Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত হত্যাকাৰীৰ টিঘিলঘিলনি

publisher by publisher
December 1, 2021
in Assam, Crime, News
Reading Time: 1 min read
0
ৰাজ্যত হত্যাকাৰীৰ টিঘিলঘিলনি
4
SHARES
38
VIEWS
ShareShareShareShare

এটাৰ পাছত আন এটা নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে অসমক। চলিত বৰ্ষত নশৰাে অধিক হত্যাকাণ্ড সংঘটিত হৈছে ৰাজ্য আৰু এনে অপৰাধৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি পােৱাৰ ফলত সাধাৰণ জনতাই চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে।

ADVERTISEMENT

ৰাজ্যত অপৰাধীৰ টিঘিলঘিলনি বৃদ্ধি পাইছে বুলি সচেতন ৰাইজে মন্তব্য কৰিছে। চলিত মাহত ৰাজধানী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেবাটাও নৃশংস হত্যাকাণ্ড সংঘটিত হােৱাৰ সমান্তৰালভাৱে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ৩১ অক্টোবৰলৈ অর্থাৎ ১০ মাহত ৰাজ্যত ৮৯২টা হত্যাকাণ্ড সংঘটিত হােৱাৰ তথ্য পােহৰলৈ আহিছে।

RelatedPosts

১২ ঘণ্টাৰ ভিতৰত দুটা যৌন নিৰ্যাতনৰ অভিযোগ— দিল্লীত IRS বিষয়াৰ কন্যাৰ ধৰ্ষণ-হত্যা, 

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

অসম আৰক্ষীৰ অপৰাধ তদন্ত বিভাগৰ তথ্য অনুসৰি, উল্লিখিত এই ১০ মাহতসর্বাধিক নগাঁও জিলাত ৬৫ টাকৈ হত্যাকাণ্ড সংঘটিত হৈছে।

জিলাখনৰ সদৰ তথা নগাঁও থানাৰ অধীনস্থ অঞ্চলতে ৰাজ্যৰ ভিতৰতে সর্বাধিক ১৯ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হােৱাৰ সমান্তৰালভাৱে শােণিতপুৰ জিলাৰ অন্তর্গত ঢেকিয়াজুলি থানাৰ অধীনস্থ অঞ্চলত ১৮টা আৰু তেজপুৰ থানাৰ অধীনস্থ অঞ্চলত তৃতীয় সর্বাধিক ১৬টা হত্যাকাণ্ডৰ ঘটনা ১০ মাহত সংঘটিত হােৱা বুলি সূত্রই সদৰী কৰিছে।

উল্লেখ্য যে অপৰাধ নিয়ন্ত্ৰণৰ বাবে গঠন হােৱা আৰক্ষী আয়ুক্তালয়ৰ ব্যৱস্থাৰ জৰিয়তে আৰক্ষী-জোৱানে গিজগিজাই থকা গুৱাহাটী মহানগৰীত যােৱা ১০ মাহত ৩৯টাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু চলিত মাহত আন কে’বাটাও নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে।

এই হত্যাকাণ্ডসমূহৰ ভিতৰত ৰাজ্যখনৰ হৃদপিণ্ডস্বৰূপ ৰাজধানী দিছপুৰতে সর্বাধিক ১০ টাৰাে অধিক হত্যাকাণ্ড সংঘটিত হৈছে। ইফালে, আৰক্ষী: অপৰাধ তদন্ত বিভাগৰ সূত্ৰই সদৰী কৰা তথ্য অনুসৰি, যােৱা ১০ মাহত সর্বাধিক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হােৱা জিলা হিচাপে ৬৫টা হত্যাকাণ্ডৰে শীৰ্ষত আছে নগাঁও জিলা ।

সমান্তৰালভাৱে ডিব্ৰুগড় জিলাত ৬২টা, শােণিতপুৰ জিলাত ৫২টা আৰু কামৰূপ গ্রম্যত ৫০ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

ইয়াৰ উপৰি এই সময়ছােৱাত কৰিমগঞ্জ জিলাত ৪২ টা, কাছাৰ জিলাত ৪০টা, লখিমপুৰ জিলাত ৩৯টা, তিনিচুকীয়া জিলাত ৩৮টা, গােলাঘাট জিলাত ৩৬ টা, বৰপেটা জিলাত ৩৫টা, কার্বি আংলং জিলাত ৩১ টা, ধুবুৰী জিলাত ২৭টা, যােৰহাট জিলাত ২৫টা, হােজাই- মৰিগাঁও-বাগসা জিলাত ২৪ টাকৈ, কোকৰাঝাৰ-গােৱালপাৰা-নলবাৰী জিলাত ২৩টাকৈ, শিৱসাগৰ-ধেমাজি- বিশ্বনাথ জিলাত ২০টাকৈ হত্যাকাণ্ড সংঘটিত হৈছে।

একেদৰে দৰং-বঙাইগাঁও জিলাত ১৭টাকৈ, ওদালগুৰি-চৰাইদেউ জিলাত ১৫টাকৈ, চিৰাং জিলাত ১১টা, শদিয়া আৰক্ষী জিলাত ১০টা, হাইলাকান্দি জিলাত আঠটা, পশ্চিম কাৰ্বি আংলং জিলাত পাঁচটা, দক্ষিণ শালমাৰাত দুটা আৰু মাজুলী জিলাত এটা হত্যাকাণ্ড সংঘটিত হােৱা বুলি তথ্যত উল্লেখ আছে।

উল্লেখ্য যে অপৰাধ তদন্ত বিভাগ সূত্রই পূর্ব গুৱাহাটী আৰক্ষী জিলাত ১৪টা, মধ্য আৰু পশ্চিম গুৱাহাটী আৰক্ষী জিলাত ১২টাকৈ আৰু ৰেল আৰক্ষীৰ অধীনস্থ অঞ্চলতাে ছটাকৈ হত্যাকাণ্ড সংঘটিত হৈছে বুলি তথ্য দাঙি ধৰিছে। আনহাতে, যােৱা ১০ মাহত সর্বাধিক হত্যাকাণ্ড সংঘটিত হােৱা থানা অঞ্চলৰূপে শীৰ্ষত আছে নগাঁও সদৰ আৰক্ষী থানাৰ অধীনস্থ অঞ্চল।

অপৰাধ তদন্ত বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, নগাঁও থানাৰ অধীনস্থ অঞ্চলত । যােৱা ১০ মাহত ৰাজ্যখনৰ ভিতৰতে সর্বাধিক ১৯ টা হত্যাকাণ্ড সংঘটিত হৈছে।

একেদৰে শােণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰু তেজপুৰ আৰক্ষী থানাৰ অধীনস্থ অঞ্চলত ১৮টা আৰু ১৬টাকৈ হত্যা, পাথাৰকান্দিত ১২টা, বৰপেটা-শিলচৰ-ডিফু-বগীনদীত ১১টাকৈ,দিছপুৰ-ডিব্ৰুগড়-ছয়গাঁও-উত্তৰ লখিমপুৰ থানাৰ অন্তৰ্গত অঞ্চলত ১০টাকৈ হত্যাকাণ্ড সংঘটিত হৈছে।

ইয়াৰ উপৰি থানা হিচাপে গােলাঘাট-ৰূপহীহাট-জুৰিয়া-কোকৰাঝাৰ-পলাশবাৰী-লাহােৱাল-চিলাপথাৰ নটাকৈ,ধেমাজি-দুলীয়াজান-গােৱালপাৰা-হােজাই-মৰিয়নি-হাজো-কৰিমগঞ্জ-গোঁসাইগাঁও-ডুমডুমাত আঠটাকৈ, তামুলপুৰ- সৰ্থেবাৰী-কাটিগড়া-ছিপাঝাৰ-গৌৰীপুৰ-টিংখং-তিতাবৰ-ৰাবাৰী-বেলশৰ-শিৱসাগৰত সাতটাকৈ,ওদালগুৰি-মাৰ্ঘেৰিটা-চামগুৰি-বাজাৰিচেৰা-নুনমাটি-মৰাণ-চাপৰ-সােণাৰি-ঢালাই-চতিয়া আদিত ছটাকৈ, ডিগবৈ-ঠেলামা- ছয়দুৱাৰ-শদিয়া-মুকালমুৱা-ধিং-মৰিগাঁও-বকো-লংকা-জালুকবাৰী-বিলাসীপাৰা-বিজনী-অভয়াপুৰী আদিত পাঁচটাকৈ আৰু পানেৰী-বৈঠালাংছ’-বৰডুবি-তিনিচুকীয়া-ৰঙাপ-ডিমৌ-ধলা-ঘগ্ৰাপাৰা-নলবাৰী-দতালমৰা বৰুৱাগাঁও-মিকিৰভেটা-লালুক-নিলামবজাৰ-বকলীয়া-ৰঙিয়া-কমাৰগাঁও-দেৰগাঁও-বৰপথাৰ-বৰবৰুৱা-নাহৰকটীয়া থানাৰ অধীনস্থ অঞ্চলত চাৰিটাকৈ হত্যাকাণ্ড সংঘটিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCrime
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d