ADVERTISEMENT

Tag: hacking

Hacking : এইবাৰ তামিলনাডুৰ ব্যক্তিগত চিকৎসালয়ত হেকাৰৰ আক্ৰমণ ! ডেৰ লাখ ৰোগীৰ তথ্য বিক্ৰী ?

Hacking : দিল্লীৰ এইমছৰ পাছত, এইবাৰ তামিলনাডুৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চাৰ্ভাৰত হেকাৰ-আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। সেই চিকিৎসালয়খনৰ কমেও ডেৰ লাখ ...

Read more

Hacking : হেক হ’ল জলশক্তি মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট

Hacking : অলপ সময়ৰ বাবে হেক হ'ল জল শক্তি মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট। বৃহস্পতিবাৰে পুৱা হেক কৰা হয় মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট ...

Read more

ISI Malware : ফেচবুকৰ মাধ্যমত সেনাসকলৰ ফোনত ‘ভাইৰাছ’ সোমোৱাৰ চেষ্টা পাক গুপ্তচৰ সংস্থা আইএছ‌আই-ৰ, তদন্তত এন‌আইএ

অভিনৱ পদ্ধতিৰে ভাৰতৰ সামৰিক তথ্য লোৱাৰ চেষ্টা কৰিছিল পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআই-য়ে । তথ্য অনুসৰি, ফেচবুকত ভুৱা একাউন্ট খুলি তাৰ ...

Read more
Kaspersky : জনপ্রিয় এন্টিভাইৰাছ কেছপাস্কি ব্যৱহাৰ কৰিলে হেক হ’ব পাৰে ডিভাইচ ! জাৰি সতর্কতা

Kaspersky : জনপ্রিয় এন্টিভাইৰাছ কেছপাস্কি ব্যৱহাৰ কৰিলে হেক হ’ব পাৰে ডিভাইচ ! জাৰি সতর্কতা

মস্কো-ভিত্তিক কেছপাৰস্কি লেবে তৈয়াৰ কৰা এন্টি-ভাইৰাছ ছফ্টৱেৰ ব্যৱহাৰকাৰীসকলক সতর্ক কৰিলে জার্মানীৰ চাইবাৰ নিৰাপত্তা সংস্থাই । জার্মান সংস্থাৰ তৰফৰ পৰা সতর্কতা ...

Read more