- এবছৰ আগত কেনেকৈ গম পালে সকলো ঠিক হৈ আছে বুলি, সৰৱজানৰ দৰে কথা কৈছে মুখ্যমন্ত্ৰীয়ে ।
- মে’ত নিৰ্বাচনী ফলাফল উলাইছে, এবছৰ আগতে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে ৰাজ্যসভাত কাৰ কিমান ভোট থাকিব ।
- মুখ্যমন্ত্ৰীৰ মন্তব্য কৌতুক হে, গুৰুত্ব দিবলগীয়া নাই ।
- হৰ্চট্ৰেডিঙৰ গাড়ী চালক হিমন্ত বিশ্ব শৰ্মা, লাইব্ৰেৰীত পুৰণি ভিজুৱেলত বিচাৰি পাব, এতিয়াটো তেওঁ মুখ্যমন্ত্ৰীয়ে ।
- বিপিএফৰ লগত মিত্ৰতা হোৱাটো মই মনেপ্ৰাণে বিচৰা নাছিলো ।
- বাধ্যবাধকতাত পৰি বিপিএফক লগত লৈ আমাৰো ভোট নষ্ট হৈছে ।
- মোৰ লগতে বহু ৰাজনৈতিক নেতা, সাংবাদিকৰ ফোন টেপিং হৈ আছে বুলি সন্দেহ ।
- পুলিচ প্ৰশাসনৰ হতুৱাই ফোন টেপিং কৰোৱাইছে মুখ্যমন্ত্ৰীয়ে ।
ADVERTISEMENT