Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Theft Incident:কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চোৰৰ চাফাই অভিযান

    মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত

    Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ

    Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ

    Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা

    China’s Provocation in Arunachal Pradesh:এইবাৰ অৰুণাচলক লৈ আগ্রাসী চীন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰথমখন তালিকা প্ৰকাশ

২২ সমষ্টিৰ ২১ টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত

publisher by publisher
December 29, 2021
in Assam, News
Reading Time: 1 min read
0
 ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰথমখন তালিকা প্ৰকাশ
1
SHARES
9
VIEWS
ShareShareShareShare

অহা ২০ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলেও প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।

ADVERTISEMENT

মঙলবাৰে নিশা বিজেপি দলে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাৰ পাচতেই উজনি অসমৰ যোৰহাট জিলাৰ দহটা সমষ্টি, গোলাঘাট জিলাৰ পাঁচটা , লক্ষীমপুৰ জিলাৰ পাঁচটা আৰু ধেমাজি জিলাৰ এটা সমষ্টিকে ধৰি মুঠ ২১ টা সমষ্টিৰ বাবে কংগ্ৰেছ দলে আজি প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে।

RelatedPosts

Kamakhya: মা কামাখ্যা দেৱীৰ মন্দিৰত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু তেওঁৰ পত্নী

ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদীয় নির্বাচনৰ সমষ্টিভিত্তিক প্রার্থী তালিকা ঘােষণা

যোৰহাটত অনিমেষ ভূঞাৰ হত্যাকাণ্ডক গৰিহণা জনাই অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

মনোনয়ন দাখিলৰ বাবে মাজত মাত্ৰ এটা দিন থকা অৱস্থাতে আজি কংগ্ৰেছ দলে প্ৰথমখন ২১ জনীয়া তালিকা প্ৰকাশ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ্য মুখপাত্ৰ মনজিত মহন্তই প্ৰকাশ কৰা প্ৰাৰ্থী তালিকা অনুসৰি ঠেঙাল পৰিষদীয় নিৰ্বাচনৰ অন্তৰ্গত তিতাবৰ বিধান সভা সমষ্টিৰ দহটা সমষ্টি, গোলাঘাট জিলাৰ পাঁচটা সমষ্টি, লক্ষীমপুৰ জিলাৰ পাঁচটা সমষ্টি আৰু ধেমাজি জিলাৰ এটা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছে ঠেঙাল পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা প্ৰথমখন তালিকা অনুসৰি তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাবাট সমষ্টিত সুনীল ৰেগন, মহিলাৰ বাবে সংৰক্ষিত বৰহোলা সমষ্টিত বন্তি বৰা শইকীয়া, মাধপুৰ সমষ্টিত অনিল কছাৰী,ফুলবাৰী সমষ্টিত ৰাতুল শইকীয়া, দিহিঙ্গীয়া সমষ্টিত অচিন্ত শইকীয়া,তিতাবৰ সমষ্টিৰ লক্ষ্যজিত হাজৰিকা, বৰুৱাজান সমষ্টিত কনৰাম কছাৰী,জালুকনিবাৰী সমষ্টিত পূৰ্ণেশ্বৰ শইকীয়া, চামগুৰি সমষ্টিত অক্ষয়মনি শইকীয়া আৰু তামোলবাৰী সমষ্টিত লক্ষেশ্বৰ হাজৰিকাক প্ৰাৰ্থীত্বৰূপে প্ৰক্ষেপ কৰিছে।

গোলাঘাট জিলাৰ পাঁচটা সমষ্টিৰ ভিতৰত ঠেঙাল কমাৰগাঁও সমষ্টিত বিপিন বৰা, গেলাবিল সমষ্টিত হিৰণ্য বৰা,মহিলাৰ বাবে সংৰক্ষিত কাছমাৰী সমষ্টিত জাহ্নৱী শইকীয়া, চাউদাঙ পথাৰ সমষ্টিত ছায়া ঠেঙাল, চাউদাঙ পথাৰ দৈয়াং সমষ্টিত উৎপল ঠেঙালক কংগ্ৰেছ দলে প্ৰাৰ্থীত্বৰূপে প্ৰক্ষেপ কৰিছে।

লক্ষীমপুৰ জিলাৰ পাঁচটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰা প্ৰাৰ্থীসকল একাদিক্ৰমে হ’ল বঙালমৰা ( পূব ডিক্ৰং) সমষ্টিত কৃষ্ণ হাজৰিকা, পাভ লালুক সমষ্টিত মহেন্দ্ৰ শইকীয়া, মহিলাৰ বাবে সংৰক্ষিত লক্ষীমপুৰ পূব সমষ্টিত তুলুমণি সোণোৱাল বৰা, বিহপুৰীয়া ( দক্ষিণ) সমষ্টিত ৰাজ কুমাৰ বৰা আৰু জকাইপেলুৱা হাৰমতী সমষ্টিত অপূৰ্ব হাজৰিকাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

ধেমাজি জিলাৰ একমাত্ৰ সমষ্টি ৰূপহী বৰগড়া সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে মৃদুপৱন বৰাক। ডিব্ৰুগড় জিলাত থকা ঠেঙাল পৰিষদীয় সমষ্টিৰ একমাত্ৰ সমষ্টি মেৰবিল নাহৰকটীয়া সমষ্টিৰ বাবে কংগ্ৰেছ দলে এতিয়াও প্ৰাৰ্থীত্ব চূড়ান্ত কৰা নাই।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM PRADESH CONGRESS COMMITTEEThengal Kachari Autonomous Council
publisher

publisher

Related Posts

Guwahati Theft Incident:কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চোৰৰ চাফাই অভিযান
News

May 15, 2025
মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত
India

মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত

May 15, 2025
Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ
News

Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ

May 15, 2025
Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ
News

Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ

May 15, 2025
Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা
News

Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা

May 15, 2025
China’s Provocation in Arunachal Pradesh:এইবাৰ অৰুণাচলক লৈ আগ্রাসী চীন
India

China’s Provocation in Arunachal Pradesh:এইবাৰ অৰুণাচলক লৈ আগ্রাসী চীন

May 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d