Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

    ২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

    ২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত

    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Debabrata Saikia :জুবিনক হত্যা কৰা বুলি কি ভিত্তিত ক’লে মুখ্যমন্ত্ৰীয়ে :দেবব্ৰত শইকীয়া

publisher by publisher
October 21, 2025
in Assam, Crime
Reading Time: 1 min read
0
Debabrata Saikia :জুবিনক হত্যা কৰা বুলি কি ভিত্তিত ক’লে মুখ্যমন্ত্ৰীয়ে :দেবব্ৰত শইকীয়া
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

Debabrata Saikia :

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক কাৰ্যালয় ৰাজিৱ ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ দলপতি গৰাকীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ তদন্ত সন্দৰ্ভত কয়,জুবিনক হত্যা কৰা বুলি স্বয়ং মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কোৱা মন্তব্য অতি আচৰিতজনক ৷ কিয়নো এই পৰ্যন্ত এছআইটিয়ে তদন্ত অব্যাহত ৰাখি কোনো তথ্য ৰাজহুৱা কৰা নাই ৷ কিন্ত মুখ্যমন্ত্ৰী গৰাকীয়ে এছ আই টিৰ মুৰব্বী দৰেই কেতবোৰ সামঞ্জস্যহীন মন্তব্য প্ৰকাশ কৰাতো অতিশয় দুৰ্ভাগ্যজনক কথা ৷

ADVERTISEMENT

আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশত আগবঢ়া নাই ৷ এনেক্ষেত্ৰত এছআইটিৰ পৰিৱৰ্তে চিবিআইক তদন্তৰভাৰ দিয়াৰ দাবী কংগ্ৰেছৰ বুলি উল্লেখ কৰি বিৰোধী দলপতি আৰু কয় যে যদি শ্যামকানুৰ গীতানগৰৰ বাসগৃহ এছআইটিয়ে সঁচা অৰ্থত ছীল কৰিছিলেই তেন্তে শ্যামকানুৰ পত্নী তথা পৰিয়ালৰ লোক সকল কেনেকৈ আহযাহ কৰি আছে ৷

একেদৰে আন এক বিস্ফোৰণ ঘটাই শইকীয়াই কয়,ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগে ৷ তেন্তে কিয় চৰকাৰী আতিথ্য নাপালে জুবিন গার্গে ৷একেদৰে জুবিন গাৰ্গৰ লগত কিয় দিয়া নহল চৰকাৰী দেহৰক্ষী বা প্ৰট’কল অফিচাৰ ৷এই বিষয় সমূহ তদন্তৰ আওতালৈ আনিব লাগে। তদন্ত প্রক্রিয়াত জড়িত দুই-এজন বিষয়াক লৈয়ো ৰাইজৰ সন্দেহ আছে ৷ তদুপৰি বিমানবন্দৰত সন্দীপনৰ পিঠিত থপৰিয়াই মুখ্যমন্ত্রীয়ে কি কৈছিল, ৰাইজে জানিব বিচাৰি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিৰোধী দলপতি গৰাকীয়ে ৷

জুবিন গাৰ্গৰ নশ্বৰদেহ সৎকাৰ কৰাৰ পিছত চিতাভস্মৰ সলনি জুবিন ক্ষেত্ৰৰ মাটিহে বিভিন্ন অনুষ্ঠানক চৰকাৰে দিয়া বুলি গুৰুতৰ অভিযোগ নাজিৰাৰ বিধায়ক গৰাকীৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCCDebabrata SaikiaPressmeetRajib BhawanZubeen Garg
publisher

publisher

Related Posts

অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ
Assam

October 22, 2026
২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ
Assam

২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

October 22, 2026
মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

October 20, 2026
বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

October 19, 2026
কাতি বিহুৰ দিনা পুনৰ নগাঁৱত বুলড ‘জাৰৰে উৎখাত ৫৬০ পৰিয়ালক

মহানগৰীৰ পূজাত দিন-ৰাতি একাকাৰ
Assam

মহানগৰীৰ পূজাত দিন-ৰাতি একাকাৰ

October 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d