Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কুইন্টলত পাঁচশ টকা বৃদ্ধি চাউলৰ মূল্য

নিশাৰ ভিতৰতে বৃদ্ধি পালে অন্নমুঠিৰ দাম

publisher by publisher
May 1, 2022
in Assam, India, News
Reading Time: 1 min read
0
কুইন্টলত পাঁচশ টকা বৃদ্ধি চাউলৰ মূল্য
3
SHARES
25
VIEWS
ShareShareShareShare

চৰকাৰে বজাৰ ব্যৱস্থাক বৃহৎ ব্যৱসায়ীক অনানুষ্ঠানিকভাৱে হস্তান্তৰ কৰাৰ পৰিণাম আকাশলংঘী মূল্যবৃদ্ধি আদায় দি ভুগিছে সাধাৰণ জনতাই । বৃহৎ ব্যৱসায়ীয়ে বজাৰ নিয়ন্ত্ৰণ কৰাৰ বাবেই সাধাৰণ জনতাৰ মূল্য নিয়ন্ত্ৰণৰ দাবী চৰকাৰৰ ওচৰত গুৰুত্বহীন হৈছে । তেনে ব্যৱসায়ৰ কেঁকোৰা চেপাত উশাহ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ । চৰকাৰ ব্যস্ত কেৱল ভোটবেংকৰ ৰাজনীতিৰে হিতাধিকাৰী সৃষ্টিৰ আঁচনিতহে । বজাৰত যে মূল্যবৃদ্ধিৰ জুই জ্বলিছে তালৈ কাণ দিয়াৰ প্ৰয়োজনবোধ চৰকাৰে মুঠেও কৰা নাই ।

ADVERTISEMENT

হিতাধিকাৰী হিচাপে লাভ কৰা সা-সুবিধাৰ বাদেও দৈনন্দিন জীৱন-যাত্ৰাত আৰু বহু কিবা-কিবিৰ প্ৰয়োজন হয়, সেই কথা জানো চৰকাৰে উপলব্ধি কৰিছে ? মূল্যবৃদ্ধিৰ মাধমাৰেৰে হিতাধিকাৰী হিচাপে লাভ কৰা ৰেহাই অন্য প্ৰয়োজনীয় সামগ্ৰীৰ চৰা দামেৰে চৰকাৰেই কাঢ়ি নিছে । মুঠৰ ওপৰত বৃহৎ ব্যৱসায়ীৰ হাতত জনসাধাৰণক এৰি দি ৰং চাইছে চৰকাৰে ।

RelatedPosts

ভাত খাবলৈ আতংকিত নহৈ নিয়ন্ত্ৰণহে কৰক

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

TV channel price hike : ১ ফেব্ৰুৱাৰীৰ পৰা ১০ শতাংশৰো অধিক বৃদ্ধি হ’ব টিভিৰ ৰিচাৰ্জৰ মূল্য

কি কি সামগ্ৰীৰ দাম বঢ়া নাই বুলি এতিয়া আৰু প্ৰশ্ন নাহে । বিলাসী সামগ্ৰী বাদেই জীৱন ধাৰণৰ একেবাৰে প্ৰয়োজনীয় প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী হৈছে মূল্যবৃদ্ধি। চাউল-দাইলৰ পৰা ঔষধলৈ, শাক-পাচলিৰ পৰা মাছ, মঙহলৈ সকলোতে মূল্যবৃদ্ধিৰ প্ৰতিযোগিতা চলিছে । ইন্ধনৰ মূল্যবৃদ্ধিয়ে এই সকলোবোৰতে প্ৰভাৱ বিস্তাৰ কৰিছে । তাৰ লগতে যোগ হৈছে বৃহৎ ব্যৱসায়ীৰ পাৰ্যমানে লাভ আদায়ৰ প্ৰতিযোগিতা ।

খোৱা তেল আৰু ৰিফাইনৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সমান্তৰালকৈ দাম বৃদ্ধি হৈছে আটাইতকৈ নিত্য প্ৰয়োজনীয় সামগ্ৰী চাউলৰ । নিশাটোৰ ভিতৰতে একেকোবে প্ৰতি কুইণ্টল চাউলৰ মূল্য পাঁচশ টকা পৰ্যন্ত বৃদ্ধি হৈছে । যি সময়ত চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত কেৱল বিনামূলীয়া চাউল যোগানৰ সকাহ দিব বিচাৰিছে সেই সময়তে চাউলৰ জুই ছাই দামত ধোঁৱা-কোঁৱা দেখিছে চৰকাৰী আঁচনিৰ আওতাৰ বাহিৰত ৰৈ যোৱা সাধাৰণ আয়ৰ পৰিয়ালবোৰে । গুৱাহাটীৰ ফাঁচী বজাৰ আৰু পশ্চিম অসমৰ বৰপেটা ৰোডত পাইকাৰী চাউল ব্যৱসায়ীয়ে এই বাৰ্তাও সাধাৰণ ব্যৱসায়ীক দিছে যে চাউলৰ মূল্য আগন্তুক দিনত আৰু বৃদ্ধি হ’ব । আহিবলগীয়া নতুন ‘প্ৰিণ্ট’ত বৰ্দ্ধিত মূল্য সংযোজিত হ’ব বুলিও অৱগত কৰা হৈছে । মাত্ৰ কেইবিধমান চাউলৰ উদাহৰণতে মূল্যবৃদ্ধিৰ ভয়াৱহতা স্পষ্ট হয় ।

মাত্ৰ এসপ্তাহ আগতে প্ৰতি কুইণ্টল কে আৰ টি ব্ৰেণ্ডৰ চাউলৰ মূল্য আছিল ৩৪শ টকা । কালি সেই মূল্য ৩৮শ টকা হয় । বজাৰত বহুলভাৱে প্ৰচলিত সোণাশক্তি ব্ৰেণ্ডৰ প্ৰতি কুইণ্টল চাউলৰ মূল্য আজি পাঁচ হেজাৰ টকালৈ বৃদ্ধি হয় । সাত দিন পূৰ্বে অহা প্ৰিণ্টত সেই মূল্য আছিল ৪৬শ টকা । বজাৰৰ আন এটা জনপ্ৰিয় ব্ৰেণ্ড মুনমুনৰ প্ৰতি কুইণ্টলৰ মূল্য এসপ্তাহৰ আগৰ প্ৰিণ্টত আছিল ৪৮শ টকা । কালি সেই মূল্য ৫৩শ টকা হয় । অসমৰ বজাৰত বিশেষ পৰিচয় থকা বৰপেটীয়া আইজং চাউলৰ মূল্য‌ও প্ৰতি কুইণ্টলত ৩৩শ টকাৰ পৰা ৩৫শলৈ বৃদ্ধি হৈছে । মহানগৰীৰ বেহাৰবাৰীত ব্যৱসায়িক প্ৰতিষ্ঠান থকা সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰাক্তন সম্পাদক সঞ্জীৱ ডেকাই কয় যে আগন্তুক দিনত মূল্যবৃদ্ধিৰ এই ধাৰা অব্যাহত থকাৰ ইংগিতো ফাঁচী বজাৰৰ বৃহৎ ব্যৱসায়ীয়ে দিছে ।

একেদৰে বৰপেটা চহৰৰ বৰপেটা বজাৰৰ পাইকাৰীৰ লগতে খুচুৰা ব্যৱসায়ী গণপতি দাসেও জনায় যে আগন্তুক দিনটো ৰাইজৰ আটাইতকৈ প্ৰয়োজনীয় চাউল-দাইলৰ মূল্য বৃদ্ধি হৈ থাকিব বুলি বৃহৎ ব্যৱসায়ীয়ে তেওঁলোকক অৱগত কৰিছে । প্ৰসংগক্ৰমে দাসে কয় যে মাত্ৰ এসপ্তাহৰ ভিতৰতে মুগ দাইলৰ মূল্য প্ৰতি কুইণ্টলত ৯৩শৰ পৰা ৯৮শ টকালৈ বৃদ্ধি হৈছে । মচুৰ দাইলৰ মূল্য‌ও প্ৰতি কুইণ্টলত ৮২শৰ পৰা ৮৭শ টকালৈ বৃদ্ধি হৈছে । দাসে লগতে কয় যে প্ৰয়োজন অনুপাতে দাইলৰ যোগান কম হ’ব বুলিও বৃহৎ ব্যৱসায়ীয়ে তেওঁলোকক জনাইছে । গতিকে দাম বৃদ্ধি হোৱাটো অৱধাৰিত ।

একাংশ ব্যৱসায়ীয়ে কয় যে বজাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে বৃহৎ ব্যৱসায়িক হস্তান্তৰ কৰাৰ পৰিণতিত সেইসকলৰ ইচ্ছা অনুসৰি বজাৰ নিয়ন্ত্ৰিত হয় । আনহাতে, চৰকাৰে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ ভাৰতৰ বজাৰত পৰিছে জাতীয় প্ৰচাৰ চলোৱা বুলিও কয় । শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰকাশ কৰিছে যে এছিয়াৰ ভিতৰত অন্যতম বৃহৎ চাউল ৰপ্তানি কৰা দেশ ভিয়েটনামে জনাইছে । সেই ব্যয় বৃদ্ধিৰ প্ৰভাৱ ভাৰতৰ বজাৰত পৰিছে ।

ইপিনে, একে সময়তে নাম প্ৰকাশিত অনিচ্ছুক ফাঁচী বজাৰৰ চাউলৰ পাইকাৰী ব্যৱসায়ী একাংশই মন্তব্য কৰে যে চৰকাৰে বিনামূলীয়া চাউল বিতৰণত অধিক গুৰুত্ব দিয়াত মুকলি বজাৰৰ মূল্যৰ ওপৰত হেঁচা পৰিছে । তাৰ ফলতো মূল্যবৃদ্ধি হৈছে । এই প্ৰসংগতে ব্যৱসায়ী গণপতি দাসে কয় যে চাউলৰ পাইকাৰী মূল্য প্ৰকৃততে কিমান সেয়া বহু সময়ত বৃহৎ ব্যৱসায়ীয়ে প্ৰকাশ নকৰে । একাংশ ব্যৱসায়ীয়ে মিলি দাম নিৰ্ধাৰণ কৰে আৰু তেওঁলোকৰ পৰা সেই মূল্যত তলৰ পৰ্যায়ৰ ব্যৱসায়ীয়ে চাউল ক্ৰয় কৰিব লাগে । বজাৰ নিয়ন্ত্ৰণ কৰা ব্যৱসায়ীসকল এই কাৰ্যত জড়িত বাবে তেওঁলোকক প্ৰশ্ন কৰিও কোনেও সদুত্তৰ নাপায় । বজাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে বৃহৎ ব্যৱসায়ীক এৰি দিয়াৰ ফলতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি এনে ব্যৱসায়ীয়ে কয় । ফলত ইয়াৰ পৰিণাম ভুগিছে সাধাৰণ জনতাই ।

চাউল, দাইলৰ সমান্তৰালকৈ শাক-পাচলিৰো মূল্যবৃদ্ধি হৈছে । কেৱল আলু আৰু পিঁয়াজৰ বাদে কোনো এবিধ পাচলিয়ে প্ৰতি কিলোত এশ টকাৰ তলত নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Price HikeRice
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d