Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

    বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

    WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মদাৰখাত চাহ বাগিচাত শ্ৰমিকৰ হাহাকাৰ, পাঁচ মাহে নাই দৰমহা

বাগিচা নিলামৰ দাবী আটছাৰ

publisher by publisher
November 17, 2021
in Assam, India, News
Reading Time: 1 min read
0
মদাৰখাত চাহ বাগিচাত শ্ৰমিকৰ হাহাকাৰ, পাঁচ মাহে নাই দৰমহা
2
SHARES
24
VIEWS
ShareShareShareShare

ডিব্ৰুগড়ৰ মদাৰখাত চাহ বাগিচাৰ হেজাৰ হেজাৰ চাহ শ্ৰমিকক আৰু কৰ্মচাৰীক কে’বামাহৰ দৰমহা নিদিয়াত বাগিচাখনৰ শ্ৰমিকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ মন কৰিবলগীয়া যে দশক দশক ধৰি মদাৰখাট চাহ বাগিচাৰ শ্ৰমিকক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহাৰ পৰিপেক্ষিতত দুবছৰ পূৰ্বে মদাৰখাট বাগিচাৰ পৰিচালন সঞ্চালক চিত্ৰৰঞ্জন চক্ৰৱৰ্তীক বদলি কৰি চান্তা চক্ৰৱৰ্তীক বাগিচাখনৰ পৰিচালন সঞ্চালকৰ দায়িত্ব দিয়া হৈছিল ৷ কিন্তু, চান্তা চক্ৰৱৰ্তীও চাহ বাগিচাখনৰ হেজাৰ হেজাৰ শ্ৰমিকক ন্যায় দিব নোৱাৰিলে যাৰ বাবে বৰ্তমান পাঁচটা পষেক ধৰি চাহ শ্ৰমিকসকল দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ লগতে আৰু কৰ্মচাৰীসকলেও কে’বামাহৰ দৰমহা লাভ কৰা নাই ৷

ADVERTISEMENT

উল্লেখ্য যে বৰ্তমানলৈকে শ্ৰমিকৰ দৰমহাৰ, ৭৩, ০৪, ৬৬২ টকা অনাদায় হৈ থকাৰ লগতে কৰ্মচাৰীৰ দৰমহা ৯৬, ৮৩, ৯১১ টকা অনাদায় হৈ আছে আৰু ভৱিষ্যনিধি বাকেয়া হৈ আছে ৩০, ৬০, ১৭৯ টকা, শ্ৰমিক-কৰ্মচাৰীৰ বোনাচ বাকেয়া হৈ আছে ২৩, ১১, ২১৪ টকা, শ্ৰমিক-কৰ্মচাৰীৰ এৰিয়া বাকেয়া হৈ আছে ৮৪, ৩৫, ২৫২ টকা আৰু এ পি জি এল টি এ, শ্ৰমিকৰ ৰেচন, মেডিকেল আদিত বকেয়া হৈ আছে ২, ৪২, ৩০, ৮৫৫ টকা ৷

RelatedPosts

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

Bajpai Bhawan:মহানগৰীৰ বাজপেয়ী ভৱনৰ সন্মুখত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

ইফালে, মালিকপক্ষৰ অৱহেলা আৰু সোপা ঢিলা নীতিৰ বাবেই মদাৰখাট চাহ বাগিচাত শ্ৰমিকসকল দৰমহাৰ পৰা বঞ্চিত হৈ হাহাকাৰ কৰিবলগীয়া হৈছে বুলি স্পষ্ট কৰি দিছে আটছা ডিব্ৰুগঞ্জ জিলা সমিতিয়ে ৷ ২৮টা শ্বেয়াৰ হ’ল্ডাৰ থকা মদাৰখাট বাগিচাৰ মালিকসকলে ইচ্ছা কৰা হ’লে বাগিচাখন ভাল কৰিব পাৰিলেহেঁতেন কিন্তু মালিকসকলৰ আন্তঃকন্দলৰ বাবেই শ্ৰমিকসকল দুৰ্ভোক্ষ জীৱন কটাইছে বুলি আটছাই উল্লেখ কৰিছে ৷

আনহাতে, আজি আটছা লাহোৱাল শাখাৰ সভাপতি-সম্পাদকৰ নেতৃত্বত মদাৰখাট চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীয়ে ন্যায্য প্ৰাপ্তিৰ দাবীত বাগিচাখনত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাতে হাতে প্লে কাড লৈ শ্ৰমিকসকলে মালিকপক্ষ হায় হায়, শ্ৰমিকৰ দৰমহা মোকলাই দিয়ক, বাকেয়া হৈ থকা ভৱিষ্যনিধি ধন মোকলাই দিয়ক আদি, মদাৰখাট চাহ বাগিচা নীলাম কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদী কাৰ্যসূচীত অসম চাহ মজদুৰ সংঘ মদাৰখাট চাহ বাগিচা গোটৰ সভাপতি সম্পাদকৰ লগতে বাগিচাখনৰ শ শ শ্ৰমিক-কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰি শীঘ্ৰে প্ৰাপ্য আদায় নাপালে ভয়াবহ পৰিস্থিতি সন্মুখীন হ’ব বুলি সকীয়নি দিছে । উল্লেখযোগ্য যে উক্ত চাহ বাগিচাখন পূৰ্বে এনে কাৰণতে কে’বাবাৰো উতপ্ত পৰিস্থিতি সৃষ্টি হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Madarkhat Tea EstateProtest
publisher

publisher

Related Posts

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ
Assam

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

May 4, 2026
গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ
News

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

May 4, 2026
যোৰহাটত পৰাস্ত গৌৰৱ গগৈ
News

যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

May 4, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

May 4, 2026
বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়
India

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

May 4, 2026
WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি
National

WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d