ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত হ’বলগীয়া বাছনি পৰীক্ষাত প্ৰতিখন জিলাতে পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাত ল’ৰা-ছোৱালীবোৰে বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ।
ADVERTISEMENT
সেয়েহে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছো যাতে, সকলো জিলাতে এই পৰীক্ষাসমূহৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে যাতে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰে ।