Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিমানকোঠত সহযোগ নকৰিলে ক্ষতি হ’ব গাঁওবাসীৰ : সকীয়নী আদানীৰ

publisher by publisher
January 29, 2022
in Assam, News
Reading Time: 1 min read
0
বিমানকোঠত সহযোগ নকৰিলে ক্ষতি হ’ব গাঁওবাসীৰ : সকীয়নী আদানীৰ
2
SHARES
19
VIEWS
ShareShareShareShare

বৰঝাৰস্থিত লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানকোঠৰ দাঁতি- কাষৰীয়া গাঁও কৈটাসিদ্ধি আৰু ৰাইবড়ীৰ স্থানীয় বাসিন্দাৰ দীর্ঘদিনীয়া প্রতিবাদ আৰু আন্দোলনৰ অন্তত শুকুৰবাৰে শেহতীয়াকৈ বিমানকোঠৰ পৰিচালনাৰ দায়িত্ব লাভ কৰা আদানি গ্রুপে ঘােষণা কৰে যে উল্লেখিত গাঁও দুখনত ‘ফক লাইট’ নহয় ‘এপ্রােচ্ছ লাইটিং ছিষ্টেম’হে স্থাপন কৰা হ’ব যাৰ দ্বাৰা আশংকা কৰাৰ দৰে স্থানীয় লােকৰ কোনাে ক্ষতি নহয়।

ADVERTISEMENT

শেহতীয়াকৈ কৈটাসিদ্ধি আৰু ৰাইবড়ী গাঁৱৰ বাসিন্দাৰ মাজত সৃষ্টি হােৱা শংকাৰ সন্দৰ্ভত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ মুখ্য প্রশাসনিক বিষয়া উৎপল বাদল বৰুৱাই ‘দৈনিক অগ্রদূত’ক কয়, ‘কৈটাসিদ্ধি আৰু ৰাইবড়ীত একাংশই ‘ফক লাইট’ স্থাপন কৰা হ’ব বুলি মিছা বাতৰি বিয়পাইছে আৰু তাৰ দ্বাৰা গাঁওবাসীক বিভ্রান্তিৰ মাজলৈ ঠেলি দিয়া হৈছে।

RelatedPosts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

আমাৰ তেনে কোনাে পদক্ষেপ হাতত নাই। আমি কেৱল ‘এপ্রােচ্ছ লাইটিং ছিষ্টেম স্থাপন কৰিম আৰু তাৰ দ্বাৰা স্থানীয় লােকৰ কোনাে ধৰণৰ হানি-বিঘিনি নহয়। ‘বিশ্বৰ প্ৰায়বােৰ দেশৰ বিমানকোঠত ‘এপােচ্ছ লাইটিং ছিষ্টেম স্থাপন কৰা হৈছে আৰু তাৰ দ্বাৰা কোনাে ধৰণৰ ক্ষতিৰ প্রমাণ নাই বুলি দাবী কৰি বৰুৱাই কয় যে বর্তমান বৰঝাৰ বিমানকোঠত স্থাপন কৰা ‘এপ্রােচ্ছ লাইটিং ছিষ্টেম’ৰ পৰিসীমা মাত্র ১৮০ মিটাৰ কিন্তু তাৰ বিপৰীতে প্রয়ােজন আছে অন্ততঃ নশ মিটাৰ।

মাত্র ১৮০ মিটাৰ পৰিসীমাৰ ‘এপ্রােচ্ছ লাইটিং ছিষ্টেম’ত স্বাভাৱিকভাৱে বিমান এখন অৱতৰণ কৰাত যথেষ্ট অসুবিধা আছে বুলি উল্লেখ কৰি মুখ্য প্রশাসনিক বিষয় বাই কয় যে পূর্বে বিমানকোঠ প্রাধিকৰণে ‘এপ্রােচ্ছ লাইটিং ছিষ্টেম’ৰ পৰিসীমা নশ মিটাৰলৈ বৃদ্ধি কৰিবলৈ চেষ্ট কৰিছিল যদিও তাৰ বাবে স্থানীয় লােকৰ ভূমি অধিগ্রহণ কৰিব লাগিলহেঁতেন, সেই হেতুকে উদ্দেশ্যত সফল হ’ব নােৱাৰিলে।

তেওঁ কয়, স্থানীয় মানুহখিনিক যাতে উচ্ছেদ কৰিবলগীয়া নহয় তাৰ বাবে আমি সম্প্রতি ‘এলিভেটেড’ পদ্ধতিৰে এপ্রােচ্ছ লাইটিং ছিষ্টেম স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছাে। এই পদ্ধতিত মাত্র এটা খুটাৰ ওপৰত বিশেষ আকৃতিৰে পােহৰ স্থাপন কৰিম। বর্তমানৰ ব্যৱস্থাত কম পােহৰত, বিশেষকৈ পুৱা আৰু আবেলি বিমান এখনে অৱতৰণ কৰাত যথেষ্ট অসুবিধা আছে।

ন্যূনতম মাটিকালিত খুঁটা বহুৱাই’ লাইটিং’ স্থাপন কৰাটোৱেই একমাত্র উপায় বুলি উল্লেখ কৰি বৰুৱাই কয় যে মাটিৰ মালিকক খুটাটো চোৱা-চিতা কৰাৰ বাবদ কর্তৃপক্ষই উপযুক্ত মাননি দিব। তেওঁ কয়, এই ব্যৱস্থাতাে যদি স্থানীয় বাসিন্দাই আমাক সহযােগ নকৰে তেন্তে পৰৱর্তী পদক্ষেপত তেওঁলােকৰ যথেষ্ট ক্ষতি হ’ব।

কিয়নাে ‘এলিভেটেভ’ পদ্ধতিৰ এপ্রােচ্ছ লাইটিং ছিষ্টেম স্থাপন কৰিবলৈ নিদিলে স্থানীয় বাসিন্দাৰ স্থানান্তৰকৰণেই শেষ উপায় হ’ব। ‘সম্প্রতি কৈটাসিদ্ধিত ‘এপােচ্ছ লাইটিং ছিষ্টেম ‘স্থাপন কৰিলে অতি কমেও ৫৫০ মিটাৰ পৰিসীমা পর্যন্ত বিমানৰ অৱতৰণত সহায়ক হ’ব বুলিও তেওঁ উল্লেখ কৰে।

বৰুৱাই লগতে কয়, ‘ন্যূনতম মণিব পৰা দূৰত্বত আচলতে আমাক ১৩শ মিটাৰ পৰিসীমাৰ ‘এপােচ্ছ লাইটিং ছিষ্টেম’ লাগে। তেতিয়া আমি সকলাে সময়তে বিমান অৱতৰণৰ কাৰণে স্থান নির্ধাৰণ কৰি দিব পাৰিম। অন্যথা বিমানকোঠৰ উত্তৰণ আৰু সম্প্ৰসাৰণত যথেষ্ট অসুবিধা আহি পৰিব। পাৰস্পৰিক সহযােগিতা আৰু বুজাপৰা নাথাকিলে আমি পৰৱৰ্তী সময়ত একপক্ষীয় সিদ্ধান্ত ল’বলৈ বাধ্য হ’ম।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBorjharGuwahatiguwahati airport
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d