Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

RHINO : মালবাহী ট্ৰাকেদি অসমলৈ অনা হয় গঁড় হত্যাৰ লগত জড়িত মাৰাণাস্ত্ৰ

চোৰাং চিকাৰীক অস্ত্ৰয়ে নহয় ব্ৰহ্মপুত্ৰ পাৰ হবলৈ ৰাবাৰ বথ যোগান ধৰে বিহাৰৰ বনিয়াই যি তথ্যই চকু কপালত তুলিছে বন বিভাগৰ

publisher by publisher
September 20, 2022
in India, Assam, News
Reading Time: 1 min read
0
2
SHARES
21
VIEWS
ShareShareShareShare

BIHAR : বিহাৰৰ পৰা অহা বণীয়া গোষ্ঠীৰ অৰিহণা গড়ৰ চোৰাং চিকাৰত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ বাবে বিহাৰৰ পৰাও অস্ত্ৰ যোগান ধৰাৰ এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।কেবল অস্ত্ৰই নহয়,চোৰাং চিকাৰীয়ে মহাবাহু ব্ৰম্মপুত্ৰ পাৰ হবলৈ ৰাবাৰ বথ পৰ্যন্ত চোৰাং চিকাৰীক যোগান দিয়ে বিহাৰৰ বনিয়াই।যি তথ্যই এতিয়া চকু কপালত তুলিছে বন বিভাগৰ লগতে সাধাৰণ জনতাৰ। তাতোকৈ উল্লেখনীয় বিষয় যে গড় হত্যা তথা চোৰাং চিকাৰত ব্যৱহৃত মাৰাণাস্ত্ৰ সৰবৰাহ হয় মাল বাহী ট্ৰাকত ।

ADVERTISEMENT

উল্লেখ যে যোৱা কালি বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ বিষয়া জতীন্দ্ৰ মোহন দাসৰ নেতৃত্বত যোৱা কালি বিশ্বনাথ নগৰৰ এ এছ টি চি চৌহদৰ এখন গেলামাল দোকানৰ গুদামত এক অভিযান চলিছিল।এই অভিযানত গেলামাল দোকানৰ গুদামৰ পৰা উদ্ধাৰ কৰা হৈছিল দুটাকৈ হস্ত নিৰ্মিত মৰনাস্ত্ৰ।গ্ৰেপ্তাৰ কৰা হৈছিল গুদামৰ মালিক হনুমান পাণ্ডিয়া অাৰু কৰ্মচাৰী পিংকু মণ্ডলক।তাৰ পিছতে বন বিভাগে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তক সোধা-পোছা কৰাত এতিয়া উদ্ধাৰ হৈছে ন ন বিস্ফোৰক তথ্য। ধৃত পিংকু মণ্ডলৰ স্বীকাৰোক্তিৰ ভিত্তিত বন বিভাগে পুনৰ একেখন গোদামৰ মেনেজাৰ প্ৰদীপ মণ্ডল আৰু আন এখন দোকানৰ কৰ্মচাৰী অশোক মণ্ডলকো গ্ৰেপ্তাৰ কৰিলে বন বিভাগৰ অভিযানকাৰী দলটোয়ে।

RelatedPosts

Bishanath Eviction Drive:বিশ্বনাথত দ্বিতীয় দিনাও অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান,উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতিৰ চেষ্টা আমছুৰ বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি ছাইফুদ্দিন আহমেদৰ,পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ

Mahakumbha Mela:মহাকুম্ভত নিৰুদ্দেশ হোৱা বিশ্বনাথৰ মঞ্জু দেৱী আগৰৱালৰ ওলাল সন্ধান

Aaranyak Awareness Workshop :বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ বাবে অসম আৰক্ষী, গাওঁৰক্ষী সদস্যৰ মাজত সজাগতামূলক কৰ্মশালা

WhatsApp Image 2022 09 20 at 18.57.02

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা চাৰিজন লোককে বন বিভাগে কহৰা ৰেঞ্জলে প্ৰেৰণ কৰা হৈছে যদিও এই চাৰিজন লোকৰ পৰা বিশ্বনাথ বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ দলে কেতবোৰ বিস্ফোৰক তথ্য লাভ কৰিছে।বন বিভাগে এই অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ লগত জড়িত আটাইকেইজন লোকে বিহাৰৰ বাসিন্দা যদিও কৰ্মসূত্ৰে তেওঁলোক বিশ্বনাথত থাকে।কিন্তু চোৰাং চিকাৰীক উক্ত দলটোয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰেবেশ কৰিবলৈ আৰু গড় হত্যা কৰিবলৈ প্ৰয়োজন হোৱা অস্ত্ৰ সস্ত্ৰৰ পৰা সকলো প্ৰয়োজন হোৱা সামগ্ৰী যোগান দি আহিছে এই দলটোয়ে।কেবল অস্ত্ৰ সস্ত্ৰয়ে নহয়,চোৰাং চিকাৰীক গড় হত্যাৰ বাবে প্ৰয়োজন হোৱা টকা পইচা পৰ্যন্ত চোৰাং চিকাৰীক যোগান দিয়া বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ।

WhatsApp Image 2022 09 20 at 18.57.03 1এই অবৈধ ব্যবসায়ীৰ লগত বিশ্বনাথৰ আৰু বহু লোক জড়িত থকাৰ কথাও উল্লেক কৰিছে বন বিষয়া গৰাকীয়ে।ইতিমধ্যে সমস্ত ঘটনা সন্দৰ্ভত বিভাগটোয়ে তদন্ত অব্যাহত ৰাখিছে।অতি শীঘ্ৰে আৰু বহু লোক চোৰাং চিকাৰীক এই অবৈধ অস্ত্ৰ সস্ত্ৰ যোগান দিয়া দিয়া অপৰাধত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BISHANATHPREACHER ARRESTED
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d