Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

    ‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

    Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

    এডভান্টেজ কাৰ ?

    এডভান্টেজ কাৰ ?

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নৃত্য-গীতহে নিৰ্বাচনী প্রচাৰৰ ‘ট্ৰেণ্ড’

বৰপেটাৰ পৰা যোৰহাটলৈ-নলবাৰীৰ পৰা তেজপুৰলৈ, সাধাৰণ ভোটাৰৰ মাজত প্ৰতিক্ৰিয়া

publisher by publisher
March 1, 2022
in Uncategorized
Reading Time: 1 min read
0
নৃত্য-গীতহে নিৰ্বাচনী প্রচাৰৰ ‘ট্ৰেণ্ড’
0
SHARES
4
VIEWS
ShareShareShareShare

অহা ছয় মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৮০খন পৌৰসভা অঞ্চলত প্ৰচাৰ অভিযান তুংগত উঠিছে । প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰৰ্থীয়ে দিন-ৰাতি একাকাৰ কৰি সাংসদীয় গণতান্ত্ৰৰ একেবাৰে তৃণমূলৰ এই নিৰ্বাচনৰ বাবে সাজু হৈছে । তাৰ মাজতে একাংশ প্ৰাৰ্থীয়ে ভোটাৰক আকৰ্ষণ কৰিবলৈ ন ন কৌশলো গ্ৰহণ কৰিছে ।

ADVERTISEMENT

কৰ’বাত যদি প্ৰাৰ্থীয়ে নাচি বাগি ভোটাৰৰ মন পাবলৈ চেষ্টা কৰিছে আন কৰ’বাত আকৌ ভোজ ভাতৰ আয়োজন কৰিছে । আনকি ভোটাৰৰ ঘৰত মাছ-মাংসৰো যোগান ধৰিছে অত্যুৎসাহী প্ৰাৰ্থীয়ে । কেতিয়াও এষাৰ মাত নিদিয়া ঘৰৰ কাষৰ মানুহজনকো একমাত্ৰ ভোটৰ স্বাৰ্থতে যদি কোনো প্ৰাৰ্থীয়ে ভৰি চুই সেৱা কৰিছে, কোনোৱে আকৌ আপোন দেখুৱাবলৈ বলপূৰ্বক ভোটাৰৰ পাকঘৰলৈ সোমাই গৈ চাহৰ জুতি লৈছে । বহুতে আকৌ বেণ্ডপাৰ্টি লৈ, ঢোলে-ডগৰেও প্ৰচাৰলৈ ওলাইছে । তাৰে বহুতে নিৰ্বাচনত জয়যুক্ত হ’লে নিজৰ ৱাৰ্ডটোৰ বাবে কিনো কৰিব সেই সম্পৰ্কত কোনো ধাৰণাই নাই । অৱশ্যে ভোটাৰক আকৰ্ষণৰ উদ্ভাৱনী কৌশল লোৱা বহু প্ৰাৰ্থী সামাজিকভাৱে যথেষ্ট সচেতন ।

RelatedPosts

ঘোষণা কৰা হ’ল মণিপুৰ প্ৰেছ ক্লাৱৰ নিৰ্বাচনী ফলাফল!

Delhi assembly election:ৰাজধানীত পৰিবৰ্তন ! ৭০ খন আসনেৰে দিল্লী বিধানসভাৰ ভাগ্য পৰীক্ষা

Asim Sahitya Sabha:অসম সাহিত্য সভাক ব্যক্তিগত স্বাৰ্থত কুক্ষিগত কৰাৰ যুঁজ-বাগৰ

শতিকা পুৰণি বৰপেটা পৌৰসভাৰ উল্লেখযোগ্য এটা ৱাৰ্ড হ’ল তিনি নম্বৰ ৱাৰ্ড । ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ অৱস্থিত ৱাৰ্ডটোৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী খনিন্দ্ৰ দাস । প্ৰাৰ্থীজনে বৰপেটাৰ বিখ্যাত হোলী গীত পৰিবেশন কৰি ৱাৰ্ডটোত ভোট বিচাৰিছে । প্ৰচাৰৰ এই কৌশল সন্দৰ্ভত প্ৰাৰ্থীজনে কয়, ‘মোৰ নিৰ্বাচনী ক্ষেত্ৰখনতে বৰপেটা সত্ৰ অৱস্থিত । কেইদিনমান পাছতে অনুষ্ঠিত হ’ব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ । তাৰ বাবে বৰপেটাত ইতিমধ্যে হাটীয়ে হাটীয়ে হোলীগীতৰ লহৰ উঠিছে । কাৰণ হোলীগীতৰ লগত বৰপেটাবাসীৰ কি আত্মিক সম্পৰ্ক তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি । সেই কাৰণে ম‌ই পথে পথে হোলীগীত গাই নিৰ্বাচনী প্ৰচাৰ চলাইছো । ৰাইজৰ পৰাও যথেষ্ট সঁহাৰি পাইছো । বৰপেটাত ময়েই প্ৰথমে হোলীগীত গাই নিৰ্বাচনী প্ৰচাৰ চলাইছো । ৰাইজৰ পৰাও যথেষ্ট সঁহাৰি পাইছো । বৰপেটাত ময়েই প্ৰথমে হোলীগীত গাই নিৰ্বাচনী প্ৰচাৰ চলাইছো ।’ নিৰ্বাচনী প্রচাৰত আকৰ্ষণ আনিবলৈকে হোলীগীত পৰিবেশনত গুৰুত্ব দিয়া বুলি প্ৰাৰ্থীজনে জনায় ।

ইপিনে, নাচ-গানেৰে প্ৰচাৰ চলোৱা পৌৰসভাখনৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰৰ্থীয়ে মন্তব্য কৰে যে চলিত ‘ট্ৰেণ্ড’ৰ অনুকৰণতে তেওঁ গীতে-মাতে, নাচে-গানে প্ৰচাৰ চলাইছে । নাম প্ৰকাশত অনিচ্ছুক প্ৰাৰ্থীগৰাকীয়ে আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঙুলিয়াই কয়, ‘আমাৰ মুখ্যমন্ত্ৰীয়েও নিৰ্বাচনী প্ৰচাৰৰ সময়ত নাচে । সকলোৱে দেখিছে তেওঁৰ নাচ । এখন, দুখন নহয় প্ৰায় সকলো নিৰ্বাচনী সভাৰ মঞ্চত মুখ্যমন্ত্ৰীয়ে নাচে । তেৱেঁইতো এতিয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী । তাৰ মানে নাচ-গান কৰাটো নিৰ্বাচনী প্ৰচাৰত এতিয়া এটা ট্ৰেণ্ড হৈ পৰিছে ।’ মহিলা প্ৰৰ্থীগৰাকীয়ে তেওঁলোকৰ নেতাক অনুসৰণ কৰিয়েই নিজৰ প্ৰচাৰত তেনে কৌশল অৱলম্বন কৰা বুলি জনায় ।

তেজপুৰ পৌৰসভাৰ ১৬ নম্বৰ ৱাৰ্ডৰ বিজেপিৰ প্ৰাৰ্থী সান্তনা বিশ্বাসে ভোটাৰে বিচাৰিলেই এপাক বিহু নাচি আকৰ্ষণৰ চেষ্টা কৰি আহিছে । এনেদৰে অধিকাংশ পৌৰসভাতে ভোটাৰক আকৰ্ষণৰ বাবে একাংশ প্ৰাৰ্থীয়ে নানান কৌশলেৰে প্ৰচাৰ অব্যাহত ৰাখিছে । বিহু মাৰি ভোট বিচাৰি ফুৰিছে যোৰহাট পৌৰসভাৰ পাঁচ নম্বৰ ৱাৰ্ডৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ৰঞ্জিত শ‌ইকীয়াই । নলবাৰী পৌৰসভাৰ ১২ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী লীনা দাসে এই সম্পৰ্কত এনেদৰে মন্তব্য কৰে, ‘ নিৰ্বাচনী প্রচাৰৰ বাবে নৃত্য-গীত অপৰিহাৰ্য নহয়; কিন্তু সেয়া এক্সট্ৰা ব’নাচ । নিৰ্বাচনত ভোটাৰৰ ওচৰ চপাৰ বাবে বিভিন্ন কৌশল প্ৰয়োগ কৰিবলগা হয় । কিছুমানে ধনবল, কিছুমানে শাসক দলৰ ক্ষমতা আৰু কিছুমানে নিজস্ব কৌশল অৱলম্বন কৰে । মানুহ মাত্ৰে নৃত্য-গীতৰ প্ৰতি কিছু হ’লেও দুৰ্বলতা থাকে । এজন নিৰক্ষৰ, চৰকাৰী আঁচনি-পৰিকল্পনাৰ কথা নুবুজা ভোটাৰ আকৰ্ষিত হ’ব পাৰে নৃত্য-গীতৰ মাজেৰে । সেয়েহে যিসকল প্ৰাৰ্থীৰ এনে দক্ষতা আছে তেওঁলোকে ইয়াক ৰাজনৈতিক কৌশল হিচাপে ব্যৱহাৰ কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলায় । এয়া অৱশ্যে প্ৰাৰ্থীজনৰ বিজয়ৰ এক অৰ্হতা বুলি ক’ব নোৱাৰি । বৰঞ্চ এই কাৰ্য‌ই এই ব্যৱস্থা গ্ৰহণ কৰিব নোখোজা কোনো দক্ষ প্ৰাৰ্থীক ক্ষতি কৰাৰো সম্ভাৱনা থাকে ।’ উল্লেখ্য যে নলবাৰী জিলাতো একাংশ প্ৰাৰ্থীয়ে ভোটাৰক আকৰ্ষণৰ নানা কৌশল অৱলম্বন কৰি প্ৰচাৰ অব্যাহত ৰাখিছে ।

অৱশ্যে প্ৰাৰ্থীৰ এনে ধৰণৰ প্ৰচাৰক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । তেজপুৰ পৌৰসভাৰ ১০ নম্বৰ ৱাৰ্ডৰ অগপৰ প্ৰাৰ্থী পৰেশ নাথ ৰায়ে কয় যে ভোটাৰক আকৰ্ষণ কৰিবলৈ নাচ-গানৰ অৱশ্যক বুলি তেওঁ নাভাবে । নাথে কয়, ‘পৌৰসভা ৰাইজৰ এক স্থানীয় শাসন ব্যৱস্থা । ৰাইজৰ তথা অঞ্চলৰ সমস্যাৰ সমাধান আৰু উন্নয়নৰ পৰিকল্পনাই ইয়াৰ মূল লক্ষ্য গতিকে ইয়াত প্ৰাৰ্থীৰ কৰ্মদক্ষতা আৰু দূৰদৰ্শিতাহে প্ৰধান বিচাৰ্যৰ বিষয় হ’ব লাগে ।’ তেজপুৰ পৌৰসভাৰ এক নম্বৰ ৱাৰ্ডৰ বিজেপিৰ প্ৰাৰ্থী পৰিতোষ দে’ৰ মতে, পৌৰসভাৰ এগৰাকী প্ৰাৰ্থীৰ অৰ্হতা কেতিয়াও নাচ-গান নহয় । তেনে কাৰ্য কোনোবাই ভাল পালেও সকলোৱে ভাল নাপায় । প্ৰাৰ্থীজনে একোটা অঞ্চলৰ সমস্যাৰ বিষয়ে কিমান জানে আৰু ৰাইজৰ মতামতক কিমান গুৰুত্ব দিয়ে সেইটোহে সকলোৱে পৰীক্ষা কৰিব লাগে বুলিও দেই কয় । পৌৰসভাৰ পাঁচ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী নেপাল দাসে মন্তব্য কৰে যে নাচি-বাগি ভোট বিচৰাটোৱে এজন প্ৰাৰ্থীৰ প্ৰতিভা বা দক্ষতাৰ প্ৰমাণ নিদিয়ে । দাসে কয়, ‘প্ৰকৃততে ৱাৰ্ডৰ ৰাইজে অঞ্চলটোৰ বাবে কেনেদৰে কাম কৰাটো বিচাৰে আৰু তেওঁলোকৰ আশা পূৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰাৰ্থীজন উপযুক্ত হয় নে নহয় সেইটোহে ৰাইজে বাছি উলিওৱাত গুৰুত্ব দিব লাগে ।’

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Municipal ElectionElection
publisher

publisher

Related Posts

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
Uncategorized

মাজ আকাশতে দুৰ্যোগ!

April 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d