Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মেডিকেল শিক্ষাৰ্থীৰ বাবে সুখবৰ, বেচৰকাৰী কলেজত পঢ়াৰ খৰচ কমালে কেন্দ্র‌ই

publisher by publisher
March 7, 2022
in Education, India, News
Reading Time: 1 min read
0
মেডিকেল শিক্ষাৰ্থীৰ বাবে সুখবৰ, বেচৰকাৰী কলেজত পঢ়াৰ খৰচ কমালে কেন্দ্র‌ই
3
SHARES
25
VIEWS
ShareShareShareShare

অৱশেষত দেশৰ মেডিকেল শিক্ষাৰ্থীৰ (Medical Student) বাবে বৃহৎ সিদ্ধান্ত ল’লে কেন্দ্র‌ই । চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে, এইবাৰৰ পৰা বেচৰকাৰী মেডিকেল কলেজহমূহৰ (Private Medical Collage) অর্ধেক আসনত চৰকাৰী কলেজৰ হাৰত মাছুল লোৱা হ’ব । সোমবাৰে টুইট কৰি এই কথা জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ (Narendra Modi) দপ্তৰ PMO-ই ।

ADVERTISEMENT

উল্লেখ্য, ইউক্রেইনৰ (Ukraine) খাৰকিভ চহৰত ৰুছ আক্ৰমণত প্রাণ হেৰুৱাইছে মেডিকেলৰ ভাৰতীয় ছাত্র নবীন শেখাৰাপ্পা জ্ঞানাগোদাৰে (Naveen Shekharappa Gyanagoudar) । নবীনৰ পিতৃয়ে অভিযোগ কৰিছিল যে, এমবিবিএছৰ (MBBS) প্রৱেশিকা পৰীক্ষাত ভাল নম্বৰ পাইছিল যদিও দেশত চিকিৎসা বিজ্ঞান পঢ়াৰ সুযোগ পোৱা নাছিল নবীনে । তেওঁ অভিযোগ কৰিছিল, দেশৰ বেচৰকাৰী কলেজত মেডিকেল পঢ়িবলৈ কোটি টকা ড’নেছন দিব লাগে । ইয়াৰ পাছত আজিৰ কেন্দ্রৰ সিদ্ধান্তক আদৰণি জনাইছে সকলোৱে । লগতে চৰকাৰে ধাৰণা কৰিছে, নতুন সিদ্ধান্তৰ ফলত দৰিদ্র আৰু মধ্যবিত্ত শিক্ষাৰ্থীসকল উপকৃত হ’ব । PMO-ৰ টুইটত দাবী কৰা হয়, কিছুদিন আগতেই এই বিষয়ত সিদ্ধান্ত লৈছিল চৰকাৰে ।

RelatedPosts

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

সোমবাৰে জন ঔষধি দিৱসত ভাষণ দিয়ে প্রধানমন্ত্রী মোদীয়ে (PM Narendra Modi) । তাত তেওঁ কয়, “কিছুদিন আগতে চৰকাৰে আৰু এটা বৃহৎ সিদ্ধান্ত লৈছে, যাৰ সুবিধা পাব দেশৰ দৰিদ্র আৰু মধ্যবিত্ত শিক্ষাৰ্থীসকলে । আমি সিদ্ধান্ত লৈছো বেচৰকাৰী মেডিকেল কলেজৰ অর্ধেক আসনত চৰকাৰী মেডিকেল কলেজৰ মাছুল লোৱা হ’ব ।”

ইয়াৰ উপৰি ভাষণত প্রধানমন্ত্রীয়ে দাবী কৰে, দেশৰ স্বাস্থ্য পৰিকাঠামো অধিক শক্তিশালী কৰা হৈছে । তেওঁ অভিযোগ কৰে, স্বাধীনতাৰ ইমান দশকৰ পাছতো দেশত মাত্র এখন এইমছ (AIIMS) আছিল । কিন্তু আজি দেশত ২২খন এইমছ আছে । প্ৰধানমন্ত্ৰী মোদীয়ে জনায়, দেশৰ প্রতিটো জিলাত অন্তত এটা মেডিকেল কলেজ খোলাৰ লক্ষ্য চৰকাৰৰ । ইপিনে, আগন্তুক শিক্ষাবর্ষৰ পৰাই কেন্দ্রৰ নতুন সিদ্ধান্ত কার্যকৰ হ’ব ।

প্রসংগত, ইউক্রেইনৰ ঘটনাৰ উপৰিও সাম্প্রতিক কালত দেশজুৰি মাছুল বৃদ্ধিক লৈ মেডিকেল শিক্ষাৰ্থীসকলে আন্দোলন চলাইছিল । আজিৰ সিদ্ধান্তৰ ফলত আন্দোলনৰত শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ ক্ষোভ প্রশমিত হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Medical StudentNarendra Modi
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d