Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নৃত্য-গীতহে নিৰ্বাচনী প্রচাৰৰ ‘ট্ৰেণ্ড’

বৰপেটাৰ পৰা যোৰহাটলৈ-নলবাৰীৰ পৰা তেজপুৰলৈ, সাধাৰণ ভোটাৰৰ মাজত প্ৰতিক্ৰিয়া

publisher by publisher
March 1, 2022
in Uncategorized
Reading Time: 1 min read
0
নৃত্য-গীতহে নিৰ্বাচনী প্রচাৰৰ ‘ট্ৰেণ্ড’
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

কংগ্ৰেছৰ প্ৰায় ২০ গৰাকী প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিলে ফৰ্ম ‘এ’ আৰু ফৰ্ম ‘বি’ 

তৰুণ-তৰুণী ভোটাৰৰ মন আকৰ্ষণৰ চেষ্টা শাসক-বিৰোধী উভয়ৰে

অহা ছয় মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৮০খন পৌৰসভা অঞ্চলত প্ৰচাৰ অভিযান তুংগত উঠিছে । প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰৰ্থীয়ে দিন-ৰাতি একাকাৰ কৰি সাংসদীয় গণতান্ত্ৰৰ একেবাৰে তৃণমূলৰ এই নিৰ্বাচনৰ বাবে সাজু হৈছে । তাৰ মাজতে একাংশ প্ৰাৰ্থীয়ে ভোটাৰক আকৰ্ষণ কৰিবলৈ ন ন কৌশলো গ্ৰহণ কৰিছে ।

ADVERTISEMENT

কৰ’বাত যদি প্ৰাৰ্থীয়ে নাচি বাগি ভোটাৰৰ মন পাবলৈ চেষ্টা কৰিছে আন কৰ’বাত আকৌ ভোজ ভাতৰ আয়োজন কৰিছে । আনকি ভোটাৰৰ ঘৰত মাছ-মাংসৰো যোগান ধৰিছে অত্যুৎসাহী প্ৰাৰ্থীয়ে । কেতিয়াও এষাৰ মাত নিদিয়া ঘৰৰ কাষৰ মানুহজনকো একমাত্ৰ ভোটৰ স্বাৰ্থতে যদি কোনো প্ৰাৰ্থীয়ে ভৰি চুই সেৱা কৰিছে, কোনোৱে আকৌ আপোন দেখুৱাবলৈ বলপূৰ্বক ভোটাৰৰ পাকঘৰলৈ সোমাই গৈ চাহৰ জুতি লৈছে । বহুতে আকৌ বেণ্ডপাৰ্টি লৈ, ঢোলে-ডগৰেও প্ৰচাৰলৈ ওলাইছে । তাৰে বহুতে নিৰ্বাচনত জয়যুক্ত হ’লে নিজৰ ৱাৰ্ডটোৰ বাবে কিনো কৰিব সেই সম্পৰ্কত কোনো ধাৰণাই নাই । অৱশ্যে ভোটাৰক আকৰ্ষণৰ উদ্ভাৱনী কৌশল লোৱা বহু প্ৰাৰ্থী সামাজিকভাৱে যথেষ্ট সচেতন ।

শতিকা পুৰণি বৰপেটা পৌৰসভাৰ উল্লেখযোগ্য এটা ৱাৰ্ড হ’ল তিনি নম্বৰ ৱাৰ্ড । ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ অৱস্থিত ৱাৰ্ডটোৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী খনিন্দ্ৰ দাস । প্ৰাৰ্থীজনে বৰপেটাৰ বিখ্যাত হোলী গীত পৰিবেশন কৰি ৱাৰ্ডটোত ভোট বিচাৰিছে । প্ৰচাৰৰ এই কৌশল সন্দৰ্ভত প্ৰাৰ্থীজনে কয়, ‘মোৰ নিৰ্বাচনী ক্ষেত্ৰখনতে বৰপেটা সত্ৰ অৱস্থিত । কেইদিনমান পাছতে অনুষ্ঠিত হ’ব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ । তাৰ বাবে বৰপেটাত ইতিমধ্যে হাটীয়ে হাটীয়ে হোলীগীতৰ লহৰ উঠিছে । কাৰণ হোলীগীতৰ লগত বৰপেটাবাসীৰ কি আত্মিক সম্পৰ্ক তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি । সেই কাৰণে ম‌ই পথে পথে হোলীগীত গাই নিৰ্বাচনী প্ৰচাৰ চলাইছো । ৰাইজৰ পৰাও যথেষ্ট সঁহাৰি পাইছো । বৰপেটাত ময়েই প্ৰথমে হোলীগীত গাই নিৰ্বাচনী প্ৰচাৰ চলাইছো । ৰাইজৰ পৰাও যথেষ্ট সঁহাৰি পাইছো । বৰপেটাত ময়েই প্ৰথমে হোলীগীত গাই নিৰ্বাচনী প্ৰচাৰ চলাইছো ।’ নিৰ্বাচনী প্রচাৰত আকৰ্ষণ আনিবলৈকে হোলীগীত পৰিবেশনত গুৰুত্ব দিয়া বুলি প্ৰাৰ্থীজনে জনায় ।

ইপিনে, নাচ-গানেৰে প্ৰচাৰ চলোৱা পৌৰসভাখনৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰৰ্থীয়ে মন্তব্য কৰে যে চলিত ‘ট্ৰেণ্ড’ৰ অনুকৰণতে তেওঁ গীতে-মাতে, নাচে-গানে প্ৰচাৰ চলাইছে । নাম প্ৰকাশত অনিচ্ছুক প্ৰাৰ্থীগৰাকীয়ে আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঙুলিয়াই কয়, ‘আমাৰ মুখ্যমন্ত্ৰীয়েও নিৰ্বাচনী প্ৰচাৰৰ সময়ত নাচে । সকলোৱে দেখিছে তেওঁৰ নাচ । এখন, দুখন নহয় প্ৰায় সকলো নিৰ্বাচনী সভাৰ মঞ্চত মুখ্যমন্ত্ৰীয়ে নাচে । তেৱেঁইতো এতিয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী । তাৰ মানে নাচ-গান কৰাটো নিৰ্বাচনী প্ৰচাৰত এতিয়া এটা ট্ৰেণ্ড হৈ পৰিছে ।’ মহিলা প্ৰৰ্থীগৰাকীয়ে তেওঁলোকৰ নেতাক অনুসৰণ কৰিয়েই নিজৰ প্ৰচাৰত তেনে কৌশল অৱলম্বন কৰা বুলি জনায় ।

তেজপুৰ পৌৰসভাৰ ১৬ নম্বৰ ৱাৰ্ডৰ বিজেপিৰ প্ৰাৰ্থী সান্তনা বিশ্বাসে ভোটাৰে বিচাৰিলেই এপাক বিহু নাচি আকৰ্ষণৰ চেষ্টা কৰি আহিছে । এনেদৰে অধিকাংশ পৌৰসভাতে ভোটাৰক আকৰ্ষণৰ বাবে একাংশ প্ৰাৰ্থীয়ে নানান কৌশলেৰে প্ৰচাৰ অব্যাহত ৰাখিছে । বিহু মাৰি ভোট বিচাৰি ফুৰিছে যোৰহাট পৌৰসভাৰ পাঁচ নম্বৰ ৱাৰ্ডৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ৰঞ্জিত শ‌ইকীয়াই । নলবাৰী পৌৰসভাৰ ১২ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী লীনা দাসে এই সম্পৰ্কত এনেদৰে মন্তব্য কৰে, ‘ নিৰ্বাচনী প্রচাৰৰ বাবে নৃত্য-গীত অপৰিহাৰ্য নহয়; কিন্তু সেয়া এক্সট্ৰা ব’নাচ । নিৰ্বাচনত ভোটাৰৰ ওচৰ চপাৰ বাবে বিভিন্ন কৌশল প্ৰয়োগ কৰিবলগা হয় । কিছুমানে ধনবল, কিছুমানে শাসক দলৰ ক্ষমতা আৰু কিছুমানে নিজস্ব কৌশল অৱলম্বন কৰে । মানুহ মাত্ৰে নৃত্য-গীতৰ প্ৰতি কিছু হ’লেও দুৰ্বলতা থাকে । এজন নিৰক্ষৰ, চৰকাৰী আঁচনি-পৰিকল্পনাৰ কথা নুবুজা ভোটাৰ আকৰ্ষিত হ’ব পাৰে নৃত্য-গীতৰ মাজেৰে । সেয়েহে যিসকল প্ৰাৰ্থীৰ এনে দক্ষতা আছে তেওঁলোকে ইয়াক ৰাজনৈতিক কৌশল হিচাপে ব্যৱহাৰ কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলায় । এয়া অৱশ্যে প্ৰাৰ্থীজনৰ বিজয়ৰ এক অৰ্হতা বুলি ক’ব নোৱাৰি । বৰঞ্চ এই কাৰ্য‌ই এই ব্যৱস্থা গ্ৰহণ কৰিব নোখোজা কোনো দক্ষ প্ৰাৰ্থীক ক্ষতি কৰাৰো সম্ভাৱনা থাকে ।’ উল্লেখ্য যে নলবাৰী জিলাতো একাংশ প্ৰাৰ্থীয়ে ভোটাৰক আকৰ্ষণৰ নানা কৌশল অৱলম্বন কৰি প্ৰচাৰ অব্যাহত ৰাখিছে ।

অৱশ্যে প্ৰাৰ্থীৰ এনে ধৰণৰ প্ৰচাৰক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । তেজপুৰ পৌৰসভাৰ ১০ নম্বৰ ৱাৰ্ডৰ অগপৰ প্ৰাৰ্থী পৰেশ নাথ ৰায়ে কয় যে ভোটাৰক আকৰ্ষণ কৰিবলৈ নাচ-গানৰ অৱশ্যক বুলি তেওঁ নাভাবে । নাথে কয়, ‘পৌৰসভা ৰাইজৰ এক স্থানীয় শাসন ব্যৱস্থা । ৰাইজৰ তথা অঞ্চলৰ সমস্যাৰ সমাধান আৰু উন্নয়নৰ পৰিকল্পনাই ইয়াৰ মূল লক্ষ্য গতিকে ইয়াত প্ৰাৰ্থীৰ কৰ্মদক্ষতা আৰু দূৰদৰ্শিতাহে প্ৰধান বিচাৰ্যৰ বিষয় হ’ব লাগে ।’ তেজপুৰ পৌৰসভাৰ এক নম্বৰ ৱাৰ্ডৰ বিজেপিৰ প্ৰাৰ্থী পৰিতোষ দে’ৰ মতে, পৌৰসভাৰ এগৰাকী প্ৰাৰ্থীৰ অৰ্হতা কেতিয়াও নাচ-গান নহয় । তেনে কাৰ্য কোনোবাই ভাল পালেও সকলোৱে ভাল নাপায় । প্ৰাৰ্থীজনে একোটা অঞ্চলৰ সমস্যাৰ বিষয়ে কিমান জানে আৰু ৰাইজৰ মতামতক কিমান গুৰুত্ব দিয়ে সেইটোহে সকলোৱে পৰীক্ষা কৰিব লাগে বুলিও দেই কয় । পৌৰসভাৰ পাঁচ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী নেপাল দাসে মন্তব্য কৰে যে নাচি-বাগি ভোট বিচৰাটোৱে এজন প্ৰাৰ্থীৰ প্ৰতিভা বা দক্ষতাৰ প্ৰমাণ নিদিয়ে । দাসে কয়, ‘প্ৰকৃততে ৱাৰ্ডৰ ৰাইজে অঞ্চলটোৰ বাবে কেনেদৰে কাম কৰাটো বিচাৰে আৰু তেওঁলোকৰ আশা পূৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰাৰ্থীজন উপযুক্ত হয় নে নহয় সেইটোহে ৰাইজে বাছি উলিওৱাত গুৰুত্ব দিব লাগে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Municipal ElectionElection
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d