Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

CAA :পুনৰ ১০ বছৰ বৃদ্ধি কৰা হ’ল কা’ৰ অধীনত আবেদনৰ ম্যাদ

ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া,কংগ্ৰেছ,জাতীয় পৰিষদ,কৃষক মুক্তিৰ তীব্ৰ বিৰোধিতা

publisher by publisher
September 3, 2025
in Uncategorized
Reading Time: 1 min read
0
CAA :পুনৰ ১০ বছৰ বৃদ্ধি কৰা হ’ল কা’ৰ অধীনত আবেদনৰ ম্যাদ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Lurinjyoti Gogoi:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ পৰীক্ষাৰ্থীক শুভেচ্ছা আৰু অভিনন্দন অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ

Nomination Filed Lurinjyoti Gogoi :বৃহৎ সমদলৰে লুৰীণজ্যোতি গগৈৰ মনোনয়ন পত্র দাখিল

AJP Candidate List Announced:কংগ্ৰেছৰ মিত্ৰদল অসম জাতীয় পৰিষদৰ প্ৰথম প্ৰাৰ্থী তালিকা প্ৰকাশ

CAA :

কা’ক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্ত ৷ পুনৰ ১০ বছৰ বৃদ্ধি কৰা হ’ল কা’ৰ অধীনত আবেদনৰ ম্যাদ ৷২০২৫ চনৰ পূৰ্বে অহা লোকেও কৰিব পাৰিব নাগৰিকত্বৰ আবেদন৷পূৰ্বে নাগৰিকত্বৰ আবেদনৰ বাবে সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ ৷

ADVERTISEMENT

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গেজেট অধিসূচনাৰ জড়িয়তে এই এই সময়সীমা বৃদ্ধি কৰিলে ২০২৪ চনৰ ৩১ ডিচেম্বৰ ৷ এতিয়াৰে পৰা আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা ২০২৫ চনৰ পূৰ্বে অহা লোকেও নাগৰিকত্বৰ আবেদন কৰিব পাৰিব ৷ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে কৰিব পাৰিব ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন ৷

উল্লেখ্য যে,২০১৯ চনত আইনত পৰিণত হৈছিল বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক |
কা’ক লৈ অসমত বিতৰ্ক অব্যাহত থকাৰ সময়তে নতুন সংশোধনী প্ৰকাশৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷

আনহাতে কা’ক লৈ কেন্দ্ৰীয় চৰকাৰে পুনৰ হেতালি খেলা কাৰ্যৰ বিৰোধিতা কৰে সদৌ অসম ছাত্ৰ সন্থাই৷ এক বিবৃতিত সভাপতি উৎপল শৰ্মাই কয়,অসমৰ দৰে সৰু ৰাজ্যৰ ওপৰত এনে পদক্ষেপ জাপি দিব নোৱাৰিব ৷অচিৰেই কেন্দ্ৰই এই অধিসূচনা বাতিল কৰক ৷ অন্যৰ্থাই ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব I

আনহাতে কা’ৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ ম্যাদ ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধিৰ বিৰোধিতাৰ তীব্ৰ বিৰোধীতা অসম জাতীয় পৰিষদৰ ৷ এই সন্দৰ্ভত পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়,৫৩ বছৰৰ অবৈধ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দি খিলঞ্জীয়া থলগিৰী মানুহৰ ৰাজনৈতিক অধিকাৰ নিঃশেষ কৰিব বিচাৰিছে কেন্দ্ৰই৷কেন্দ্ৰৰ এই হঠকাৰী পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি যাব অসমৰ ৰাইজ ৷

একেদৰে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়ায়ো কা’ৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ ম্যাদ ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধিৰ বিৰোধিতা কৰে ৷ এই সম্পৰ্কত শইকীয়াই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সকলোকে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাই ৷

আনহাতে,কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই যি বিলাক জাতিদ্ৰোহীয়ে কা’ আন্দোলনক বিপথে পৰিচালিত কৰি ‘কাট অফ দেট’ সলনি নহয় বুলি ওকালতি কৰিছিল, তেওঁলোকক ৰাজহুৱাকৈ জবাবদিহি কৰিব লাগে অসমীয়া জাতিয়ে।” আন্দোলনকাৰীৰ কথা এটা এটাকৈ সত্য প্ৰমানিত হোৱা বুলি উল্লেখ কৰি কা’ ৰ ‘কাট অফ দেট’ সলনিৰ বিৰোধিতা কৰে ৷ ইপিনে,কা’ৰ অধীনত আবেদনৰ ম্যাদ ১০ বছৰ বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অসমত এতিয়ালৈকে ১২ জনে আবেদন কৰিছে,৩ জনে নাগৰিকত্ব পাইছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bidut SaikiaCAAcm himanta viswasarmaDebabrata Saikialurinjuoti gogoiutpal sarma
publisher

publisher

Related Posts

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা
Uncategorized

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

Silcha Municipal Corporation:প্ৰথমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ

September 2, 2026
ৰহা টোলগেটত স্থানীয় ৰাইজৰ বাবে টোল ৰেহাই ঘোষণা নগাঁও জিলা আয়ুক্তৰ

Heroin Seized in Basistha: বশিষ্ঠ আৰক্ষীৰ অভিযানত হে’ৰইন সহ কুখ্যাত সৰবৰাহকাৰী আটক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d