Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

    ১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

    Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

মিজোৰামৰ প্রদেশ সভাপতি পদৰ পৰা পদত্যাগ পাঁচবাৰৰ মুখ্যমন্ত্রীৰ

publisher by publisher
December 5, 2021
in India, News, Politics
Reading Time: 1 min read
0
মিজোৰামৰ প্রদেশ সভাপতি পদৰ পৰা পদত্যাগ পাঁচবাৰৰ মুখ্যমন্ত্রীৰ
2
SHARES
17
VIEWS
ShareShareShareShare

মেঘালয়ত নোৱাৰিলেও মিজোৰামত দলৰ ভাঙোন ৰোধ কৰিবলৈ তৎপৰ কংগ্রেছ । সদ্য পদত্যাগ কৰা প্রদেশ কংগ্রেছ সভাপতি লাল থানহাওলাক (Lal Thanhawla) কংগ্রেছ ৱর্কিং কমিটীৰ সদস্য বনালে ছোনিয়া গান্ধীয়ে ।

ADVERTISEMENT

মিজোৰমত কংগ্রেছ আৰু লাল থানহাওলা প্রায় সমার্থক শব্দ । পাঁচবাৰত ২২ বছৰৰো অধিক মুখ্যমন্ত্রী থকাৰ লগতে প্রায় পাঁচ দশক তেৱেঁই মিজো কংগ্রেছ প্রধান আছিল । মাত্র ৩৪ বছৰ বয়সতে ১৯৭৩ত তেওঁক প্রদেশ সভাপতিৰ দায়িত্ব দিয়া হয় । স্বাভাৱিকভাৱেই গান্ধী পৰিয়ালৰ স’তে তেওঁৰ ঘনিষ্ঠতা প্রৱল আছিল । কংগ্রেছ সূত্রে খবৰ, প্রায় তিনি সপ্তাহ আগতে তেওঁ সভানেত্রী ছোনিয়া গান্ধীলৈ (Sonia Gandhi) পদত্যাগপত্র প্ৰেৰণ কৰে । যুক্তি আছিল এইবাৰ নতুনসকলৰ হাতত কংগ্রেছৰ দায়িত্বভাৰ তুলি দিয়াৰ সময় আহিছে । ৮০ বছৰীয়া কংগ্রেছ নেতাই যে কোনো কাৰণতেই ৰাজনৈতিক বনবাসত নাযায়, তাৰ প্রমাণো পোৱা গৈছে পদত্যাগপত্রৰ কিছু মন্তব্যত ।

RelatedPosts

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

ৰণক্ষেত্ৰত একেলগে আগবাঢ়ি যোৱাৰ সময় হ’ল, বিৰোধী মিত্ৰতাৰ বাৰ্তা দি ক’লে গৌৰৱ গগৈয়ে

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

কংগ্রেছ সূত্রে খবৰ, পুৰণি বন্ধু আৰু বিস্বস্ত নেতাৰ পদত্যাগ পত্ৰ অৱশ্যে আৰম্ভণিতে স্বীকাৰ কৰা নাই ছোনিয়াই । তেওঁ বিভিন্ন কাৰণত সিদ্ধান্ত সলনি কৰাৰ বার্তা দিয়ে । থানহাওলাক দিল্লিতো মাতি পঠিয়ায় ছোনিয়াই । কিন্তু সাৰ্থক নহয় । অৱশেষত শনিবাৰে চৰকাৰীভাৱে পত্ৰ প্ৰেৰণ কৰি তেওঁল পদত্যাগ মানি লয় ছোনিয়াই । থানহাওলাৰ পদত্যাগৰ স’তে সাম্প্রতিক সময়ত ঘটি যোৱা ঘটনাৰ সাদৃশ্য দেখিছিল বিশেষজ্ঞসকলে ।

এনেদৰেই বয়সৰ কাৰণ দেখুৱাই কংগ্রেছৰ পৰা অব্যাহতি ল’লে গোৱাৰ প্রাক্তন মুখ্যমন্ত্রী লুইজিনহো ফেলেইৰোৱে । প্রদেশ সভাপতি হোৱাৰ প্রস্তাৱ দিয়ে যদিও তেওঁ মান্তি নহয় । তেওঁৰ কয় যে, তেওঁৰ নেতৃত্বত চাৰি বছৰ আগতে গোৱাত কংগ্রেছ সর্বাধিক আসনত জয়ী হ’লেও হাইকমাণ্ডৰ ব্যর্থতাত চৰকাৰ গঠন কৰা নহয় । ফলত তেওঁ কোনো কাৰণতেই কংগ্রেছত থাকিবলৈ মান্তি নহয় ।

গোৱাৰ ফর্মুলা এইবাৰ মিজোৰামতো দেখা যাব নেকি ? এই প্রশ্নৰ উত্থাপন হৈছে দেশথ ৰাজনৈতিক মহলত । সেই ক্ষেত্রত মেঘালয়ৰ পাছত উত্তৰ-পূর্বাঞ্চলত বৃহৎ প্ৰভাৱ পৰিব কংগ্রেছত । এই সমূহকে লৈ প্রশ্ন উত্থাপিত হৈছিল । সেই সময়তে দলৰ ফাট ৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিলে কংগ্রেছৰ শীর্ষ নেতৃত্ব‌ই । লাল থানহাওলাক দলৰ কার্যকৰী সমিতিত অনা হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CongressLal ThanhawlaSonia Gandhi
publisher

publisher

Related Posts

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
News

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
India

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

March 11, 2026
Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
Crime

Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d