Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !

    Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

    Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

    Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি

    Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !

    AEC New Principal Appointed:অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি ড: কল্যাণ কলিতাক

    Guwahati High Court:আজি মুক্তি নহয় ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home Lifestyle Spirituality

দিনটোৰ ৰাশিফল

publisher by publisher
April 8, 2022
in Daily, Spirituality
Reading Time: 1 min read
0
দিনটোৰ ৰাশিফল
4
SHARES
38
VIEWS
ShareShareShareShare

মেষঃ এই ৰাশিৰ জাতক-জাতিকাই ঘুৰা-ফুৰা কৰাৰ ক্ষেত্ৰত সাৱধান থাকিব । নিৰামিষ আহাৰ গ্ৰহণ কৰিব । বিদ্যাৰ্থীসকলৰ বাবে ভাল, প্ৰেমত শুভ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৮ ।

ADVERTISEMENT

বৃষঃ আজি যাত্ৰা নকৰাই ভাল । সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব । শিৱৰ আৰাধনা কৰিব আজি । প্ৰেমত শুভ । শুভ ৰং বগা, শুভ সংখ্যা ২ ।

RelatedPosts

Horoscope: দিনটোৰ ৰাশিফল

Horoscope:ৰাশিফল

Horoscope: দিনটোৰ ৰাশিফল

মিথুনঃ ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল তেলৰ প্ৰদীপ জ্বলাই শনিৰ আৰাধনা কৰিব । ব্যৱসায়ত ভাল, বিদ্যাৰ্থীৰ বৰ ভাল দেখা নাযায় । শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

কৰ্কটঃ আজি মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ যোগ । প্ৰেমত শুভ । বিদ্যাৰ্থীসকলে যত্ন কৰা উচিত । ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ । শুভ ৰং নীলা, শুভ সংখ্যা ৮ ।

সিংহঃ বিদ্যাৰ্থীৰ কাৰণে শুভ । সামাজিক কামত ব্যস্ততা দেখা যায় । চাকৰিৰ ক্ষেত্ৰত অশান্তি । ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭ ।

কন্যাঃ খৰচ বৃদ্ধি । ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব । বিদ্যাৰ্থীৰ কাৰণে শুভ । দিনটোত মনোকষ্টত ভুগিব লাগিব । শুভ ৰং বগা, শুভ সংখ্যা ৮ ।

তুলাঃ বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে । শুভ কৰ্ম কৰিলে ভাল ফল পাব । প্ৰেম প্ৰণয়নত উন্নত । ভ্ৰমণত শুভ । শুভ ৰং সোণালী, শুভ সংখ্যা ৬ ।

বৃশ্চিকঃ সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব । চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে । দিনটো শুভ । শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮ ।

ধনুঃ অনাদায়ী কিছু অৰ্থ আদায় হোৱাৰ যোগ দেখা যায় । বিভিন্ন ক্ষেত্ৰত সুযোগ আহিব । বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল ফল পাব । শুভ ৰং বগা, শুভ সংখ্যা ৭ ।

মকৰঃ নীলা কাপোৰ পৰিধান কৰি ওঁ ঐ খ্ৰীং শ্ৰীং শীনেশ্বৰায় নমঃ এই মন্ত্ৰ আঠবাৰ জাপ কৰিব । ঘৰত অতিথিৰ আগমন । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২ ।

কুম্ভঃ প্ৰেমত ভাল । দূৰ ভ্ৰমণ । যানবাহনৰ পৰা সাৱধান থাকিব । নতুন কৰ্মত হাত দিব পাৰিব । দিনটো শুভ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৬ ।

মীনঃ নিৰামিষ ব্ৰত পালন কৰিব । বিদ্যাৰ্থীৰ ভাল, প্ৰেমত আৰু দাম্পত্য ভালেই দেখা যায় । পিতৃৰ অসুখত চিন্তা । শুভ ৰং বগা, শুভ সংখ্যা ২ ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Horoscope
publisher

publisher

Related Posts

Dainik Agradoot Print Edition-4 June2023
Daily

June 4, 2023
Dainik Agradoot Print Edition-3 June2023
Daily

Dainik Agradoot Print Edition-3 June2023

June 3, 2023
Dainik Agradoot Print Edition-2 June2023
Daily

Dainik Agradoot Print Edition-2 June2023

June 2, 2023
Dainik Agradoot Print Edition-1 June 2023
Daily

Dainik Agradoot Print Edition-1 June 2023

June 1, 2023
Dainik Agradoot Print Edition-31 May2023
Daily

Dainik Agradoot Print Edition-31 May2023

May 31, 2023
Dainik Agradoot Print Edition-30 May2023
Daily

Dainik Agradoot Print Edition-30 May2023

May 30, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: