Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰথমখন তালিকা প্ৰকাশ

২২ সমষ্টিৰ ২১ টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত

publisher by publisher
December 29, 2021
in Assam, News
Reading Time: 1 min read
0
 ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰথমখন তালিকা প্ৰকাশ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Kamakhya: মা কামাখ্যা দেৱীৰ মন্দিৰত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু তেওঁৰ পত্নী

ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদীয় নির্বাচনৰ সমষ্টিভিত্তিক প্রার্থী তালিকা ঘােষণা

যোৰহাটত অনিমেষ ভূঞাৰ হত্যাকাণ্ডক গৰিহণা জনাই অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

অহা ২০ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলেও প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।

ADVERTISEMENT

মঙলবাৰে নিশা বিজেপি দলে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাৰ পাচতেই উজনি অসমৰ যোৰহাট জিলাৰ দহটা সমষ্টি, গোলাঘাট জিলাৰ পাঁচটা , লক্ষীমপুৰ জিলাৰ পাঁচটা আৰু ধেমাজি জিলাৰ এটা সমষ্টিকে ধৰি মুঠ ২১ টা সমষ্টিৰ বাবে কংগ্ৰেছ দলে আজি প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে।

মনোনয়ন দাখিলৰ বাবে মাজত মাত্ৰ এটা দিন থকা অৱস্থাতে আজি কংগ্ৰেছ দলে প্ৰথমখন ২১ জনীয়া তালিকা প্ৰকাশ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ্য মুখপাত্ৰ মনজিত মহন্তই প্ৰকাশ কৰা প্ৰাৰ্থী তালিকা অনুসৰি ঠেঙাল পৰিষদীয় নিৰ্বাচনৰ অন্তৰ্গত তিতাবৰ বিধান সভা সমষ্টিৰ দহটা সমষ্টি, গোলাঘাট জিলাৰ পাঁচটা সমষ্টি, লক্ষীমপুৰ জিলাৰ পাঁচটা সমষ্টি আৰু ধেমাজি জিলাৰ এটা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছে ঠেঙাল পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা প্ৰথমখন তালিকা অনুসৰি তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাবাট সমষ্টিত সুনীল ৰেগন, মহিলাৰ বাবে সংৰক্ষিত বৰহোলা সমষ্টিত বন্তি বৰা শইকীয়া, মাধপুৰ সমষ্টিত অনিল কছাৰী,ফুলবাৰী সমষ্টিত ৰাতুল শইকীয়া, দিহিঙ্গীয়া সমষ্টিত অচিন্ত শইকীয়া,তিতাবৰ সমষ্টিৰ লক্ষ্যজিত হাজৰিকা, বৰুৱাজান সমষ্টিত কনৰাম কছাৰী,জালুকনিবাৰী সমষ্টিত পূৰ্ণেশ্বৰ শইকীয়া, চামগুৰি সমষ্টিত অক্ষয়মনি শইকীয়া আৰু তামোলবাৰী সমষ্টিত লক্ষেশ্বৰ হাজৰিকাক প্ৰাৰ্থীত্বৰূপে প্ৰক্ষেপ কৰিছে।

গোলাঘাট জিলাৰ পাঁচটা সমষ্টিৰ ভিতৰত ঠেঙাল কমাৰগাঁও সমষ্টিত বিপিন বৰা, গেলাবিল সমষ্টিত হিৰণ্য বৰা,মহিলাৰ বাবে সংৰক্ষিত কাছমাৰী সমষ্টিত জাহ্নৱী শইকীয়া, চাউদাঙ পথাৰ সমষ্টিত ছায়া ঠেঙাল, চাউদাঙ পথাৰ দৈয়াং সমষ্টিত উৎপল ঠেঙালক কংগ্ৰেছ দলে প্ৰাৰ্থীত্বৰূপে প্ৰক্ষেপ কৰিছে।

লক্ষীমপুৰ জিলাৰ পাঁচটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰা প্ৰাৰ্থীসকল একাদিক্ৰমে হ’ল বঙালমৰা ( পূব ডিক্ৰং) সমষ্টিত কৃষ্ণ হাজৰিকা, পাভ লালুক সমষ্টিত মহেন্দ্ৰ শইকীয়া, মহিলাৰ বাবে সংৰক্ষিত লক্ষীমপুৰ পূব সমষ্টিত তুলুমণি সোণোৱাল বৰা, বিহপুৰীয়া ( দক্ষিণ) সমষ্টিত ৰাজ কুমাৰ বৰা আৰু জকাইপেলুৱা হাৰমতী সমষ্টিত অপূৰ্ব হাজৰিকাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

ধেমাজি জিলাৰ একমাত্ৰ সমষ্টি ৰূপহী বৰগড়া সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে মৃদুপৱন বৰাক। ডিব্ৰুগড় জিলাত থকা ঠেঙাল পৰিষদীয় সমষ্টিৰ একমাত্ৰ সমষ্টি মেৰবিল নাহৰকটীয়া সমষ্টিৰ বাবে কংগ্ৰেছ দলে এতিয়াও প্ৰাৰ্থীত্ব চূড়ান্ত কৰা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM PRADESH CONGRESS COMMITTEEThengal Kachari Autonomous Council
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d