Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

The Kashmir Files : সত্যক দমন কৰাৰ চেষ্টা কৰা হৈছিল : ‘দ্য কাশ্মীৰ ফাইলছ’ চোৱাৰ পাছত মত প্ৰধানমন্ত্ৰী মোদীৰ

publisher by publisher
March 15, 2022
in India, News
Reading Time: 1 min read
0
The Kashmir Files : সত্যক দমন কৰাৰ চেষ্টা কৰা হৈছিল : ‘দ্য কাশ্মীৰ ফাইলছ’ চোৱাৰ পাছত মত প্ৰধানমন্ত্ৰী মোদীৰ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

‘দ্য কাশ্মীৰ ফাইলছ’ ছবিক লৈ এইবাৰ মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে । বক্স অফিচত তুলপাৰ লগোৱা এই ছবি সম্পৰ্কত প্রধানমন্ত্রীৰ বক্তব্য‌ এতিয়া চর্চাত । প্রধামন্ত্রীয়ে এই ছবি চোৱাৰ পাছত কয় ৯০ দশকৰ আৰম্ভণিতে যি ঘটনা উপত্যকাত কাশ্মীৰী পণ্ডিতসকলৰ স’তে ঘটিছে, যিদৰে ভেটি-মাটি এৰিবলগীয়া হয় তেওঁলোকে সেই কথা প্রকাশ্যত অহাতো অনেকেই নিবিচাৰে । বহুদিন সত্যক বাৰে বাৰে দমন কৰি ৰখাৰ চেষ্টা কৰা হৈছে ।

ADVERTISEMENT

ছবিখনৰ বিশেষ প্রদর্শনত থকাৰ পাছত প্রধানমন্ত্রী মোদীয়ে কয়, ছবিখন ভাল, সকলোৱে চোৱা উচিত । মঙলবাৰে বিজেপি সংসদীয় দলৰ বৈঠকত তেওঁ সদ্য মুক্তিপ্রাপ্ত চলচ্চিত্র, ‘দ্য কাশ্মীৰ ফাইলছ’ চোৱাৰ কথাই ক’লে সকলোকে । তেওঁ কয়, ‘এইখন এখন খুব ভাল ছবি আৰু এই ধৰণৰ কাম আৰু হোৱা প্রয়োজন ।”

দ্য কাশ্মীৰ ফাইলছ চলচ্চিত্ৰক লৈ উত্তপ্ত হৈছে ৰাজনীতি । ছবিখন বিজেপি শাসিত ৰাজ্যসমূহত কৰমুক্ত কৰা হৈছে । বিৰোধীসকলে এই ছবিৰ বিৰুদ্ধে পতাকা তুলি লৈছে । এই বিষয়ে মন্তব্য কৰি প্রধানমন্ত্রী মোদীয়ে কয়, কাশ্মীৰৰ সত্য, যি ছবিখনত দেখুওৱা হৈছে, সেয়া দমন কৰি ৰখাৰ চেষ্টা কৰা হৈছে । এতিয়াও যিসকলে মত প্রকাশৰ স্বাধীনতাক লৈ কথা কয়, তেওঁলোকেই এই ছবি প্রদর্শনৰ বিৰোধিতা কৰিছে ।

এই প্রসংগত প্রধানমন্ত্রীয়ে দেশ বিভাজনৰ পৰা জৰুৰী অৱস্থা, বিভিন্ন প্রসংগ টানি আনে । তেওঁ কয়, ‘মোৰ বক্তব্য কোনো ছবিক লৈ নহয় । দিনক দিনে যেদিৰে সত্যক দমন কৰাৰ প্রয়াস কৰা হৈছে, ম‌ই তাৰ বিৰোধিতা কৰিছো ।’

৯০ দশকৰ আৰম্ভণিৰ কথা । সেই সময়ত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কার্যকলাপ ক্রমশ বৃদ্ধি পাইছিল । ভয়াবহ হৈ উঠে উপত্যকাৰ পৰিস্থিতি । ক্রমশ হিংসাৰ ভয়ত ভেটি-মাটি এৰিব লয় শতাধিক কাশ্মীৰি পণ্ডিতসকলে । নিশাৰ ভিতৰতে ঘৰ-বাৰী ত্যাগ কৰি দেশৰ ভিন্ন প্রান্তৰ শৰণার্থী হয় দিন কটায় তেওঁলোকে । সেই ভয়ংকৰ দুর্দশাৰ কাহিনী কৈছে বিবেক অগ্নিহোত্রীৰ ‘দ্য কাশ্মীৰ ফাইলছে’ । এই ছবিয়ে ইতিমধ্যে বক্সঅফিচক প্ৰত্যাহ্বান দিছে । মুক্তিৰ চাৰি দিনৰ ভিতৰতে ‘দ্য কাশ্মীৰ ফাইলছ’-ৰ বক্স অফিচ কালেকছন ৪২.২০ কোটি টকা ।

যোৱা ১১ মার্চত মুক্তি পাইছিল ছবিখনে । মিঠুন চক্রৱর্তী, অনুপম খেৰ, পল্লৱী যোশী, দর্শন কুমাৰ, ভাষা সুম্বালি, চিন্ময় মণ্ডেলেকৰ প্রমুখে ছবিখনত অভিনয় কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra ModiThe Kashmir Files
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d