Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Controversial Comment on Rape : ‘ধর্ষণ অনিবার্য হ’লে উপভোগ কৰক’, কর্নাটক বিধানসভাত কংগ্রেছ নেতাৰ মন্তব্যত বিতর্ক

samimsultana by samimsultana
December 17, 2021
in India, News, Politics
Reading Time: 1 min read
0
Controversial Comment on Rape : ‘ধর্ষণ অনিবার্য হ’লে উপভোগ কৰক’, কর্নাটক বিধানসভাত কংগ্রেছ নেতাৰ মন্তব্যত বিতর্ক
2
SHARES
16
VIEWS
ShareShareShareShare

ধর্ষণ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন কর্নাটকৰ এগৰাকী প্রবীণ কংগ্রেছ নেতা । বৃহস্পতিবাৰে কর্নাটক বিধানসভাত তেওঁ এই মন্তব্য ।

ADVERTISEMENT

কর্নাটক বিধানসভাৰ শীতকালীন অধিবেশনত বৃহস্পতিবাৰে কংগ্রেছ নেতা কেআৰ ৰমেশ কুমাৰ উপস্থিত আছিল । তেওঁ বটত বিধানসভাৰ প্রাক্তন স্পিকাৰো । বৃহস্পতিবাৰে তেওঁ কয়, ‘‘ধর্ষণ যেতিয়া অনিবার্য, তেন্তে শুই থাকি উপভোগ কৰা উচিত ।’’ তেওঁৰ এই মন্তব্যৰ পাছত হাঁহিত ৰজঞ্জনাই উঠে বিধানসভাৰ সংসদ ভৱন । কর্নাটক বিধানসভাৰ বর্তমান স্পিকাৰ বিশ্বেশ্বৰ হেগড়ে কাগেৰিয়েও ৰমেশৰ কথাত হাঁহিবলৈ আৰম্ভ কৰে ।

RelatedPosts

No Content Available

বিধানসভাত কৃষকসকলৰ বিষয়ক লৈ আলোচনাৰ বাবে সময় বিচাৰিছিল কংগ্রেছ নেতাসকলে । তেতিয়া স্পিকাৰ বিশ্বেশ্বৰে জনায়, সকললোতে সময় দিলে হাউচৰ কাম কি হ’ব । বিশ্বেশ্বৰে কয়, ‘‘আপোনালোকে যি সিদ্ধান্ত ল’ব মই তাতেই সন্মতি দিম । ম‌ই ব্যৱস্থাৰ পৰিৱর্তন বা নিয়ন্ত্রণটো কৰিব নোৱাৰিম । সেয়ে পৰিস্থিতি উপভোগ কৰিব লাগিব । হাউচৰ কার্যক্রমক লৈয়ে মোৰ চিন্তা ।’’ স্পিকাৰৰ এই কথাৰ পাছতেই কংগ্রেছ নেতা ৰমেশে ধর্ষণৰ স’তে বিষয়টো তুলনা কৰি এই বিতর্কিত মন্তব্য কৰে ।

যদিও এই মন্তব্যৰ পাছত বিতর্ক সৃষ্টি হ‌ওঁতেই ক্ষমা বিচাৰে কংগ্রেছ বিধায়কজনে । তেওঁ তেওঁৰ টুইটাৰত লিখে, ‘ধর্ষণ সন্দৰ্ভত ম‌ই বিধানসভাত যি মন্তব্য কৰিছো তাৰ বাবে সকলোৰে পৰা ক্ষমা বিচাৰিছো । ঘৃণনীয় অপৰাধক আলোকিত কৰা মোৰ উদ্দেশ্য নাছিল । শব্দ চয়নৰ ক্ষেত্রত ভৱিষ্যতে ম‌ই সতর্ক হ’ম ।’

I would like to express my sincere apologies to everyone for the indifferent and negligent comment I made in today’s assembly about “Rape!” My intention was not trivialise or make light of the heinous crime, but an off the cuff remark! I will choose my words carefully henceforth!

— K. R. Ramesh Kumar (@KRRameshKumar1) December 16, 2021

প্রসংগত, কর্নাটকত মহিলাসকলৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা অধিক । কর্নাটক ৰাজ্য আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, ২০১৯ৰ জানুৱাৰীৰ পৰা ২০২১ৰ মে’ৰ ভিতৰত এহেজাৰ ১৬৮টা ধর্ষণৰ ঘটনা ঘটিছে ৰাজ্যখনত । যাৰ ভিতৰত অধিকাংশই গণধর্ষণৰ ঘটনা । কর্নাটকৰ চামুণ্ডি পাহাৰত ধর্ষণৰ ঘটনাৰ পাছত ৰাজ্যখনৰ গৃহমন্ত্রীৰ বক্তব্যক লৈও বিতৰ্ক আৰম্ভ হৈছিল । তেওঁ কয়, নির্জন স্থানত কোনো মহিলাই পুৰুষ বন্ধুসকলৰ স’তে যোৱা উচিত নহয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: K. R. Ramesh KumarVishweshwar Hegde
samimsultana

samimsultana

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d