Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manish Sisodia : মূর্খৰ দল বিজেপি-য়ে সমগ্ৰ দেশক অশিক্ষিত কৰি ৰাখিব বিচাৰে : মণীশ ছিছৌডিয়া

publisher by publisher
August 27, 2022
in India, News, Politics
Reading Time: 1 min read
0
Manish Sisodia : মূর্খৰ দল বিজেপি-য়ে সমগ্ৰ দেশক অশিক্ষিত কৰি ৰাখিব বিচাৰে : মণীশ ছিছৌডিয়া
4
SHARES
44
VIEWS
ShareShareShareShare

বিজেপিশাসিত কেন্দ্রীয় চৰকাৰক লক্ষ্য কৰি তীব্র কটাক্ষ দিল্লীৰ উপমু্খ্যমন্ত্রী মণীশ ছিছৌডিয়াৰ । দিল্লীৰ লেফটেনেন্ট গভর্নৰ ভিকে ছক্সেনাই সম্প্রতি মুখ্যসচিবক পত্ৰ দি জানিব বিচাৰিছে, দুবছৰ পূৰ্বে জমা দিয়া ‘চেন্ট্রেল ভিজিলেন্স কমিছন’ (চিভিচি)ৰ চৰকাৰী স্কুল সংক্রান্ত প্ৰতিবেদন সন্দৰ্ভত কিয় চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্রহণত বিলম্ব ? সেই পৰিপ্রেক্ষিততেই এইবাৰ বিজেপি চৰকাৰক লক্ষ্য কৰিলে দিল্লীৰ উপমুখ্যমন্ত্রী তথা শিক্ষামন্ত্রী ছিছৌডিয়াই ।

ADVERTISEMENT

শনিবাৰে, দলৰ তৰফৰ পৰা সাংবাদিক বৈঠকত মিলিত হৈ বিজেপিক কটাক্ষ কৰে ছিছৌডিয়াই । দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহ অন্যান্য বহু বেচৰকাৰী বিদ্যালয়ৰ তুলনাত আগবঢ়া । ইয়াৰ পাছতেই কটাক্ষ কৰি তেওঁ কয়, ‘‘বিজেপি এটা মূর্খৰ দল । তেওঁলোকে সমগ্ৰ দেশকে অশিক্ষিত কৰি ৰাখিব বিচাৰে । তেওঁলোকে যি ৰাজ্যত ক্ষমতাত আহে, তাত একাধিক চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়ে । তেওঁলোকে আগতে তদন্ত কৰা উচিত, বিজেপিশাসিত ৰাজ্যত কিয় ইমানবোৰ চৰকাৰী বিদ্যালয় বন্ধ হৈ গ’ল !”

RelatedPosts

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

গুৱাহাটীত যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য, Gen-Z ভোটাৰ লক্ষ্যত বিজেপিৰ জোৰদাৰ প্ৰচাৰ

ছিছৌডিয়াৰ দাবী, আবকাৰী নীতি সন্দৰ্ভত আপ চৰকাৰক আক্ৰমণ কৰাৰ পথ বিচাৰি নাপাই এতিয়া বিজেপি চৰকাৰী বিদ্যালয়ৰ পিছত পৰিছে । প্রসংগত, দিল্লী চৰকাৰৰ নতুন শুল্ক নীতিৰ ফলত হোৱা দুর্নীতিৰ অভিযোগৰ তদন্ততেই কিছুদিন পূৰ্বে ছিছৌডিয়াৰ বাসভৱনত মাৰাথান তালাচী চলায় চিবিআই-য়ে ।

আপৰ অভিযোগ আছিল, দিল্লীতো মহাৰাষ্ট্রৰ আদলে সরকার ফেলার পরিকল্পনা করছে বিজেপি। ইয়াৰ বাবে ৮০০ কোটি টকাৰে আপৰ প্ৰায় ৪০ জন বিধায়কক কিনিব বিচাৰিছে ‘মোদী-শ্বাহৰ দল’এ । ছিছৌডিয়াই অভিযোগ কৰে, তেওঁ আপ এৰি বিজেপিত যোগ দিলেই তেওঁক মুখ্যমন্ত্রীৰ পদ দিয়াৰ প্রস্তাৱ দিয়া হৈছে । তেওঁ এইটোও প্রস্তাৱ পাইছে, কোৱা হৈছে, তদন্তও বন্ধ হৈ যাব । যদিও বিজেপি-য়ে আপৰ অভিযোগত গুৰুত্ব আৰোপ কৰা নাই ।

শুকুৰবাৰে দিল্লীৰ লেফটেনেন্ট গভর্নৰে মুখ্যসচিবক পত্ৰ প্ৰেৰণ কৰি চৰকাৰী বিদ্যালয়ত অতিৰিক্ত গৃহ নিৰ্মাণক লৈ হোৱা অনিয়ম সংক্রান্ত চিভিচিৰ ২০২০-ৰ প্ৰতিবেদন সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল, জানিব বিচাৰিছে । আপৰ দাবী, ধন ব্যয় কৰি চৰকাৰ পেলাব নোৱাৰি এইবাৰ আপ চৰকাৰৰ শিক্ষা মডেলক ধ্বংস কৰিব বিচাৰিছে বিজেপি-য়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AAPBJPManish Sisodia
publisher

publisher

Related Posts

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d