Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

    Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

    ‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

The Kashmir Files : সত্যক দমন কৰাৰ চেষ্টা কৰা হৈছিল : ‘দ্য কাশ্মীৰ ফাইলছ’ চোৱাৰ পাছত মত প্ৰধানমন্ত্ৰী মোদীৰ

publisher by publisher
March 15, 2022
in India, News
Reading Time: 1 min read
0
The Kashmir Files : সত্যক দমন কৰাৰ চেষ্টা কৰা হৈছিল : ‘দ্য কাশ্মীৰ ফাইলছ’ চোৱাৰ পাছত মত প্ৰধানমন্ত্ৰী মোদীৰ
2
SHARES
21
VIEWS
ShareShareShareShare

‘দ্য কাশ্মীৰ ফাইলছ’ ছবিক লৈ এইবাৰ মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে । বক্স অফিচত তুলপাৰ লগোৱা এই ছবি সম্পৰ্কত প্রধানমন্ত্রীৰ বক্তব্য‌ এতিয়া চর্চাত । প্রধামন্ত্রীয়ে এই ছবি চোৱাৰ পাছত কয় ৯০ দশকৰ আৰম্ভণিতে যি ঘটনা উপত্যকাত কাশ্মীৰী পণ্ডিতসকলৰ স’তে ঘটিছে, যিদৰে ভেটি-মাটি এৰিবলগীয়া হয় তেওঁলোকে সেই কথা প্রকাশ্যত অহাতো অনেকেই নিবিচাৰে । বহুদিন সত্যক বাৰে বাৰে দমন কৰি ৰখাৰ চেষ্টা কৰা হৈছে ।

ADVERTISEMENT

ছবিখনৰ বিশেষ প্রদর্শনত থকাৰ পাছত প্রধানমন্ত্রী মোদীয়ে কয়, ছবিখন ভাল, সকলোৱে চোৱা উচিত । মঙলবাৰে বিজেপি সংসদীয় দলৰ বৈঠকত তেওঁ সদ্য মুক্তিপ্রাপ্ত চলচ্চিত্র, ‘দ্য কাশ্মীৰ ফাইলছ’ চোৱাৰ কথাই ক’লে সকলোকে । তেওঁ কয়, ‘এইখন এখন খুব ভাল ছবি আৰু এই ধৰণৰ কাম আৰু হোৱা প্রয়োজন ।”

RelatedPosts

‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

দ্য কাশ্মীৰ ফাইলছ চলচ্চিত্ৰক লৈ উত্তপ্ত হৈছে ৰাজনীতি । ছবিখন বিজেপি শাসিত ৰাজ্যসমূহত কৰমুক্ত কৰা হৈছে । বিৰোধীসকলে এই ছবিৰ বিৰুদ্ধে পতাকা তুলি লৈছে । এই বিষয়ে মন্তব্য কৰি প্রধানমন্ত্রী মোদীয়ে কয়, কাশ্মীৰৰ সত্য, যি ছবিখনত দেখুওৱা হৈছে, সেয়া দমন কৰি ৰখাৰ চেষ্টা কৰা হৈছে । এতিয়াও যিসকলে মত প্রকাশৰ স্বাধীনতাক লৈ কথা কয়, তেওঁলোকেই এই ছবি প্রদর্শনৰ বিৰোধিতা কৰিছে ।

এই প্রসংগত প্রধানমন্ত্রীয়ে দেশ বিভাজনৰ পৰা জৰুৰী অৱস্থা, বিভিন্ন প্রসংগ টানি আনে । তেওঁ কয়, ‘মোৰ বক্তব্য কোনো ছবিক লৈ নহয় । দিনক দিনে যেদিৰে সত্যক দমন কৰাৰ প্রয়াস কৰা হৈছে, ম‌ই তাৰ বিৰোধিতা কৰিছো ।’

৯০ দশকৰ আৰম্ভণিৰ কথা । সেই সময়ত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কার্যকলাপ ক্রমশ বৃদ্ধি পাইছিল । ভয়াবহ হৈ উঠে উপত্যকাৰ পৰিস্থিতি । ক্রমশ হিংসাৰ ভয়ত ভেটি-মাটি এৰিব লয় শতাধিক কাশ্মীৰি পণ্ডিতসকলে । নিশাৰ ভিতৰতে ঘৰ-বাৰী ত্যাগ কৰি দেশৰ ভিন্ন প্রান্তৰ শৰণার্থী হয় দিন কটায় তেওঁলোকে । সেই ভয়ংকৰ দুর্দশাৰ কাহিনী কৈছে বিবেক অগ্নিহোত্রীৰ ‘দ্য কাশ্মীৰ ফাইলছে’ । এই ছবিয়ে ইতিমধ্যে বক্সঅফিচক প্ৰত্যাহ্বান দিছে । মুক্তিৰ চাৰি দিনৰ ভিতৰতে ‘দ্য কাশ্মীৰ ফাইলছ’-ৰ বক্স অফিচ কালেকছন ৪২.২০ কোটি টকা ।

যোৱা ১১ মার্চত মুক্তি পাইছিল ছবিখনে । মিঠুন চক্রৱর্তী, অনুপম খেৰ, পল্লৱী যোশী, দর্শন কুমাৰ, ভাষা সুম্বালি, চিন্ময় মণ্ডেলেকৰ প্রমুখে ছবিখনত অভিনয় কৰিছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Narendra ModiThe Kashmir Files
publisher

publisher

Related Posts

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান
News

Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

May 12, 2025
Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন
News

Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

May 12, 2025
‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!
India

‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d