মেষঃ মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব । সাহস আৰু দক্ষতা সমভাৱে লাভ কৰি উপকৃত হ’ব । কৰ্মস্থানত আনন্দ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৭ ।
বৃষঃ বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ । বিয়া-বাৰু বা উৎসৱ আদিত যোগদান কৰক । মাতৃৰ শৰীৰ চিন্তা । শুভ ৰং বগা, শুভ সংখ্যা ৩ ।
মিথুনঃ মধ্যম দিন হ’লেও কৰ্মস্থানত ভালেই দেখিব । আৰ্থিকতো বেয়া নহ’ব । বিদ্যাত শুভ । শৰীৰৰ মধ্যম । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫ ।
কৰ্কটঃ সহযোগীৰ সহায়ত উৎসাহ । প্ৰতাৰকৰ বাবে দুশ্চিন্তা । কৰ্মস্থানত আয় বৃদ্ধি । প্ৰেমত নিৰাশা । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬ ।
সিংহঃ আচৰিত কথাৰ সম্ভেদ পাব । বিদ্যাত বেয়া বোলা নাযায় । ভ্ৰমণত অলপ সাৱধান থাকক । ঘৰুৱা শুভ । নীলা শুভ ৰং, ৩ শুভ সংখ্যা ।
কন্যাঃ মজলীয়াভাৱে দিনটো পাৰ হ’ব । প্ৰেম-প্ৰীতিত উদাস চিন্তা । পঢ়াত মধ্যম । দাম্পত্যত জীৱন পূৰ্বনুৰূপ । ৰঙা শুভ ৰং । ৯ শুভ সংখ্যা ।
তুলাঃ শৰীৰ পূৰ্বৰ তুলনাত আশাপ্ৰদ । উচ্চ বিদ্যাত সাফল্য । কোনো প্ৰিয় লোকৰ যোগাযোগত আনন্দ । বগা শুভ ৰং । ৪ শুভ সংখ্যা ।
বৃশ্চিকঃ কৰ্মস্থানত উন্নত আশা নকৰাই ভাল । পঢ়াত মনোনিবেশ কৰিব । ভ্ৰমণত সাৱধান । আকাশী শুভ ৰং । ৮ শুভ সংখ্যা ।
ধনুঃ শৰীৰৰ প্ৰতি আওকাণ নকৰিব । কৰ্মত খ্যাতি বৃদ্ধিৰ যোগ । পিতৃৰ পৰা সহানুভূতি লাভ কৰিব । হালধীয়া শুভ ৰং, সংখ্যা ৭ ।
মকৰঃ নিজৰ মান-সন্মানৰ ক্ষেত্ৰত সচেতন হ’ব । বিদ্যাত ধৈৰ্য ধৰক । ভ্ৰমণত দ্ৰব্য লাভ কৰিব । শুভ ৰং মটিয়া, সংখ্যা ১ ।
কুম্ভঃ ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায় । পঢ়া-শুনাত শুভ । পিতৃ-মাতৃৰ চিন্তা । শুভ ৰং ক’লা, সংখ্যা ২ ।
মীনঃ যত্নৰ দ্বাৰা বিদ্যাত সাফল্য । আৰ্থিকত ব্যয় বৃদ্ধি । কোনো দূৰ বাৰ্তাত আনন্দ । বেংক কৰ্মচাৰীৰ শুভ । শুভ ৰং সোণালী, সংখ্যা ৩ ।