Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আৰু ললিপপ নালাগে ছয় জনগোষ্ঠীক

আলোচনাৰ বাবে চৰকাৰৰ আমন্ত্ৰণ অগ্ৰাহ্য কৰিলে, কেৱল ত্ৰিপাক্ষিক বৈঠকতহে কৰিব যোগদান

publisher by publisher
September 20, 2022
in India, Assam, News
Reading Time: 1 min read
0
আৰু ললিপপ নালাগে ছয় জনগোষ্ঠীক
1
SHARES
8
VIEWS
ShareShareShareShare

কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ পাঁচখন ৰাজ্যৰ ১৫টাকৈ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ পাছত দীৰ্ঘদিন জনজাতিকৰণৰ দাবী কৰি অহা অসমৰ ছটাকৈ জনগোষ্ঠী উপেক্ষিত হৈ ক্ষোভত জ্বলি উঠিছে । এই ছয় জনগোষ্ঠীয় সংগঠনসমূহে ধাৰাবাহিক আন্দোলন ঘোষণা কৰাৰ পাছতে অহা ২১ ছেপ্টেম্বৰত আলোচনালৈ আমন্ত্ৰণ জনাইছে ৰাজ্য চৰকাৰে ।

ADVERTISEMENT

আন্দোলন আৰু আলোচনাৰ মাজেৰে প্ৰায় দুটা দুশক অতিক্ৰম কৰা এই দাবীক বিজেপি চৰকাৰে মান্যতা প্ৰদান কৰিব বুলি গভীৰ বিশ্বাসত লৈ সংশ্লিষ্ট জনগোষ্ঠীকেইটাৰ সংগঠনসমূহে আন্দোলন বহু পৰিমাণে স্তিমিত কৰি ৰাখিছিল যদিও শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেট আৰু অসম বিধানসভাৰ শৰৎকালীন অধিবেশনত এই সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা অৱহেলা উন্মোচিত হোৱাৰ পাছতে পুনৰ জাঙুৰ খাই উঠিছে ছয় জনগোষ্ঠীয় ঐক্যমঞ্চ ।

RelatedPosts

Assam Cabinet: ৮ ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

SEBA : ছেবাই ঘোষণা কৰিলে বাতিল হোৱা মেট্ৰিক পৰীক্ষাৰ তাৰিখ

অহা ২২ ছেপ্টেম্বৰৰ পৰা ঐক্যমঞ্চ‌ই ধাৰাবাহিক আন্দোলন ঘোষণা কৰাৰ পাছতে বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অহা ২১ ছেপ্টেম্বৰত আমন্ত্ৰণ জনায় যদিও এই আমন্ত্ৰণ ছয় জনগোষ্ঠী ঐক্যমঞ্চ‌ই অগ্ৰাহ্য কৰিছে বুলি সদৰী কৰে চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ আৰু তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁয়ে ।

ছাত্ৰ নেতাত্ৰয়ে কয়, “ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো ফুটবলৰ দৰে এখন চৰকাৰে আন এখন চৰকাৰলৈ ঠেলা ঠেলি কৰি আছে । তেওঁলোকক স্পষ্ট কৰি দিওঁ ‌যে এইখন ফুটবল খেল নহয় । দীৰ্ঘদিন ধৰি ছয় জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ দাবীত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিত ভোল গৈ পুনৰ ছয় জনগোষ্ঠী প্ৰতাৰণাৰ সন্মুখীন হ’ল । বহুবাৰ এই বিষয়ত আলোচনাৰ ওপৰত আলোচনা হ’ল, পিছে ই কেৱল ভুৱা প্ৰতিশ্ৰুতিহে যে আছিল সেয়া প্ৰমাণিত হ’ল ।’

উল্লেখ্য যে আন্দোলন ঘোষণাৰ পাছতে পুনৰ চৰকাৰে আলোচনালৈ আমন্ত্ৰণ জনাইছে বুলি সদৰী কৰি ছয় জনগোষ্ঠীৰ নেতৃত্ব‌ই পুনৰ কয়, ‘অতি হাস্যকৰ বিষয় যে ছয় জনগোষ্ঠীয় ঐক্যমঞ্চ‌ই আন্দোলন ঘোষণা কৰাৰ পাছতে অহা ২১ ছেপ্টেম্বৰত আলোচনালৈ আমন্ত্ৰণ জনাইছে ৰাজ্য চৰকাৰে । বৈঠকত মন্ত্ৰীদ্বয় ক্ৰমে ডাঃ ৰণোজ পেগু আৰু পীযুষ হাজৰিকা উপস্থিত স্পষ্ট মত যে এই আলোচনাত আমি অংশগ্ৰহণ নকৰো । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠন হোৱা মন্ত্ৰী গোটে প্ৰতিবেদন শীঘ্ৰে কেন্দ্ৰ‌লৈ প্ৰেৰণ কৰক ।

প্ৰতিবেদন প্ৰেৰণৰ পাছত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ উপস্থিতিত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক । সমাধান সূত্ৰ উলিয়াব নোৱৰা আলোচনাত বহি আৰু ললিপপ বিচৰা নাই ছয় জনগোষ্ঠীৰ ৰাইজে ।’

উল্লেখ্য যে ছয় জনগোষ্ঠী ঐক্যম‌ঞ্চ‌ই ইতিমধ্যে ঘোষণা কৰা অনুসৰি অহা ২২ ছেপ্টেম্বৰত প্ৰতিবাদী কাৰ্যসূচীৰ লগতে অহা ২৬ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ সৰ্বাত্মক ৰূপত ৰূপায়ণ কৰিবলৈ তৎপৰতা অব্যাহত ৰাখিছে বুলি কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ranoj PeguSix Schedule
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d