুৰবাৰে সন্ধিয়া দিল্লীৰ বায়ু মান সূচক আছিল ৪৭১ । গাজিয়াবাদত ৪৮৬, গ্রেটাৰ নয়ডাত ৪৭৮, গুৰগাঁওৱত ৪৪৮ । প্ৰসংগত, বায়ু মান সূচক ০-৫০ হ’লে সেইটো ‘ভাল’ হিচাপে চিহ্নিত কৰা হয় । ৫১-১০০ হ’লে ‘সন্তোষজনক’, ১০১-২০০ হ’লে ‘মোটামুটি’, ২০১-৩০০ হ’লে ‘বেয়া’, ৩০১-৪০০ ‘অতি বেয়া’ আৰু ৪০১-৫০০ হলে ‘গুৰুতৰ’ হিচাপে চিহ্নিত কৰা হয় ।

প্রতি বছৰেই নৱেম্বৰৰ আৰম্ভণিত দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্রা বৃদ্ধি পায় । দীপাৱলীত আতচবাজি জ্বলোৱা, পৰিবহণ আৰু অন্য প্ৰদূষণৰ লগতে অন্যতম কাৰণ চুবুৰীয়া উত্তৰ প্রদেশ আৰু হাৰিয়ানাৰ কৃষি ভূমিত নৰা জ্বলোৱা । প্রতি বছৰে শীত অহাৰ আগতে ছেপ্টেম্বৰৰ শেষৰ ফালৰ পৰা নতুন শস্য উৎপাদনৰ সময় পর্যন্ত কৃষিভূমিত নৰা জ্বলাই কৃষকসকলে ।

বিগত কেইবছৰত দিল্লী চৰকাৰৰ জৈৱ আবৰ্জনা ব্যৱস্থাপনাৰ বাবে নৰা জ্বলোৱা সমস্যা কিছু নিয়ন্ত্রণত আহিছে । কিন্তু উদ্যোগ ক্ষেত্রৰ প্ৰদূষণ চলিত বৰ্ষত বৃদ্ধি পাইছে । ইয়াৰ উপৰি, দিল্লীৰ নিকটৱৰ্তী অঞ্চলবোৰত এই পৰ্যন্ত অজৈৱ আবৰ্জনা জ্বলোৱা হয় । ফলত ধোঁৱা হয় ।

শুকুৰবাৰে দিল্লীৰ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ত নির্দেশনা জাৰি কৰি কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে জনায়, শীঘ্রে পৰিবহণ ৩০ শতাংশ কম কৰিব লাগে । প্রয়োজন নহ’লে বাহিৰত ওলোৱা নিষেধ কৰা হৈছে বাসিন্দাসকলৰ । দিল্লী প্ৰদূষণ নিয়ন্ত্রণ পৰিষদ সূত্রে খবৰ, প্রয়োজন হ’লে তলাবন্ধ ঘোষণা কৰি যানবাহন আৰু ঔদ্যোগিক প্ৰদূষণ নিয়ন্ত্রণৰো বিকল্প বাচি লোৱাৰ পৰিকল্পনা কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AIR POLLUTIONDELHI
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d