Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মানৱতাৰ বিৰল নিদৰ্শন: ৰিক্সাচালকক এক কোটি টকাৰ সম্পত্তি দান বৃদ্ধাৰ

publisher by publisher
November 20, 2021
in India, News
Reading Time: 1 min read
0
মানৱতাৰ বিৰল নিদৰ্শন: ৰিক্সাচালকক এক কোটি টকাৰ সম্পত্তি দান বৃদ্ধাৰ
3
SHARES
29
VIEWS
ShareShareShareShare

কথাতে কোৱা হয়, বিপদতহে বন্ধু চিনিব পাৰি। কটকৰ বাসিন্দা মিনতি পট্টনায়কেও বিপদত পৰাৰ সময়তে বুজিব পাৰিছিল প্রকৃততে তেওঁৰ আপােন কোন ?

ADVERTISEMENT

এই কাৰণতে নিজৰ এক কোটি টকাৰ সম্পত্তি তেওঁ দান কৰিলে এজন ৰিক্সাচালকক। ৬৩ বছৰীয়া বয়সৰ মিনতিয়ে ওড়িছাৰ কটকত বাস কৰে। স্বামী আৰু কন্যাকলৈয়ে আছিল তেওঁৰ সংসাৰ।

RelatedPosts

পুৰীৰ মাটিৰ তলত সন্ধান ওলাল প্রাচীন চহৰৰ

চিকিৎসালয়ৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড!

ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

মিনতিৰ পৰিয়ালৰ বাবে প্ৰায়ে বিভিন্ন সৰু-সুৰা কাম কৰি দিছিল বুদ্ধ শ্যামল নামৰ এজন ৰিক্সাচালকে। মিনতি আৰু পৰিয়ালৰ লােকক নিজৰ ৰিক্সাৰে প্ৰায়ে অনা-নিয়া কৰিছিল শ্যামলে।

২০২০ বৰ্ষত মিনতিৰ স্বামীৰ মৃত্যু হয়। ইয়াৰ এবছৰ পাছতে অর্থাৎ ২০২১ত হঠাতে তেওঁৰ একমাত্র কন্যাৰৰ মৃত্যু হ’ল। স্বাভাৱিকতে অকলশৰীয়া হৈ পৰিল মিনতি।

আত্মীয় স্বজন অনেক আছে যদিও কোনেও মিনতিৰ একাকীত্ব দূৰ কৰিবলৈ কাষত থিয় নিদিলে। কিন্তু শ্যামল আৰু তেওঁৰ পৰিয়ালে সদায়ে জ্যেষ্ঠাৰ কাষত থাকি প্রয়ােজনীয় সহায় কৰিছিল।

এই কাৰণতে নিজৰ বাসগৃহ,অলংকাৰসহ কোটিটকীয়া সম্পত্তি শ্যামলক দান কৰাৰ সিদ্ধান্ত ল’লে মিনতিয়ে। এই সিদ্ধান্তৰ কথা স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি তেওঁ কয়,’ স্বামী আৰু সন্তানৰ মৃত্যুৰ পাছত সম্পত্তিৰ কোনাে মূল্য নাই।

তদুপৰি কঠিন সময়ত শ্যামল আৰু তেওঁৰ পৰিয়ালৰ বাহিৰে আন কোনেও মােৰ কাষত থিয় দিয়া নাছিল।
তেওঁলােকে মােক বহুত সহায় কৰি আহিছে, সেই কাৰণে মােৰ সকলাে সম্পত্তি মই শ্যামলক দিবলৈ সিদ্ধান্ত লৈছাে।

যাতে মােৰ মৃত্যুৰ পাছত শ্যামলহঁতক কোনেও সমস্যাত পেলাব নােৱাৰে। ‘এনে এক উপহাৰ লাভৰ । কথা জীৱনত কেতিয়াও কল্পনাও কৰা নাছিল শ্যামলে।

মিনতিৰ পৰা এক কোটি টকাৰ সম্পত্তি দান হিচাপে লাভ কৰি শ্যামলে কয়,’ ২৫ বছৰ ধৰি পট্টনায়ক পৰিয়ালৰ স’তে আছে। এই পৰিয়ালৰ সদস্যৰ বাহিৰে আন কোনাে ব্যক্তি ইমানদিনলৈকে মােৰ ৰিক্সাত উঠা নাই।

অৱশ্যে কেতিয়াও মই এনে দান বা উপহাৰ লাভৰ কথা আশা কৰা নাছিলাে।’ শ্যামলে লগতে কয় যে তেওঁ পূর্বেও মিনতিৰ পৰিয়ালক সেৱা -আগবঢ়াইছিল আৰু ভৱিষ্যতেও সহযোগিতা অব্যাহত ৰাখিব ।

মিনতিয়ে প্ৰকাশ কৰা মতে,তেওঁৰ মৃত্যুৰ পাছত যাতে তেওঁৰ সা-সম্পত্তিৰ উত্তৰাধিকাৰী নিৰ্বাচনক লৈ বিতৰ্কৰ সৃষ্টি নহয় আৰু আন কোনো লোকে সম্পত্তি দাবী কৰিব নোৱাৰে,তাক নিশ্চিত কৰিবলৈকে তেওঁ জীৱিত অৱস্থাতে সকলো সম্পত্তি আইনগতভাৱে শ্যামলক অৰ্পনৰ সিদ্ধান্ত ল’লে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CuttackMinati PatnaikOdisha
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d