Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মহেন শইকীয়াৰ ‘গুৰু প্ৰণাম দুৰ্বানন্দ গগৈ’ আৰু ‘মহিমামণ্ডিত খনিকৰ পুথি আৰু অন্যান্য’ উন্মোচন

publisher by publisher
January 31, 2022
in Assam, News
Reading Time: 1 min read
0
মহেন শইকীয়াৰ ‘গুৰু প্ৰণাম দুৰ্বানন্দ গগৈ’ আৰু ‘মহিমামণ্ডিত খনিকৰ পুথি আৰু অন্যান্য’ উন্মোচন
3
SHARES
28
VIEWS
ShareShareShareShare

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, ৰাজ্যিক কৃতী শিক্ষক সন্মানেৰে সন্মানিত তথা লেখক মহেন শইকীয়াৰ ‘গুৰু প্ৰণাম দুৰ্বানন্দ গগৈ’ আৰু ‘মহিমা মণ্ডিত খনিকৰ পুথি আৰু অন্যান্য’ শীৰ্ষক দুয়োখন গ্ৰন্থ আজি উন্মোচন কৰা হয়।

ADVERTISEMENT

কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ উদ্যোগত সংস্থাৰ সভাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখিকা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্রী তথা অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ আৰু বিশিষ্ট লেখক- শিক্ষক জিতেন হাজৰিকাই গোলাঘাটৰ সৰস্বতী প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা উল্লিখিত গ্ৰন্থ দুখন উন্মোচন কৰে।

RelatedPosts

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

দুয়োগৰাকী উন্মোচকে নিজৰ ভাষণত কয় যে কমাৰগাঁও অঞ্চলত প্ৰাথমিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব ভূমিকা গ্ৰহণ কৰা তথা ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত প্ৰয়াত দুৰ্বানন্দ গগৈৰ জীৱন পৰিক্ৰমাক লৈ ৰচনা কৰা ‘গুৰু প্ৰণাম দুৰ্বানন্দ গগৈ’ গ্ৰন্থখনে বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনকো নতুনকৈ চোৱাৰ অৱকাশ দিব।

এই মহান শিক্ষকগৰাকীৰ প্ৰতি ছাত্ৰ মহেন শইকীয়াই যি গুৰুপ্ৰণাম যাচিছে সেয়া সকলোৰে বাবে অনুকৰণীয়। উন্মোচকদ্বয়ে দুয়োখন গ্ৰন্থ পঢ়ুৱৈয়ে আদৰি ল’ব বুলিও আশা প্ৰকাশ কৰে।

অনুষ্ঠানত দুৰ্বানন্দ গগৈৰ সহধৰ্মীনী কুঞ্জ গগৈয়ে প্ৰয়াত স্বামীক লৈ ৰচিত গ্ৰন্থখনৰ লেখক মহেন শইকীয়াক কৃতজ্ঞতা জনায়। কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ সম্পাদক পৱন কামানে আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধৰ্মেশ্বৰ হাজৰিকা,জ্যেষ্ঠ সাংবাদিকদ্বয় বুবুল দত্ত, প্ৰদীপ বৰা, সাংবাদিক-নাট্যকাৰ অমৰ শৰ্মাকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

ইপিনে উক্ত অনুষ্ঠানতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা গ্ৰন্থ, জাতীয় বস্ত্ৰ আৰু পৰম হিতৈষী সদস্য বৰণ-পত্ৰ লেখক মহেন শইকীয়াক প্ৰদান কৰে।অনুষ্ঠানত অশ্লেষা শইকীয়া আৰু নীল হাজৰিকাই গীত পৰিৱেশনেৰে সকলোকে আপ্লুত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBokakhatKamargaon
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d