Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Result HS 2026

    Result HS 2026

    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Netflix : পাঁচটা কাৰণ : এশ দিনত কিয় দুই লাখ গ্রাহক হেৰুৱালে নেটফ্লিক্সে !

publisher by publisher
April 20, 2022
in Apps, International, News, Tech
Reading Time: 1 min read
0
Netflix : পাঁচটা কাৰণ : এশ দিনত কিয় দুই লাখ গ্রাহক হেৰুৱালে নেটফ্লিক্সে !
3
SHARES
25
VIEWS
ShareShareShareShare

হুৰাহুৰে কমিল নেটফ্লিক্সৰ শ্বেয়াৰ দৰ । চলিত বিত্তবর্ষৰ প্রথম ত্রৈমাসিকতেই এই অ’টিটি প্লেটফর্মৰ শ্বেয়াৰৰ দাম ২৫ শতাংশ কমি ২৬২ ডলাৰ হৈছে । যি ভাৰতীয় মুদ্রাত ২০ হেজাৰ টকাৰ কিছু অধিক । কিয় এই অৱনতি ? তাৰ কাৰণ ব্যাখ্যা কৰিছে সংস্থাটোৱে । লগতে এই কথাও জনাইছে যে, বিগত এক দশকত এয়ে প্রথমবাৰ এনে হ’ল ।

ADVERTISEMENT

কি কাৰণত ছবি আৰু টেলিভিছন ধাৰাবাহিক আৰু অ’টিটি ছিৰিজ চোৱা এই প্লেটফর্ম এনে ক্ষতিৰ সন্মুখীন হৈছে, জানি ল‌ওক তাৰ কাৰণ ।

RelatedPosts

অশ্লীল বিষয়বস্তু প্ৰচাৰৰ অভিযোগত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ

Madhuri Dixit : ফেব্ৰুৱাৰীৰ শেষত অ’টিটি পৰ্দাত মাধুৰীৰ প্ৰথম ৱেব ছিৰিজ

Squid Game : ‘স্কুইড গেম’ ছিৰিজ বিক্রী কৰাত মৃত্যুদণ্ড ! ছবি চোৱাৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড ছাত্রক

কৰ’না : ২০২০ত কৰ’না সংক্রমণ আৰম্ভ হোৱাৰ পাছত নেটফ্লিক্স ব্যৱহাৰকাৰীৰ সংখ্যা বহু গুণে বাঢ়িছিল । অৱশ্যে তাতে আশা জাগিলেও পাছত ২০২১ত কৰ’না সংক্রমণ নকমাত দেখা যায় যে আশানুৰূপ সংখ্যাত ব্যৱহাৰকাৰী অহা নাই নেটফ্লিক্সত ।

ব্যৱহাৰকাৰী : বছৰৰ প্রথম ত্রৈমাসিকত অর্থাৎ এশ দিনৰো কম সময়ত নেটফ্লিক্স ব্যৱহাৰকাৰীৰ সংখ্যা বহু পৰিমাণে কমিছে । প্রথম ত্রৈমাসিকত নেটফ্লিক্সৰ গ্রাহকৰ সংখ্যা আছিল ২২ কোটি ১৬ লাখ । যি বিগত বিত্তবর্ষৰ প্রথম ত্রৈমাসিকতকৈ বেচ কম ।

যুদ্ধ : নেটফ্লিক্সৰ দাবী, ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ‌ই‌ তেওঁলোকৰ ব্যৱসায়ত প্রভাৱ পেলাইছে । ইউক্রেইনত ৰাছিয়াৰ আক্ৰমণৰ প্রতিবাদত নেটফ্লিক্সে তেওঁলোকৰ সম্প্রচাৰ বন্ধ কৰিছে ৰাছিয়াত । সম্প্ৰতি নেটফ্লিক্সে জনাইছে, সেই সিদ্ধান্তত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে সংস্থাটোৱে ।

ইন্টাৰনেট : কেৱল যুদ্ধ‌ই নহয়, বহু ক্ষেত্রতেই ইন্টাৰনেট সমস্যা এটা বৃহৎ কাৰণ হৈছে নেটফ্লিক্সৰ । গ্রাহকৰ সংখ্যা কমি যোৱাৰ এইটোও এটা কাৰণ বলি অনুমান কৰিছে তেওঁলোকে । এতিয়া ইন্টাৰনেটৰ সহায়ত টিভিত নেটফ্লিক্স চাব পাৰি । কিন্তু স্মার্ট টিভি আৰু যথাযথ ইন্টাৰনেট সংযোগৰ অভাৱত ব্যৱহাৰকাৰীসকলক সেৱা দিব পৰা নাই বুলি নেটফ্লিক্সৰ দাবী ।

একাউন্ট ভাগ কৰি লোৱা : নেটফ্লিক্স ব্যৱহাৰকাৰীসকলে নিজৰ মাজত একাউন্ট ভাগ কৰি লয় । নেটফ্লিক্সৰ তৰফৰ পৰাই এই সুবিধা দিয়া হয় । কিন্তু নেটফ্লিক্সে জনাইছে এই সুবিধাই গ্রাহকৰ সংখ্যা বিশেষ হাৰত বঢ়োৱা নাই বিগত এবছৰত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NetflixOTT Platform
publisher

publisher

Related Posts

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
News

April 28, 2026
Result HS 2026
News

Result HS 2026

April 28, 2026
প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d