Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Australia Parliament : অষ্ট্ৰেলিয়াত পার্লিয়ামেন্টৰ ৩৩ শতাংশ মহিলা কর্মচাৰী যৌন নিৰ্যাতনৰ বলি !

publisher by publisher
December 1, 2021
in International, News
Reading Time: 1 min read
0
Australia Parliament : অষ্ট্ৰেলিয়াত পার্লিয়ামেন্টৰ ৩৩ শতাংশ মহিলা কর্মচাৰী যৌন নিৰ্যাতনৰ বলি !
1
SHARES
14
VIEWS
ShareShareShareShare

আগন্তুক বৰ্ষৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াত নিৰ্বাচন হোৱাৰ সম্ভাৱনা । তাৰ আগতেই যথেষ্ট চাপত আছে স্কট মৰিছনৰ চৰকাৰ । দেশৰ মহিলা নাগৰিকৰ একাংশ‌ই সুৰক্ষিত নহয় বুলি প্ৰায়ে বিক্ষোভ সমাবেশত অংশগ্ৰহণ কৰে । কর্মক্ষেত্রত লিংগ বৈষম্যৰ অভিযোগো আছে দেশখনত । আজি প্রকাশিত এক প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে, অষ্ট্ৰেলিয়াৰ পার্লিয়ামেন্টত কর্মৰত কর্মচাৰীসকলৰ তিনিজনৰ ভিতৰত এজন যৌন নিৰ্যাতনৰ বলি ।

ADVERTISEMENT

বিষয়টো প্রকাশ্যত অহাৰ পাছৰ পৰা উদ্বেগ বাঢ়িছে প্রধানমন্ত্রী স্কট মৰিছনৰ । পার্লিয়ামেন্টৰ কর্মচাৰীসকলৰ ওপৰত যৌন নিৰ্যাতনৰ বিষয়টো প্ৰকাশ্যত আহিছিল যোৱা ফেব্রুৱাৰীত । তাৰ পাছতেই বিষয়টো পর্যালোচনা কৰাৰ নির্দেশ দিছে মৰিছনে । সেই সময়ত পার্লিয়ামেন্টৰ এটা কাৰ্যালয়ত ধর্ষণৰ ঘটনা সংঘটিত হয় । বিষয়টো জনাৰ পাছত প্রধানমন্ত্রীয়ে জনায়, তেওঁ সকলোখিনি জানি বিস্মিত আৰু স্তম্ভিত ।

RelatedPosts

চিমেণ্টক বিদায়! বিকল্প উদ্ভাৱন অষ্ট্ৰেলিয়াৰ বিজ্ঞানীৰ দলৰ

অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ! 

১৬ অনূর্ধ্ব বয়সৰ বাবে অস্ট্রেলিয়াত বন্ধ হ’ল ফে’চবুক-ইনষ্টাগ্রাম-টিক্টক

আজি প্রকাশিত প্ৰতিবেদন অনুসৰি, পার্লিয়ামেন্টৰেই তিনিজন সদস্যৰ ভিতৰত এজন যৌন নিৰ্যাতনৰ বলি হয় অথবা তেওঁলোকৰ ওপৰত যৌন নির্যাতনৰ চেষ্টা চলিছে । মৰিছনে আজি কয়, ‘‘এনে ধৰণৰ ঘটনাই পার্লিয়ামেন্টৰ প্রতিজন সদস্য আৰু তেওঁলোকৰ দলীয় কাৰ্যৰ ওপৰত প্রভাৱ পেলায় । ফলত পার্লিয়ামেন্ট তথা সমগ্ৰ দেশৰ কাৰ্যৰ ক্ষতি হয় ।’’ এই ঘটনা প্রকাশ্যত অহাৰ পাছৰ পৰাই বিৰোধীসকলে বিচাৰিছে, পার্লিয়ামেন্টৰ কর্মসংস্কৃতিক লৈ প্রধানমন্ত্রীয়ে বক্তব্য ৰাখক । মৰিছনৰ কনজাৰভেটিভ দলৰ জোঁটে চৰকাৰৰ ওপৰতো চাপ বৃদ্ধি কৰিছে ।

আজিৰ প্ৰতিবেদনত পার্লিয়ামেন্টৰ কর্মসংস্কৃতি উন্নয়নত ২৮টা আবেদন কৰা হৈছে । যাৰ ভিতৰত কর্মক্ষেত্রত লিংগ বৈষম্য বজায় ৰখা, মদ্যপানৰ নতুন নীতি আৰু মানৱ সম্পদ উন্নয়ন বিভাগ গঠনৰ দৰে বিষয় আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AustraliaScott Morrison
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d