★ কণীৰ লগত কলৰ বাকলি ভালদৰে ফেটি লৈ মুখত সানিলে ছাল শোতোঁৰা পৰা সমস্যা হ্ৰাস কৰে।
ADVERTISEMENT
★কলৰ বাকলিৰ ভিতৰ অংশ সেই শালমন থকা ঠাইত ৩০ মিনিটৰ বাবে ব্যৱহাৰ কৰিলে উপকাৰী।
★কলৰ বাকলিৰ ভিতৰ অংশ নিয়মিতভাৱে কিছুদিনলৈ শোৱাৰ সময়ত দাগৰ ওপৰত ঘহি থৈ পিছদিনা পুৱা ধুলে দাগৰ পৰা পৰিত্ৰাণ পাব পাৰি।
★কলৰ বাকলিৰ বগা অংশ আতৰ কৰি তাৰ সৈতে এলোভেৰাৰ জেল মিলাই ব্যৱহাৰ কৰিলে চকুৰ গুৰি কৰা পৰা সমস্যা সমাধান হয়।
★দাঁত বগা কৰাৰ বাবেও কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। কলৰ বাকলি দাঁতত ঘহিলে দাঁত হালধীয়া পৰা সমস্যা আতৰে।