Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Veteran Congress leader Mohsina Kidwai passes away at 94:ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰবীণ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ, মহছিনা কিদৱাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কংগ্ৰেছ সহ বিভিন্ন ৰাজনৈতিক দলৰ

publisher by publisher
April 8, 2026
in News
Reading Time: 1 min read
0
Veteran Congress leader Mohsina Kidwai passes away at 94:ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰবীণ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান
1
SHARES
8
VIEWS
ShareShareShareShare

Veteran Congress leader Mohsina Kidwai passes away at 94:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰবীণ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মহছিনা কিদৱাইৰ বুধবাৰে ৯৪ বছৰ বয়সত দেহাৱসান ঘটে। পৰিয়াল আৰু জোঁৱাই ৰাজী-উৰ-ৰেহমান কিদৱাইয়ে জনোৱা মতে, বুধবাৰে পুৱাই নয়ডাৰ মেট্ৰ’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ মৃত্যুৱে ভাৰতীয় ৰাজনৈতিক মহল বিশেষকৈ কংগ্ৰেছত গভীৰ শোকৰ ছাঁ পৰে I মহছিনা কিদৱাইৰ নশ্বৰদেহ আজি দিল্লীৰ নিজামুদ্দিন কবৰস্থানত প্ৰায় ৫ বজাত সমাধিস্থ কৰা হ’ব।

ADVERTISEMENT

উল্লেখ্য যে ভাৰতীয় ৰাজনীতি আৰু কংগ্ৰেছৰ এগৰাকী অতি সন্মানীয় আৰু বিশিষ্ট ব্যক্তি আছিল মহছিনা কিদৱাই। দীঘলীয়া আৰু বিখ্যাত ৰাজনৈতিক কেৰিয়াৰ আছিল বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ । উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ বাসিন্দা মহছিনা প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছিল।

RelatedPosts

Prominent journalist and writer Nitya Bora passes away:বিশিষ্ট সাংবাদিক, লেখক নিত্য বৰাৰ দেহাৱসান

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

দিল্লীত গৰমৰ প্ৰকোপ , উত্তৰ-পশ্চিম ভাৰতত তাপপ্ৰবাহৰ সতর্কতা জাৰি

উত্তৰ প্ৰদেশৰ মীৰুট সমষ্টিৰ পৰা ষষ্ঠ লোকসভালৈ নিৰ্বাচিত হৈ সপ্তম আৰু অষ্টম লোকসভাৰ আসনখন দখল কৰিছিল। কিদৱাইয়ে মীৰুটৰ পৰা তিনিটা কাৰ্যকালৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি ২০০৪ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ছত্তীশগড়ৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। চৰকাৰৰ লগতে দলৰ ভিতৰতো যথেষ্ট ক্ষমতা দখল কৰিছিল। কংগ্ৰেছৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সংস্থা কংগ্ৰেছ ৱৰ্কিং কমিটি (CWC) আৰু প্ৰাৰ্থী নিৰ্বাচন কৰা দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মহছিনা কিদৱাইক কংগ্ৰেছ হাইকমাণ্ড বিশেষকৈ গান্ধী পৰিয়ালৰ এগৰাকী অতি ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য নেত্ৰী হিচাপে গণ্য কৰা হৈছিল। দলৰ বহু উত্থান-পতনৰ সাক্ষী হৈ সমগ্ৰ জীৱন দলৰ মতাদৰ্শৰ প্ৰতি উৎসৰ্গা কৰা কেইজনমান কংগ্ৰেছ নেতাৰ ভিতৰত অন্যতম। উত্তৰ প্ৰদেশৰ তৃণমূল পৰ্যায়ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি দিল্লীৰ ক্ষমতাৰ কৰিড’ৰলৈকে তেওঁৰ দীঘলীয়া যাত্ৰাৰ ৰাজনৈতিক অৱদান সদায় স্মৰণীয় হৈ থাকিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AICCDELHIpasses awayVeteran Congress leader Mohsina Kidwai
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d