Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

GST : দেশবাসীৰ মূৰত পুনৰ মাধমাৰ কেন্দ্ৰৰ

এটিএমৰ পৰা ধন উলিওৱাৰ পৰা এলপিজি চিলিণ্ডাৰলৈ অধিক ধন ভৰিব লাগিব গ্ৰহকে

publisher by publisher
December 29, 2021
in India, News
Reading Time: 1 min read
0
GST : দেশবাসীৰ মূৰত পুনৰ মাধমাৰ কেন্দ্ৰৰ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

আগন্তুক নৱবৰ্ষৰ আৰম্ভণিৰে পৰা নানা সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত বৃদ্ধি হ’ব জিএছটি (সামগ্ৰী আৰু সেৱা কৰ)ৰ হাৰ । অহা এক জানুৱাৰীৰ পৰাই এই কৰ বৃদ্ধি প্ৰৱৰ্তন হ’ব । কোনো কোনো ক্ষেত্ৰত নতুনকৈ পৰোক্ষ কৰ আৰোপ কৰা হ’ব । জোতা আৰু পোছাকৰ ক্ষেত্ৰত কৰৰ গাঁথনি সলনি হোৱাৰ ফলত সকলো ধৰণৰ জোতাত জিএছটিৰ হাৰ হ’ব ১২ শতাংশ । পূৰ্বতে এহেজাৰ টকাৰ কম মূল্যৰ জোতাৰ ক্ষেত্ৰত এই হাৰ আছিল পাঁচ শতাংশ । প্ৰস্তুত কৰা (ৰেডিমেড) পোছাকৰ ওপৰত ১২ শতাংশ কৰি আৰোপ কৰা হ’ব ।

ADVERTISEMENT

বৰ্তমানৰ গাঁথনি অনুসৰি এহেজাৰ টকা পৰ্যন্ত মূল্যৰ পোছাকত ক্ৰেতাই পাঁচ শতাংশ জিএছটি আদায় দিব লাগে । আনহাতে, কপাহী কাপোৰৰ বাহিৰে আন বস্ত্ৰৰ ক্ষেত্ৰত ১২ শতাংশ হাৰৰ জিএছটি কাৰ্যকৰী হ’ব আগন্তুক এক জানুৱাৰীৰ পৰা । এপ নিৰ্ভৰ বাহন সেৱাত পাঁচ শতাংশ হাৰত জিএছটি আৰোপৰ সিদ্ধান্ত লৈছে জিএছটি পৰিষদ আৰু কেন্দ্ৰীয় চৰকাৰে । এই পৰ্যন্ত এই ক্ষেত্ৰত কোনো কৰ আদায় দিব লগা নাছিল ।

ক্ৰেতাৰ লগতে বিক্ৰেতা আৰু পৰিসেৱা সংস্থাৰ বাবেও নিয়ম সলনি হৈছে । জমেট’, ছুইগি আদিৰ দৰে এপ নিৰ্ভৰ খাদ্য সৰবৰাহ সেৱাত সংশ্লিষ্ট পৰিবহণ সংস্থাই পাঁচ শতাংশ হাৰৰ জিএছটি সিংগ্ৰহ কৰি চৰকাৰক জমা দিব লাগিব । সম্প্ৰতি এই কৰ ৰেস্তোৰাঁসমূহে জমা দিয়ে । তদুপৰি জিএছটি ফাকি আদি সংক্ৰান্তীয় প্ৰতাৰণা ৰোধ কৰিবলৈ কিছু নিয়ম সলনি কৰা হৈছে ।

ক’ভিড পৰিস্থিতিত দেশৰ বস্ত্ৰ আৰু হস্ততাঁত ‌উদ্যোগে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে জিএছটি পৰিষদে ৰেডিমেড পোছাক, বস্ত্ৰ আৰু জোতাৰ ওপৰত বৰ্তমানৰ পাঁচ শতাংশৰ পৰা ১২ শতাংশ‌লৈ জিএছটি বৃদ্ধি কৰাক লৈ তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । বস্ত্ৰ উদ্যোগীসকলে চৰকাৰৰ এনে সিদ্ধান্ত‌ই উদ্যোগৰ কফিনত শেষ গজাল মাৰিব বুলিও কৈছে । প্ৰস্তাৱিত জিএছটি আৰোপৰ ফলত সকলো ধৰণৰ বস্ত্ৰ আৰু নিৰ্মিত পোছাক অধিক ব্যয়বহুল হ’ব ।

ইপিনে, চৰকাৰী সূত্ৰত প্ৰকাশ যে ক’ভিডৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰ-ৰাজ্য চৰকাৰসমূহ ৰাজহৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । সেয়েহে এই কৰ বৃদ্ধিয়ে কেন্দ্ৰ‌লৈ সকাহ কঢ়িয়াব বুলি মন্তব্য কৰিছে । শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ শুল্ক হ্ৰাস কৰাৰ বাবে ৰাজহৰ ঘাটি হোৱা বুলি সূত্ৰত প্ৰকাশ । বৰ্ধিত জিএছটিৰ দ্বাৰা ৰাজহ ঘাটি পূৰণ কৰিব বুলি আশা কৰিছে চৰকাৰে ।

ইপিনে, বস্ত্ৰ উদ্যোগীসকলৰ মতে, চৰকাৰৰ এই সিদ্ধান্তই উদ্যোগৰ ৮৫ শতাংশ ক্ষতিগ্ৰস্ত কৰিব আৰু তৈয়াৰ হোৱা সামগ্ৰীৰ ক্ষেত্ৰত ৮০ শতাংশ ক্ষতি কৰিব । জিএছটি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ বস্ত্ৰ আৰু পোছাক নিৰ্মাণ উদ্যোগৰ লগতে ইয়াৰ আনুষংগিক উদ্যোগসমূহত মুঠ ১৫ লাখ লোকে জীৱিকাহীন হ’ব বুলিও আশংকাৰ সৃষ্টি হৈছে । মন কৰিবলগীয়া যে দেশৰ বস্ত্ৰ উদ্যোগৰ ৮০ শতাংশই আছে অসংগঠিত ক্ষেত্ৰত ।

১২ শতাংশলৈ জিএছটি বৃদ্ধিয়ে যন্ত্ৰচালিত আৰু হস্ত শিপিনীসকলক মোক্ষম আঘাত হানিব । বস্ত্ৰ উদ্যোগৰ স’তে জড়িত সূতা, পেকিং সামগ্ৰী আৰু ভাড়া আদিৰ অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত অনাগত ভৱিষ্যতত কাপোৰৰ মূল্য বজাৰত ১৫ৰ পৰা ২০ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে । ব্যৱসায়ীসকলে কয় যে যিসকল লোকে এহেজাৰ টকাৰ কম মূল্যৰ কাপোৰ ক্ৰয় কৰে তেওঁলোকে সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব ।

দেশৰ ব্যৱসায়ী মহলৰ সৰ্বোচ্চ সংগঠন কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক বস্ত্ৰ আৰু জোতা-চেণ্ডেলত জিএছটি আৰোপৰ বিষয়টো স্থগিত ৰাখিবলৈ এক পত্ৰযোগে দাবী জনায় । সংগঠনটোৱে পত্ৰত এনে‌ সিদ্ধান্ত অযুক্তিকৰ আৰু জিএছটি কৰ গাঁথনি বাহিৰৰ বুলিও কয় । ক’ভিডৰ দুটাকৈ ঢৌৱে বৃহৎ ক্ষতিসাধন কৰা দেশৰ ঘৰুৱা উদ্যোগে মূৰ দাঙি উঠিবলৈ চেষ্টা চলাই থকাৰ সময়তে এনে সিদ্ধান্ত পৰিহাৰ কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে পত্ৰত কয়, ‘এই কথা উল্লেখনীয় যে দেশজুৰি প্ৰতিমাহে জিএছটিৰ সংগ্ৰহ বৃদ্ধি পাইছে আৰু অংশীদাৰ গোটেইসমূহৰ স’তে কোনো ধৰণৰ আলোচনা নকৰাকৈ কৰ বৃদ্ধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱসায় প্ৰক্ৰিয়া সৰলীকৰণৰ বাবে জনোৱা আহ্বানৰ পৰিপন্থী হ’ব । সেয়েহে আমি এই কৰৰ হাৰ কিছু নিৰ্দিষ্ট সময়লৈ আৰোপ নকৰিবলৈ অনুৰোধ জনাইছো ।’ এই ব্যৱসায়ী সংগঠনটোৱে অপ্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় পৰিষদৰ অধ্যক্ষৰ অধ্যক্ষতাত ব্যৱসায়ী আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়ববীয়াই প্ৰতিনিধি সমন্বিতে এটা টাস্ক ফ’ৰ্চ গঠন কৰি বিতং আলোচনাৰ অন্তত ঐক্যমতত উপনীত হ’বলৈ চৰকাৰক আহ্বান জনায় ।

পত্ৰত তেওঁলোকে কয়, ‘এই কৰে বৃদ্ধিয়ে ঘৰুৱা ব্যৱসায়ক কেৱল ক্ষতিগ্ৰস্ত কৰাতে ক্ষান্ত‌ নাথাকে । ইয়াৰ দ্বাৰা ৰপ্তানি অতিকৈ ক্ষতিগ্ৰস্ত হ’ব । ইতিমধ্যে ভিয়েটনাম, ইণ্ডোনেছিয়া, বাংলাদেশ আৰু চীন আদি দেশৰ স’তে ভাৰতৰ বস্ত্ৰ উদ্যোগ সমৰ্থবান স্থিতিত নাই । চৰকাৰে এহাতে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ কথা কয়, আনহাতে এনে উচ্চ হাৰৰ কৰে আৰোপ কৰি অনিশ্চয়তা আৰু গোমা পৰিৱেশৰ সৃষ্টি কৰে ।’

বস্ত্ৰ নিৰ্মাতা আন উদ্যোগ সংস্থাসমূহেও জিএছটি বৃদ্ধিৰ সিদ্ধান্তত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । ইয়াৰ দ্বাৰা সাধাৰণ মানুহৰ ওপৰত বোজাৰ সৃষ্টি হোৱাৰ উপৰি ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যম শ্ৰেণী (এম‌এছ‌এম‌ই)ৰ উদ্যোগ খণ্ড ক্ষতিৰ সন্মুখীন হ’ব বুলি উদ্বেগ প্ৰকাশ কৰে ব্যৱসায়ী মহলে ।

মন কৰিবলগীয়া যে বিগত বৰ্ষত কপাহৰ মূল্য ৭০ শতাংশ বৃদ্ধি পোৱাৰ ফলত পোছাকৰ লক্ষ্যণীয় মূল্যবৃদ্ধি হৈছে । আন এক মূল্যবৃদ্ধিয়ে ইয়াত অধিক মাধমাৰ শোধাব বুলি কয় ব্যৱসায়ী মহলে । সেয়েহে এই কৰ আৰোপ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে চৰকাৰক । ইতিমধ্যে বস্ত্ৰ ব্যৱসায়ীসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু অধিক কঠোৰ আন্দোলনৰ ভাবুকি দিছে । বস্ত্ৰ ব্যৱসায়ীসকলৰ দাবী অনুসৰি, এই কৰ বৃদ্ধিৰ ফলত নৱবৰ্ষত মানুহৰ ওপৰত প্ৰায় ২১শ কোটিৰ অতিৰিক্ত বোজা জাপি দিয়া হ’ব । ইতিমধ্যে ইন্ধনৰ বৰ্ধিত মূল্যৰ ফলত পৰিবহণ ব্যয় লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে । সেয়েহে জিএছটি বৃদ্ধি বস্ত্ৰ, হস্ততাঁত আৰু ৰেডিমেড পোছাকৰ বাবে মাৰাত্মক হ’ব বুলি ব্যৱসায়ীমহলে কয় ।

ইপিনে, নৱবৰ্ষ‌ই সাধাৰণ মানুহৰ জীৱনলৈ প্ৰত্যক্ষভাৱে কঠিন পৰিস্থিতি কঢ়িয়াই আনিব বুলি কোৱা হৈছে । কিয়নো এটিএমৰ পৰা ধন উলিয়াবৰ বাবেও নিয়ম-নীতি সলনি হ’ব । একেদৰে এলপিজি চিলিণ্ডাৰৰ মূল্য‌ও বৃদ্ধিৰ সম্ভাৱনা আছে । অহা জানুৱাৰীৰ পৰা যদিহে মাহেকীয়া বিনামূলীয়া সৰবৰাহৰ সীমাৰেখা অতিক্ৰম কৰে তেন্তে গ্ৰাহকে এটিএমৰ পৰা ধন উলিয়াওতে প্ৰতিবাৰে বৰ্তমানৰ ২০ টকাৰ সলনি ২১ টকা আদায় দিব লাগিব ।

আনহাতে, যিসকল ব্যৱসায়ীয়ে মাহেকীয়াকৈ জিএছটি আদায়ত ব্যৰ্থ হয় তেওঁলোকে জিএছটিআৰ-১ৰ বিক্ৰীৰ ৰিটাৰ্ণ আদায় দিব নোৱাৰিব । অৰ্থাৎ মাহিলি জিএছটি আদায় দিব নোৱাৰিলে জিএছটি ৰিটাৰ্ণ-১ ফাইলৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব । অলপতে এই সিদ্ধান্ত জিএছটি পৰিষদে গঠন কৰিছে । একেদৰে অহা জানুৱাৰীত এলপিজি গেছৰ মূল্য‌ও বৃদ্ধিৰ সম্ভাৱনা আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Goods and Services Taxindia
publisher

publisher

Related Posts

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

September 2, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d