Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

 বৈষম্যৰ পাহাৰ

প্রাঞ্জলসেন ডেকা

publisher by publisher
May 23, 2022
in Opinion
Reading Time: 1 min read
0
 বৈষম্যৰ পাহাৰ
1
SHARES
10
VIEWS
ShareShareShareShare

ভাৰতত আর্থিক বৈষম্য নতুন কথা নহয় যদিও দিনে দিনে ইয়াৰ মাত্রা বৃদ্ধিয়ে ভয়াৱহতাৰ ইংগিত দিছে। এনে বৈষম্যৰ পাহাৰে দেশক অস্থিৰ কৰি তোলাৰ দিশত অগ্ৰসৰ হৈছে। সম্প্রতি স্বয়ং প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে দেশত আয়ৰ ক্ষেত্ৰত হোৱা বৈষম্যৰ এক গভীৰ উদ্বেগজনক প্রতিবেদন প্রকাশ কৰিছে।

ADVERTISEMENT

মাত্র এক শতাংশ লোকেই যে দেশৰ সম্পদ তথা আয় কুক্ষিগত কৰি লৈছে, সেয়াই এই প্রতিবেদনত স্পষ্ট হৈছে। ইয়াৰ বিপৰীতে ৫৪.৯ শতাংশ পৰিয়ালে সম্পদৰ একেবাৰে তলৰ শাৰীত অৱস্থান কৰিছে; অথচ ৰাষ্ট্ৰীয় আয়ৰ পাঁচৰ পৰা সাত শতাংশ লাভ কৰে মাত্ৰ এক শতাংশই।

RelatedPosts

অংক মাথোঁ লাভ-লোকচানৰ

ধুৰন্ধৰৰ শেষ আশ্রয় !

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

আয়ৰ ব্যৱধানে এনে গুৰুতৰ ৰূপ লৈছে যে প্রতিমাহে মাত্র ২৫ হেজাৰ টকা উপাৰ্জন কৰা সকলো দেশৰ শীৰ্ষ ১০ শতাংশৰ অন্তৰ্ভুক্ত হৈছে; যিটো দেশৰ মুঠ আয়ৰ ৩০ৰ পৰা ৩৫ শতাংশ। আনহাতে, জনসংখ্যাৰ ১৫ শতাংশই মাহিলী পাঁচ হেজাৰ অথবা তাতকৈও কম টকা উপাৰ্জন কৰে।

ইতিমধ্যে দেশবাসীয়ে প্রতিদিনে প্রত্যক্ষ কৰি অহাৰ দৰে শীৰ্ষৰ এক শতাংশৰ উপাৰ্জন তীব্র গতিত ঊর্ধ্বমুখী হোৱাৰ বিপৰীতে তলৰ ১০ শতাংশৰ উপাৰ্জন সংকুচিত হৈ আহিছে বুলি প্রতিবেদনত প্ৰকাশ কৰা হৈছে। দুৰ্ভাগ্যজনক এয়ে যে যদিও দেশৰ গৰিষ্ঠসংখ্যক লোক গ্রামাঞ্চলত বাস কৰে, নগৰাঞ্চলৰ স’তে তেওঁলোকৰ বৈষম্য আৰু অধিক ভয়াৱহ।

‘ভাৰতত বৈষম্যৰ শেহতীয়া স্থিতি’ শীর্ষক প্রতিবেদনত লগতে কোৱা হৈছে যে এখন দেশৰ দৰিদ্ৰৰ সংখ্যাই ইয়াৰ সামাজিক বিকাশৰ স্থিতি দাঙি ধৰে। দেশবাসীৰ জীৱন ধাৰণৰ মানে ইয়াৰ আৰ্থিক বৈষম্য তথা দাৰিদ্ৰৰ ছবি প্রকট কৰা হেতুকে প্ৰতিটো পৰিয়ালৰ অৱস্থাৰ জৰীপৰ পোষকতা কৰা হৈছে। লগতে বৈষম্য, দৰিদ্ৰতা আৰু নিয়োজনৰ বাবে ৰূপায়ণ কৰি অহা নীতিসমূহ অধিক গতিশীল আৰু উন্নত কৰাৰ প্ৰয়োজন আছে বুলি পৰামৰ্শ আগবঢ়োৱা হৈছে।

ইয়াৰ উপৰি নগৰাঞ্চলতো এম জি এনৰেগা ৰূপায়ণ তথা সকলো নাগৰিকক চৰকাৰৰ তৰফৰ পৰা এক নিৰ্ধাৰিত বিত্তীয় অনুদান প্রদানৰ সাৰ্বজনীন মৌলিক উপাৰ্জন নীতি বলৱতৰো পোষকতা কৰিছে উক্ত প্রতিবেদনে। এনে এখন প্রতিবেদনে যে ভাৰত চৰকাৰৰ বহুল প্রচাৰিত অর্থনৈতিক পদক্ষেপসমূহৰ অন্তঃসাৰশূন্যতাকে উদঙাই দিছে তাক অস্বীকাৰ কৰাৰ উপায় নাই।

সমাজৰ একেবাৰে তলৰ লোকজনৰো উন্নয়নৰ বাবে কাম কৰাৰ সংকল্প ঘোষণা কৰি অহা হৈছে যদিও কার্যত যে এনেবোৰ মৌলিক বিষয়ত কোনো পদক্ষেপ গ্রহণ কৰা হোৱা নাই সেয়া স্পষ্ট। বৰঞ্চ বৈষম্য দৃঢ় হোৱাৰ ক্ষেত্ৰত চৰকাৰী নীতিসমূহে অধিক অৰিহণাহে যোগাইছে।

এই সময়ছোৱাত কেনেদৰে মাত্ৰ কেইজনমান পুঁজিপতিৰ ধন-সম্পদ আকাশলংঘী হৈছে সেয়া দেশবাসীৰ সমুখত জল্জল্‌ পটপট্ হৈ আছে। দৰাচলতে শাসকীয় ৰথী- মহাৰথী আৰু তেওঁলোকৰ মোচাহেবসকলৰ দৃষ্টিত এতিয়া চৌদিশে বিকাশৰ জোৱাৰ উঠিছে; কিয়নো তেওঁলোকৰ প্রিয়পাত্ৰসকলৰ দোপতদোপে উন্নতি হৈছে।

এই মুষ্টিমেয় এচামৰ অভূতপূর্ব উন্নতিয়ে দেশবাসীৰ উন্নতিক প্রতিফলিত কৰিছে বুলি তেওঁলোকে ধাৰণা কৰি লৈছে আৰু বিকাশৰ জয়গান গাইছে; অথচ প্রকৃত ছবি প্রকাশ পাইছে স্বয়ং প্রধানমন্ত্ৰীৰ উপদেষ্টা পৰিষদৰ প্ৰতিবেদনতে। দেশত দীর্ঘদিনীয়া ব্যৰ্থ শাসনৰ প্ৰতীকৰূপে প্ৰধানমন্ত্রী মোদীয়ে সংসদত উপহাস কৰা মহাত্মা গান্ধী গ্ৰাম্য নিশ্চিতিকৰণ আইন (এম জি এনৰেগা) এতিয়া তেওঁৰ চৰকাৰেই পৰিস্থিতিৰ তাগিদাত নগৰাঞ্চলতো ৰূপায়ণৰ বাবে তৎপৰ হ’বলগীয়া হৈছে।

গ্রামাঞ্চলৰ নিবনুৱাক এশদিনৰ কৰ্মসংস্থাপন প্ৰদানৰ আইন নগৰাঞ্চলতো ৰূপায়ণ কৰিবলগীয়া হোৱাটোৱে নিশ্চয় আর্থিক বিকাশৰ সাফল্য দাঙি ধৰা নাই। ঘোলা পানীত মাছ ধৰাৰ সুযোগ গ্ৰহণৰ বাবে যে ভাৰতীয় ৰাজনৈতিক দলবোৰ সদা তৎপৰ সেয়া পূৰ্বৰে পৰা সকলোৱে দেখি আহিছে।

সেই বাবেই মৌলিক সমস্যাসমূহ মষিমূৰ কৰাৰ সলনি সেইবোৰ বিভিন্ন সাৰ-পানী দি জীয়াই ৰাখি পৰিৱেশ অস্থিৰ কৰি ৰখাটোহে দলবোৰৰ লক্ষ্য, কাৰণ অস্থিৰ পৰিৱেশত ৰাজনৈতিক মুনাফা আদায়ৰ সুযোগ বেছি। সেই বাবেই দেশত দৰিদ্ৰতা নিৰ্মূলৰ শ্ল’গান দি অহা হৈছে; কিন্তু তাক ৰূপায়ণ কৰাৰ বিপৰীতে কৌশলেৰে সমস্যা অধিক গভীৰ কৰি তোলা হৈছে।

তাৰ পাছত বেজ হোৱাৰ ভাও ধৰি হিতাধিকাৰী ব্যৱস্থা গঢ়ি তোলা হৈছে। সম্প্ৰতি হিতাধিকাৰী ব্যৱস্থা অধিকাংশ ৰাজনৈতিক দল তথা কি কেন্দ্ৰ, কি ৰাজ্য সকলো চৰকাৰৰে অগ্ৰাধিকাৰত পৰিণত হৈছে। ইয়াৰ জৰিয়তে জনতাক কেৱল ভোটদান কৰা যন্ত্ৰত পৰিণত কৰি তোলা হৈছে।

সংস্থাপনকে ধৰি জীৱন ধাৰণৰ উপযুক্ত পৰিৱেশ গঢ়ি তোলাৰ পৰিৱৰ্তে নাগৰিকসকলক চৰকাৰৰ মুখাপেক্ষী কৰি তোলা হৈছে। ক্ষমতাসীনসকলে চাবি পকাইছে আৰু পুতলাৰূপী জনগণে সেই মতে ভিক্ষাৰ পাত্ৰ লৈ নৃত্য কৰিছে। সম্প্রতি দেশত মুদ্রাস্ফীতিয়ে পুৰণি অভিলেখ ভংগ কৰিছে।

ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ সৰ্বকালৰ সর্বাধিক পতন ঘটিছে। দিনে দিনে কর্মসংস্থাপনহীনৰ সংখ্যা দ্রুতগতিত বৃদ্ধি হৈছে। প্ৰতিটো সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে। দীর্ঘদিনৰ মাধমাৰৰ অন্তত শনিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ শুল্ক হ্রাস কৰা হৈছে যদিও সি এতিয়াও দুর্মূল্য হৈয়ে আছে।

এই কথাৰ ব্যাখ্যা নিষ্প্রয়োজন যে এনে পৰিস্থিতিয়ে আর্থিক ক্ষেত্ৰত ইতিমধ্যে দুর্বিষহ হৈ পৰা জনজীৱনক অধিক ক্ষতিগ্রস্ত কৰিব। চৰকাৰে কেতিয়াবা ক’ভিড, কেতিয়াবা ইউক্রেইন-ৰাছিয়া যুদ্ধ আদিৰ অজুহাত দি আহিছে যদিও দেশবাসীয়ে কেৱল বোজাই মূৰ পাতি ল’বলগীয়া হৈ আহিছে৷

অথচ শাসক পক্ষই এনে মৌলিক সমস্যাসমূহ জনচক্ষুৰ পৰা আঁতৰাই ৰাখিবলৈ নিত্য নতুন অবাঞ্চিত বিতৰ্কৰ সূত্ৰপাত ঘটাই আহিছে। গুৰুজনাই কৈ গৈছে— আগতে চাউলকঠা তাৰ পাছতহে হৰিকথা; কিন্তু শাসক পক্ষই তাৰ ওলোটাটোহে কৰিবলৈ লৈছে। ফলত দেশবাসীৰ দুর্ভোগ বাঢ়িছে। এনে দুৰ্যোগৰ সময়ত সবাতোকৈ দুৰ্ভাগ্যজনক কথা হৈছে— শক্তিশালী বিৰোধীৰ অভাৱ৷ কেন্দ্ৰ আৰু বিজেপি শাসিত ৰাজ্যসমূহ একদিশে পৰিচালিত হৈছে।

অ-বিজেপি শাসিত ৰাজ্যসমূহৰ চৰকাৰেও হিতাধিকাৰী ব্যৱস্থাকে আঁকোৱালি লৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৰাহুল গান্ধীয়েনো কেতিয়া দলৰ নেতৃত্ব ল’ব তাৰেই অপেক্ষাত সময় ব্যয় কৰিছে। ফলস্বৰূপে দেশৰ সাম্প্ৰতিক পৰিৱেশ যিয়েই নহওক, মোদীৰ নেতৃত্বত কিন্তু বিজেপিয়ে একদলীয় শাসনৰ দিশে অগ্ৰসৰ হৈছে। যদিও এয়া প্রধানমন্ত্রী মোদীৰ দ্বিতীয়টো কার্যকালহে, তথাপি ইংগিত কিন্তু তাৰেই পৰিলক্ষিত হয়।

সাম্প্রতিক পৰিস্থিতিত ২০২৪ পর্যন্ত বিজেপি বিৰোধী শক্তিৰ উত্থানৰ সম্ভাৱনা ক্ষীণ যেনেই ধাৰণা হয়; কিয়নো বিভিন্ন ৰাজ্যত অ-বিজেপি আঞ্চলিক দল ক্ষমতাধিষ্ঠিত হৈ আছে যদিও পশ্চিমবংগত মমতা বেনার্জীক বাদ দি আনবোৰ দলে প্ৰত্যক্ষভাৱে বিজেপি তথা মোদীক প্ৰত্যাহ্বান জনোৱা নাই নিজস্ব ৰাজনৈতিক বাধ্যবাধকতাৰ বাবেই।

তদুপৰি তেনে অধিকাংশ ৰাজ্যতে বিজেপিয়ে ইতিমধ্যে শাসক দলৰ মূল প্রতিদ্বন্দ্বীৰূপে অৱতীৰ্ণ হৈ দ্বিতীয় স্থান অধিকাৰ কৰি লৈছে। আনহাতে, নিজ নিজ ৰাজনৈতিক কাৰণতে আঞ্চলিক দলসমূহ একত্ৰিত হৈ মোদীৰ বিকল্প শক্তিৰূপে আত্মপ্ৰকাশ কৰাৰো কোনো সম্ভাৱনা পৰিলক্ষিত হোৱা নাই। দিনে দিনে ক্ষয়প্রাপ্ত হোৱা কংগ্ৰেছে তেনে বিকল্প হ’ব বুলিও দেশবাসীয়ে আশা কৰা নাই। গতিকে মোদীৰ নেতৃত্ব আৰু ক্রমবর্ধমান দলীয় সাংগঠনিক শক্তিৰে বিজেপি অগ্ৰসৰ হৈছে— যেনেদৰে জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ অগ্ৰসৰ হৈছিল। এনে পৰিপ্ৰেক্ষিতত আগন্তুক দিনতো আর্থিক বৈষম্য অথবা দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ নীতিৰ কোনো সংশোধন আশা কৰিব নোৱাৰি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: প্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d