Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ISI Malware : ফেচবুকৰ মাধ্যমত সেনাসকলৰ ফোনত ‘ভাইৰাছ’ সোমোৱাৰ চেষ্টা পাক গুপ্তচৰ সংস্থা আইএছ‌আই-ৰ, তদন্তত এন‌আইএ

publisher by publisher
May 8, 2022
in India, News
Reading Time: 1 min read
0
ISI Malware : ফেচবুকৰ মাধ্যমত সেনাসকলৰ ফোনত ‘ভাইৰাছ’ সোমোৱাৰ চেষ্টা পাক গুপ্তচৰ সংস্থা আইএছ‌আই-ৰ, তদন্তত এন‌আইএ
1
SHARES
6
VIEWS
ShareShareShareShare

অভিনৱ পদ্ধতিৰে ভাৰতৰ সামৰিক তথ্য লোৱাৰ চেষ্টা কৰিছিল পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআই-য়ে । তথ্য অনুসৰি, ফেচবুকত ভুৱা একাউন্ট খুলি তাৰ পৰা ভাৰতীয় সামৰিক বিষয়াসকলৰ ফোন হেক কৰিবৰ বাবে মালৱেৰ সোমাই দিয়াৰ চেষ্টা কৰিছিল আইএছআই-য়ে । সেনা বিষয়াসকলৰ ফোন, প্রতিৰক্ষা মন্ত্রণালয়ৰ কম্পিউটাৰত এই ভাইৰাছ সোমোৱাৰ পৰিকল্পনা কৰিছিল আইএছআই-য়ে । এই ঘটনাত এইবাৰ তদন্ত কৰিব এনআইএ-য়ে । এটা ছদ্মনামত ফেচবুক একাউন্টৰ বিৰুদ্ধে এনআইএ-য়ে তদন্ত আৰম্ভ কৰিছে ।

ADVERTISEMENT

বিষয়টো সম্পর্কে অৱগত ব্যক্তিসকলে হিন্দুস্তান টাইমছক জনাইছে, শান্তি পেটেলৰ নামৰ (fb.com/shaanti.patel.89737) একাউন্টটোক লৈ তদন্ত আৰম্ভ কৰিছে এনআইএ-য়ে । ২০২০ত অন্ধ্রপ্রদেশ আৰক্ষীৰ এক তদন্তৰ পৰিপ্রেক্ষিতত প্রথমবাৰ উত্থাপিত হয় যে এইদৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি আইএছআই-য়ে ভাৰতৰ সামৰিক কৰ্মচাৰীসকলৰ ডিভাইছ হেক কৰাৰ চেষ্টা কৰিছে । তাৰ পাছতেই সেনাই ২০২০ৰ ন জুলাইত সকলো কর্মচাৰীৰ ফেচবুক, ইনষ্টাগ্রাম, স্নেপচেটসহ মুঠ ৮৯টা এপ্ ডিলিট কৰাৰ নির্দেশ দিছিল ।

RelatedPosts

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

বৈশাখী উদযাপনত ২,৮০০-তকৈ অধিক ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা মঞ্জুৰ পাকিস্তানৰ

পাকিস্তানত পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি

এনআইএ-য়ে সম্প্ৰতি অন্ধ্রপ্রদেশ আৰক্ষীৰ সেই গোচৰৰ ভিত্তিত সন্দেহজনকসকলৰ সন্ধান আৰম্ভ কৰিছে । এই গোচৰৰ ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক যোগসূত্র উলিয়াবলৈ তদন্ত আৰম্ভ হৈছে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত এনেদৰে তথ্য চুৰিৰ প্রভাৱ পৰ্যবেক্ষণ কৰা হৈছে ।

এই বিষয়ত নাম প্রকাশত অনিচ্ছুক এজন কর্মচাৰীয়ে কয় যে অফিচিয়েল ছিক্রেটছ এক্ট (অ’এছএ), বেআইনী কার্যকলাপ প্রতিৰোধ আইন (ইউএপিএ), তথ্য প্রযুক্তি আইন আৰু ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ ষড়যন্ত্রৰ অধীনত বিষয়টো পৰ্যবেক্ষণ কৰিব কেন্দ্রীয় সন্ত্রাসবিৰোধী তদন্তকাৰী সংস্থাই ।

এই ঘটনাৰ পৰিপ্রেক্ষিতত নাম প্রকাশত অনিচ্ছুক সেই কৰ্মচাৰীয়ে কয়, ‘আইএছআই হেকাৰসকল ফেচবুকত ‘শান্তি পেটেল’ৰ নামত একাউন্ট খুলি ভাৰতীয় প্রতিৰক্ষা কর্মচাৰীসকলৰ স’তে বন্ধুত্ব কৰিছিল আৰু তাৰ পাছত ব্যক্তিগত মেছেঞ্জাৰ চেটৰ মাধ্যমত তেওঁলোকৰ স’তে কথা পাতি যায় । ইয়াৰ পাছত লাস্যময়ী মহিলাৰ ছবি দেখুৱাই সেই ছবিৰ মাধ্যমত মালৱেৰ সোমাই দিয়া হৈছিল সংশ্লিষ্ট সামৰিক বিষয়াসকলৰ মোবাইল বা ডিভাইচত ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: hackingIndian ArmyISINIAPakistan
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d