Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!

    অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

GST : দেশবাসীৰ মূৰত পুনৰ মাধমাৰ কেন্দ্ৰৰ

এটিএমৰ পৰা ধন উলিওৱাৰ পৰা এলপিজি চিলিণ্ডাৰলৈ অধিক ধন ভৰিব লাগিব গ্ৰহকে

publisher by publisher
December 29, 2021
in India, News
Reading Time: 1 min read
0
GST : দেশবাসীৰ মূৰত পুনৰ মাধমাৰ কেন্দ্ৰৰ
3
SHARES
27
VIEWS
ShareShareShareShare

আগন্তুক নৱবৰ্ষৰ আৰম্ভণিৰে পৰা নানা সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত বৃদ্ধি হ’ব জিএছটি (সামগ্ৰী আৰু সেৱা কৰ)ৰ হাৰ । অহা এক জানুৱাৰীৰ পৰাই এই কৰ বৃদ্ধি প্ৰৱৰ্তন হ’ব । কোনো কোনো ক্ষেত্ৰত নতুনকৈ পৰোক্ষ কৰ আৰোপ কৰা হ’ব । জোতা আৰু পোছাকৰ ক্ষেত্ৰত কৰৰ গাঁথনি সলনি হোৱাৰ ফলত সকলো ধৰণৰ জোতাত জিএছটিৰ হাৰ হ’ব ১২ শতাংশ । পূৰ্বতে এহেজাৰ টকাৰ কম মূল্যৰ জোতাৰ ক্ষেত্ৰত এই হাৰ আছিল পাঁচ শতাংশ । প্ৰস্তুত কৰা (ৰেডিমেড) পোছাকৰ ওপৰত ১২ শতাংশ কৰি আৰোপ কৰা হ’ব ।

ADVERTISEMENT

বৰ্তমানৰ গাঁথনি অনুসৰি এহেজাৰ টকা পৰ্যন্ত মূল্যৰ পোছাকত ক্ৰেতাই পাঁচ শতাংশ জিএছটি আদায় দিব লাগে । আনহাতে, কপাহী কাপোৰৰ বাহিৰে আন বস্ত্ৰৰ ক্ষেত্ৰত ১২ শতাংশ হাৰৰ জিএছটি কাৰ্যকৰী হ’ব আগন্তুক এক জানুৱাৰীৰ পৰা । এপ নিৰ্ভৰ বাহন সেৱাত পাঁচ শতাংশ হাৰত জিএছটি আৰোপৰ সিদ্ধান্ত লৈছে জিএছটি পৰিষদ আৰু কেন্দ্ৰীয় চৰকাৰে । এই পৰ্যন্ত এই ক্ষেত্ৰত কোনো কৰ আদায় দিব লগা নাছিল ।

RelatedPosts

‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

ক্ৰেতাৰ লগতে বিক্ৰেতা আৰু পৰিসেৱা সংস্থাৰ বাবেও নিয়ম সলনি হৈছে । জমেট’, ছুইগি আদিৰ দৰে এপ নিৰ্ভৰ খাদ্য সৰবৰাহ সেৱাত সংশ্লিষ্ট পৰিবহণ সংস্থাই পাঁচ শতাংশ হাৰৰ জিএছটি সিংগ্ৰহ কৰি চৰকাৰক জমা দিব লাগিব । সম্প্ৰতি এই কৰ ৰেস্তোৰাঁসমূহে জমা দিয়ে । তদুপৰি জিএছটি ফাকি আদি সংক্ৰান্তীয় প্ৰতাৰণা ৰোধ কৰিবলৈ কিছু নিয়ম সলনি কৰা হৈছে ।

ক’ভিড পৰিস্থিতিত দেশৰ বস্ত্ৰ আৰু হস্ততাঁত ‌উদ্যোগে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে জিএছটি পৰিষদে ৰেডিমেড পোছাক, বস্ত্ৰ আৰু জোতাৰ ওপৰত বৰ্তমানৰ পাঁচ শতাংশৰ পৰা ১২ শতাংশ‌লৈ জিএছটি বৃদ্ধি কৰাক লৈ তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । বস্ত্ৰ উদ্যোগীসকলে চৰকাৰৰ এনে সিদ্ধান্ত‌ই উদ্যোগৰ কফিনত শেষ গজাল মাৰিব বুলিও কৈছে । প্ৰস্তাৱিত জিএছটি আৰোপৰ ফলত সকলো ধৰণৰ বস্ত্ৰ আৰু নিৰ্মিত পোছাক অধিক ব্যয়বহুল হ’ব ।

ইপিনে, চৰকাৰী সূত্ৰত প্ৰকাশ যে ক’ভিডৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰ-ৰাজ্য চৰকাৰসমূহ ৰাজহৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । সেয়েহে এই কৰ বৃদ্ধিয়ে কেন্দ্ৰ‌লৈ সকাহ কঢ়িয়াব বুলি মন্তব্য কৰিছে । শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ শুল্ক হ্ৰাস কৰাৰ বাবে ৰাজহৰ ঘাটি হোৱা বুলি সূত্ৰত প্ৰকাশ । বৰ্ধিত জিএছটিৰ দ্বাৰা ৰাজহ ঘাটি পূৰণ কৰিব বুলি আশা কৰিছে চৰকাৰে ।

ইপিনে, বস্ত্ৰ উদ্যোগীসকলৰ মতে, চৰকাৰৰ এই সিদ্ধান্তই উদ্যোগৰ ৮৫ শতাংশ ক্ষতিগ্ৰস্ত কৰিব আৰু তৈয়াৰ হোৱা সামগ্ৰীৰ ক্ষেত্ৰত ৮০ শতাংশ ক্ষতি কৰিব । জিএছটি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ বস্ত্ৰ আৰু পোছাক নিৰ্মাণ উদ্যোগৰ লগতে ইয়াৰ আনুষংগিক উদ্যোগসমূহত মুঠ ১৫ লাখ লোকে জীৱিকাহীন হ’ব বুলিও আশংকাৰ সৃষ্টি হৈছে । মন কৰিবলগীয়া যে দেশৰ বস্ত্ৰ উদ্যোগৰ ৮০ শতাংশই আছে অসংগঠিত ক্ষেত্ৰত ।

১২ শতাংশলৈ জিএছটি বৃদ্ধিয়ে যন্ত্ৰচালিত আৰু হস্ত শিপিনীসকলক মোক্ষম আঘাত হানিব । বস্ত্ৰ উদ্যোগৰ স’তে জড়িত সূতা, পেকিং সামগ্ৰী আৰু ভাড়া আদিৰ অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত অনাগত ভৱিষ্যতত কাপোৰৰ মূল্য বজাৰত ১৫ৰ পৰা ২০ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে । ব্যৱসায়ীসকলে কয় যে যিসকল লোকে এহেজাৰ টকাৰ কম মূল্যৰ কাপোৰ ক্ৰয় কৰে তেওঁলোকে সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব ।

দেশৰ ব্যৱসায়ী মহলৰ সৰ্বোচ্চ সংগঠন কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক বস্ত্ৰ আৰু জোতা-চেণ্ডেলত জিএছটি আৰোপৰ বিষয়টো স্থগিত ৰাখিবলৈ এক পত্ৰযোগে দাবী জনায় । সংগঠনটোৱে পত্ৰত এনে‌ সিদ্ধান্ত অযুক্তিকৰ আৰু জিএছটি কৰ গাঁথনি বাহিৰৰ বুলিও কয় । ক’ভিডৰ দুটাকৈ ঢৌৱে বৃহৎ ক্ষতিসাধন কৰা দেশৰ ঘৰুৱা উদ্যোগে মূৰ দাঙি উঠিবলৈ চেষ্টা চলাই থকাৰ সময়তে এনে সিদ্ধান্ত পৰিহাৰ কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে পত্ৰত কয়, ‘এই কথা উল্লেখনীয় যে দেশজুৰি প্ৰতিমাহে জিএছটিৰ সংগ্ৰহ বৃদ্ধি পাইছে আৰু অংশীদাৰ গোটেইসমূহৰ স’তে কোনো ধৰণৰ আলোচনা নকৰাকৈ কৰ বৃদ্ধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱসায় প্ৰক্ৰিয়া সৰলীকৰণৰ বাবে জনোৱা আহ্বানৰ পৰিপন্থী হ’ব । সেয়েহে আমি এই কৰৰ হাৰ কিছু নিৰ্দিষ্ট সময়লৈ আৰোপ নকৰিবলৈ অনুৰোধ জনাইছো ।’ এই ব্যৱসায়ী সংগঠনটোৱে অপ্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় পৰিষদৰ অধ্যক্ষৰ অধ্যক্ষতাত ব্যৱসায়ী আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়ববীয়াই প্ৰতিনিধি সমন্বিতে এটা টাস্ক ফ’ৰ্চ গঠন কৰি বিতং আলোচনাৰ অন্তত ঐক্যমতত উপনীত হ’বলৈ চৰকাৰক আহ্বান জনায় ।

পত্ৰত তেওঁলোকে কয়, ‘এই কৰে বৃদ্ধিয়ে ঘৰুৱা ব্যৱসায়ক কেৱল ক্ষতিগ্ৰস্ত কৰাতে ক্ষান্ত‌ নাথাকে । ইয়াৰ দ্বাৰা ৰপ্তানি অতিকৈ ক্ষতিগ্ৰস্ত হ’ব । ইতিমধ্যে ভিয়েটনাম, ইণ্ডোনেছিয়া, বাংলাদেশ আৰু চীন আদি দেশৰ স’তে ভাৰতৰ বস্ত্ৰ উদ্যোগ সমৰ্থবান স্থিতিত নাই । চৰকাৰে এহাতে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ কথা কয়, আনহাতে এনে উচ্চ হাৰৰ কৰে আৰোপ কৰি অনিশ্চয়তা আৰু গোমা পৰিৱেশৰ সৃষ্টি কৰে ।’

বস্ত্ৰ নিৰ্মাতা আন উদ্যোগ সংস্থাসমূহেও জিএছটি বৃদ্ধিৰ সিদ্ধান্তত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । ইয়াৰ দ্বাৰা সাধাৰণ মানুহৰ ওপৰত বোজাৰ সৃষ্টি হোৱাৰ উপৰি ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যম শ্ৰেণী (এম‌এছ‌এম‌ই)ৰ উদ্যোগ খণ্ড ক্ষতিৰ সন্মুখীন হ’ব বুলি উদ্বেগ প্ৰকাশ কৰে ব্যৱসায়ী মহলে ।

মন কৰিবলগীয়া যে বিগত বৰ্ষত কপাহৰ মূল্য ৭০ শতাংশ বৃদ্ধি পোৱাৰ ফলত পোছাকৰ লক্ষ্যণীয় মূল্যবৃদ্ধি হৈছে । আন এক মূল্যবৃদ্ধিয়ে ইয়াত অধিক মাধমাৰ শোধাব বুলি কয় ব্যৱসায়ী মহলে । সেয়েহে এই কৰ আৰোপ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে চৰকাৰক । ইতিমধ্যে বস্ত্ৰ ব্যৱসায়ীসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু অধিক কঠোৰ আন্দোলনৰ ভাবুকি দিছে । বস্ত্ৰ ব্যৱসায়ীসকলৰ দাবী অনুসৰি, এই কৰ বৃদ্ধিৰ ফলত নৱবৰ্ষত মানুহৰ ওপৰত প্ৰায় ২১শ কোটিৰ অতিৰিক্ত বোজা জাপি দিয়া হ’ব । ইতিমধ্যে ইন্ধনৰ বৰ্ধিত মূল্যৰ ফলত পৰিবহণ ব্যয় লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে । সেয়েহে জিএছটি বৃদ্ধি বস্ত্ৰ, হস্ততাঁত আৰু ৰেডিমেড পোছাকৰ বাবে মাৰাত্মক হ’ব বুলি ব্যৱসায়ীমহলে কয় ।

ইপিনে, নৱবৰ্ষ‌ই সাধাৰণ মানুহৰ জীৱনলৈ প্ৰত্যক্ষভাৱে কঠিন পৰিস্থিতি কঢ়িয়াই আনিব বুলি কোৱা হৈছে । কিয়নো এটিএমৰ পৰা ধন উলিয়াবৰ বাবেও নিয়ম-নীতি সলনি হ’ব । একেদৰে এলপিজি চিলিণ্ডাৰৰ মূল্য‌ও বৃদ্ধিৰ সম্ভাৱনা আছে । অহা জানুৱাৰীৰ পৰা যদিহে মাহেকীয়া বিনামূলীয়া সৰবৰাহৰ সীমাৰেখা অতিক্ৰম কৰে তেন্তে গ্ৰাহকে এটিএমৰ পৰা ধন উলিয়াওতে প্ৰতিবাৰে বৰ্তমানৰ ২০ টকাৰ সলনি ২১ টকা আদায় দিব লাগিব ।

আনহাতে, যিসকল ব্যৱসায়ীয়ে মাহেকীয়াকৈ জিএছটি আদায়ত ব্যৰ্থ হয় তেওঁলোকে জিএছটিআৰ-১ৰ বিক্ৰীৰ ৰিটাৰ্ণ আদায় দিব নোৱাৰিব । অৰ্থাৎ মাহিলি জিএছটি আদায় দিব নোৱাৰিলে জিএছটি ৰিটাৰ্ণ-১ ফাইলৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব । অলপতে এই সিদ্ধান্ত জিএছটি পৰিষদে গঠন কৰিছে । একেদৰে অহা জানুৱাৰীত এলপিজি গেছৰ মূল্য‌ও বৃদ্ধিৰ সম্ভাৱনা আছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Goods and Services Taxindia
publisher

publisher

Related Posts

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
News

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
India

ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!
India

অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!

May 14, 2025
অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!
India

অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d