Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ত্ৰিপুৰাৰ ৰজাই তুলিছিল ভাৰতৰ প্ৰথম ছেল্ফি

publisher by publisher
December 12, 2021
in International, News
Reading Time: 1 min read
0
ত্ৰিপুৰাৰ ৰজাই তুলিছিল ভাৰতৰ প্ৰথম ছেল্ফি
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

TIPRA Motha sweeps Tripura ADC polls:ত্ৰিপুৰাৰ জনজাতীয় স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত মুখথেকেচা বিজেপিৰ

Tripura Firing:ত্ৰিপুৰাৰ ধৰ্মনগৰৰ ভাৰত-বাংলাদেশ সীমান্তত গুলীয়াগুলী

ছেল্ফী তোলাৰ ক্ষেত্রত বিশ্বৰে সবাতোকৈ বিপজ্জনক দেশ ভাৰত

একালৰ অন্যান্য ৰজা-মহাৰজাসকলৰ দৰেই চৌখিন আছিল ত্ৰিপুৰাৰ মহাৰাজা বীৰ চন্দ্র মাণিক্য। ১৮৬২ৰ পৰা ১৮৯৬লৈ ত্রিপুৰাত ৰাজত্ব কৰা এই মহাৰাজা বীৰ চন্দ্ৰই নিজৰ তৈলচিত্ৰ আৰু ফটো বেৰত আঁৰিবলৈ পছন্দ কৰিছিল।

ADVERTISEMENT

মহাৰাণীৰ স’তে এদিন বহি নিৱিড় মুহূর্ত উপভােগ কৰাৰ সময়তে মহাৰাজা বীৰ চন্দ্ৰই সিদ্ধান্ত লৈছিল যে দুয়ােৰে এখন প’ট্রেইট তৈয়াৰ কৰিব স্মাৰকৰূপে ৰখাৰ বাবে। সেয়া ১৮৮০ৰ সময়ৰ কথা।

যেতিয়াই মহাৰাজাই সোঁহাতখন পত্নীৰ বাহুত থ’লে,তেতিয়াই তেওঁৰ বাঁওহাতখনে আন এটা বস্তুত খামুচি ধৰিলে। সেই বস্তুটো আছিল আচলতে কেমেৰাৰ শ্বাটাৰ নিয়ন্ত্রণ কৰা দীঘল কেবলযুক্ত লিভাৰ। যেতিয়াই মহাৰাজা বীৰ চন্দ্ৰই সেই লিভাৰ টানি ধৰিলে, তেতিয়াই তেওঁ সংগ্রহ কৰিলে এজন ভাৰতীয়ই তােলা একেবাৰে প্ৰথম অৱস্থাৰ নিজস্ব চিত্র বা ‘ছেল্ফি।

ত্রিপুৰাৰ মহাৰাজাই এই নিজস্ব ফটোখন কেমেৰাত বন্দী কৰিছিল ১৮৪০ৰ দশকত ভাৰতলৈ কেমেৰা অহাৰ প্রায় ৪০ বছৰৰ পাছত। সেই সময়ত তদনীন্তন ব’ম্বে, কেলকাট্টা আৰু মাদ্রাজত ফটোগ্রাফী ক্লাব গঠন হৈছিল যদিও সেইবােৰত ইউৰােপীয়
লােকসকলেই আধিপত্য বিস্তাৰ কৰিছিল।

ভাৰতীয়সকলৰ ভিতৰত ফটোগ্রাফী সংৰক্ষিত হৈ ৰৈছিল কেৱল ৰাজবংশৰ বাবে, কাৰণ তেওঁলােকৰ আছিল এইবিধ কলা প্রসাৰৰ বাবে প্রয়ােজনীয় অত্যধিক সময় আৰু ধন ব্যয়ৰ বিলাসিতাৰ ক্ষমতা। বীৰ চন্দ্ৰ কেমেৰাৰ ক্ষেত্ৰত পাৰদৰ্শী আছিল আৰু সেই সময়ত নিজস্ব কেমেৰা থকা ভাৰতৰ দ্বিতীয়জন ৰজা।

প্রথমজন আছিল ইণ্ডোৰৰ ৰাজা দীন দয়াল, যি ‘প্রিন্স অৱ ফটোগ্রাফাৰ্ছ’ বুলি পৰিচিত হৈছিল। তেওঁ আনকি হায়দৰাবাদৰ ষষ্ঠ নিজামৰ দৰবাৰৰ ফটোগ্রাফাৰতাে পৰিগণিত হৈছিল আৰু এইবিধ কলালৈ যথেষ্ট মূল্যবান অৰিহণা যােগাইছিল। সেই সময়ত কেমেৰা ব্যৱহাৰ কৰিব পৰা আন ৰজাসকল আছিল জয়পুৰৰ দ্বিতীয় ছৱাই ৰাম সিং তথা চাষা আৰু বেনাৰছৰ ৰজাদ্বয়।

অৱশ্যে কেমেৰা ব্যৱহাৰৰ ক্ষেত্ৰত ত্রিপুৰাৰ মহাৰাজা বীৰ চন্দ্ৰ এক কলাত্মক মনৰ অধিকাৰী আছিল আৰু তেওঁ আছিল ভাৰতত ফটোগ্রাফীৰ বাটকটীয়া। বীৰ চন্দ্র এজন উদাৰমনা শাসক আৰু নিজৰ ৰাজ্যত বহুতাে প্রশাসনিক সংস্কাৰ সাধন কৰিছিল।

তেওঁৰ পৃষ্ঠপােষকতাতে ত্ৰিপুৰাৰ কলা-সংস্কৃতি দ্রুতগতিৰে বিকশিত হৈছিল। অৱশ্যে তেওঁৰ ফটোগ্রাফীৰ প্ৰতিভাই বীৰ চন্দ্রক ভাৰতৰ সমসাময়িক অন্যান্য ৰজা-মহাৰজাৰ মাজত অসাধাৰণ কৰি তুলিছিল। সেই সময়ত ফটোগ্রাফীৰ কলা ভাৰতত প্রায় শিশু অৱস্থাত আছিল। এখন ফটো তােলাৰ বাবে প্রয়ােজনীয় প্লেট, কেমিকেল তথা অন্যান্য সা- সৰঞ্জাম একেবাৰে নিকটৱর্তী ডাঙৰ চহৰ কেলকাটা (এতিয়াৰ কলকাতা)ৰ পৰা আনিবলগীয়া হৈছিল।

লগতে ফটোখন ডেভেলপ কৰাৰ বাবে প্লেটখন অতি সাৱধানে কলকাতালৈ প্ৰেৰণ কৰিব লাগিছিল। এনেবােৰ জটিলতা দূৰ কৰিবলৈ আৰু সময়ৰ অপব্যয় ৰােধ কৰিবলৈ কেমেৰা-ফটোগ্রাফীৰ কোনাে আনুষ্ঠানিক শিক্ষা নথকা মহাৰাজা বীৰ চন্দ্ৰই নিজেই ডার্কম নির্মাণ কৰিছিল আৰু নিজে ফটো ডেভেলপ কৰা প্রক্রিয়াও আয়ত্ত্ব কৰি লৈছিল।

তেওঁ আনকি নিজস্ব এক ষ্টুডিঅ’ও নির্মাণ কৰিছিল। মহাৰাজা বীৰ চন্দ্ৰ ফটোগ্রাফীৰ প্ৰৱল অনুৰাগী আছিল আৰু এইবিধ কলাৰ প্ৰতি তেওঁ মহাৰাণী মনমােহিনীকো আগ্রহী কৰি তুলিছিল।

তেওঁলােকে তােলা ফটোৰ প্রচেছিং-প্রিন্টিং আদিত ৰাণীয়েও সহযােগ কৰিছিল। ফটোগ্রাফী ভালপােৱা মহাৰাজা বীৰ চন্দ্ৰই এই কলাক জনপ্রিয় কৰি তােলাৰ স্বাৰ্থত আগৰতলাৰ ৰাজপ্রাসাদত এটা কেমেৰা ক্লাব প্রতিষ্ঠা কৰিছিল।

এই ক্লাবে ৰজা- ৰাণীয়ে তােলা ফটোসমূহৰ প্রদর্শনী কৰিছিল। ১৮৯০ৰ মে’ত সেই ক্লাবৰ সন্দৰ্ভত বীৰ চন্দ্ৰই প্রেৰণ কৰা এখন পত্ৰ আৰু লগত দিয়া ফটোসমূহ ছপা কৰি উলিয়াইছিল ফটোগ্রাফিক ছ’চাইটী অৱ ইণ্ডিয়াই। ১৮৯৬ত মহাৰাজা বীৰ চন্দ্র আৰু ১৯০৫ত মহাৰাণী মনমােহিনীৰ মৃত্যু হয়। অৱশ্যে ফটোগ্রাফীৰ অগ্রদূত ৰজা-ৰাণীয়ে তেওঁলােকৰ নিজস্ব প্রতিভাৰ স্বাক্ষৰ ৰাখি গ’ল আৰু তেওঁলােকৰ বহু উত্তৰসুৰীয়ে এই ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

তেওঁলােকৰ তিনি পুত্র সমৰেন্দ্ৰ চন্দ্র দেৱ বৰ্মন, ৰাধা কিশােৰ আৰু ব্রজেন্দ্র কিশােৰাে প্রতিষ্ঠিত ফটোগ্রাফাৰ আছিল। উল্লেখ্য যে ত্ৰিপুৰা ৰাজবংশৰ পৰৱর্তী প্রজন্মৰ বহু সদস্যই প্রায় নিয়মিতৰূপে নিজৰ ফটোৰ প্রদর্শনী ভাৰতৰ বিভিন্ন ঠাইত আয়ােজন কৰি আহিছে।

এখন ফটোৱেই তেওঁলােকক আজিও গর্বিত কৰে,যিখনক ভাৰতৰ প্রথম ‘ছেল্ফী’ৰূপে গণ্য কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Maharaja Bir ChandraSelfieTRIPURA
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d