Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

HIGH BLOOD PRESSURE CONTROL TIPS : উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ ৭ টা ঘৰুৱা দিহাৰ বিষয়ে জানিবলৈ পঢ়ক

publisher by publisher
September 26, 2022
in Health, Assam, India, News
Reading Time: 1 min read
0
HIGH  BLOOD PRESSURE CONTROL TIPS : উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ ৭ টা ঘৰুৱা দিহাৰ বিষয়ে জানিবলৈ পঢ়ক
7
SHARES
73
VIEWS
ShareShareShareShare

HIGH BLOOD PRESSURE CONTROL TIPS : বৰ্তমান সময়ত এটা সাধাৰণ কথা হৈছে যে , উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায়ভাগ মানুহে দৈনিক ঔষধ সেৱন কৰে । যদিও কোৱা হয় যে উচ্চ ৰক্তচাপ কেৱল ঔষধে নিয়ন্ত্ৰণ কৰিব পাৰে তথাপি এইকথা সদায় মনত ৰখা উচিত যে যিকোনো ঔষধৰে পাৰ্শ্বক্ৰিয়া থাকে ।
তেনেক্ষেত্ৰত কিয় আমি এই মৃত্যুঘাতী সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ কিছু ঘৰুৱা দিহাৰ ব্যৱস্থা নকৰো ! সাধাৰণতে এই ঘৰুৱা দিহা সমূহে কোনো ৰোগ নিৰ্মূল কৰিব নোৱাৰে যদিও প্ৰতিৰোধ কৰাত কিন্তু অভূতপূৰ্ব সহায় কৰে ।

ADVERTISEMENT

WhatsApp Image 2022 09 26 at 18.39.12

RelatedPosts

High Blood Pressure and Headaches :  আপোনাৰো হৈছে নেকি ৰক্তচাপ আৰু মূৰৰ বিষ !

High Blood Pressure : ঔষধ খাইও উচ্চ ৰক্তচাপৰ পৰা হাত সাৰিব পৰা নাই ? খাওক এই তিনিটা খাদ্য

Diabetes : ডায়েবিটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ জানিব লাগিব খাদ্যৰ ক্রম কোনবোৰ খাদ্য আগত খাব, কোনবোৰ পাছত ?

১/ উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰিবলৈ দৈনিক ইলাচি আৰু আদা দিয়া চাহ খোৱাৰ অভ্যাস কৰা উচিত । উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত এই চাহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে । এই কথা ২০০৯ চনত ইণ্ডিয়ান জৰ্নাল অৱ বায়’কেমেষ্ট্ৰি এণ্ড বায়’ফিজিক্সত উল্লেখ কৰিছিল যে, ইলাচি আৰু আদাৰ ওপৰত প্ৰায় সপ্তাহ ধৰি চলোৱা এক পৰীক্ষাত এই কথা প্ৰমাণ হৈছে যে, ই মানুহৰ দেহত হঠাৎ হ’বপৰা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । মূলতে আদা আৰু ইলাচি দিয়া চাহে মানুহৰ ৰক্ত সঞ্চালনক এক সন্তোলন অৱস্থাত ৰাখে । ইয়াৰলগতে ই আমাৰ হৃদৰোগ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে । তেনেক্ষেত্ৰত আমি ঘৰতে উপলব্ধ হোৱা এই দুবিধ মচলা জাতীয় সামগ্ৰী দৈনিক সেৱন কৰি উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰো ।
২/ দৈনিক ৰাতিপুৱা তৰমুজ খাৱলৈ আৰম্ভ কৰক । তৰমুজ হৈছে এনে এটা প্ৰাকৃতিক ফল যি উচ্চ ৰক্তচাপৰ ফলত বৃদ্ধি হোৱা তেজৰ সঞ্চালন হ্ৰাস কৰে । গৰমৰ দিনত সৰ্বাধিক উপলব্ধ এই ফলত থকা চিটুলাইন শৰীৰত প্ৰৱেশ কৰি নাইট্ৰিক অক্সাইদলৈ পৰিৱৰ্তন হয় ।নাইট্ৰিক অক্সাইদে মানুহৰ তেজৰ কণিকা সমূহক মুক্ত কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।
৩/ নহৰু উচ্চ ৰক্তচাপৰ অত্যন্ত উপকাৰী মচলা । ই অতি সোনকালে উচ্চ ৰক্তচাপ হ্ৰাস কৰিব পাৰে । নহৰু-এ মানুহৰ শৰীৰৰ বৰ্ধিত পানী আৰু চ’ডিয়াম প্ৰসাৱৰ যোগেদি বাহিৰ কৰাত সহায় কৰে । ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাৰ লগতে হৃদ ৰোগৰ কাৰণেও ফলদায়ক ।
৪/ পৃথিৱীৰ সকলো ঠাইত উপলব্ধ এবিধ পাচলি হৈছে গাজৰ । ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাৰ লগতে ছাল আৰু চকুৰ তলত পৰা দাগ নিৰাময় কৰাতো সহায় কৰে । গাজৰত থকা এণ্টিঅক্সিডেণ্টে মাৰত্মক ৰোগ কেন্সাৰ প্ৰতিৰোধ কৰাতো সহায় কৰে। ইয়াৰোপৰি গাজৰে মানুহৰ মৰিব ধৰা তেজৰ কোষ গঠনতো সহায় কৰে । গাজৰত থকা চডিয়াম আৰু পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । দৈনিক আমি এগিলাচ গাজৰৰ ৰস সেৱন কৰিলে উচ্চ ৰক্তচাপৰ বাচি থাকিব পাৰিম ।
৫ / চি ভিটামিন যুক্ত বিলাহীও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । বিলাহীত থকা ভিটামিন ই , এণ্টিঅক্সিডেণ্ট আৰু পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত অভূতপূৰ্ব সহায় কৰে । অৱশ্যে বজাৰত উপলব্ধ হোৱা বিলাহীৰ চ’চে শৰীৰত কোনো সু-ফল পেলাব নোৱাৰে । বৰঞ্চ ইয়াত থকা পৰ্যাপ্ত চ’ডিয়ামে শৰীৰৰ ক্ষতি কৰাহে ভয় থাকে । তেনেক্ষেত্ৰত ঘৰতে পোৱা বিলাহী দৈনিক খাবলৈ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞ সকলে । ইয়াৰলগতে বিলাহীয়ে কেন্সাৰ প্ৰতিৰোধ কৰাতো সহায় কৰে ।
৬/ চ’ডিয়ামযুক্ত খাদ্য বৰ্জন কৰিও উচ্চ ৰক্তচাপৰ পৰা ৰক্ষা পৰিব পাৰে । আমি জানো যে চডিয়ামে শৰীৰত তেজৰ সঞ্চালন বৃদ্ধি কৰে । অধিক চডিয়াম থকা যিকোনো খাদ্য শৰীৰৰ বাবে অপকাৰী বুলি বিবেচিত হৈছে । তেনেক্ষেত্ৰত অধিক চডিয়াম থকা নিমখ মানুহে কমাই খাব লাগে । নিমখে মানুহৰ ৰক্তচাপ বৃদ্ধি কৰাত সহায় কৰে । সচৰাচৰ লাভ কৰা চডিয়ামযুক্ত নিমখৰ পৰিৱৰ্তে আজিকালি বজাৰত কম চডিয়ামযুক্ত নিমখো পোৱা যায় যদিও আহাৰত সদায় নিমখৰ পৰিমাণ কমাই খোৱাৰ পৰামৰ্শ আগবঢ়াইছে চিকিৎসক সকলে ।
৭/ ধনীয়াৰ গুটিয়েও মানুহৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । জানি হয়তো আচৰিত হ’ব যে , চাইনাত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ধনীয়াৰ গুটি ব্যৱহাৰ কৰে । ধনীয়াৰ গুটিৰ লগতে ধনীয়া শাকো চাইনাৰ লোক সকলে প্ৰচুৰ পৰিমাণে খায় । ধনীয়াই শৰীৰত জমা হোৱা বৰ্ধিত পানী উলিয়াই দিয়াত সহায় কৰাৰ লগতে হৃদ ৰোগৰ বাবেই ধনীয়া যথেষ্ট উপকাৰী । যদি আপুনি এনেই ধনীয়াৰ গুটি খাবলৈ বেয়া পাই ,তেন্তে আপুনি ধনীয়াৰ গুটি চাহত দিও সেৱন কৰিব পাৰে । ইয়াৰোপৰি ধনীয়াৰ গুটিৰ ৰস তৈয়াৰ কৰি দৈনিক তিনিবাৰ সেৱন কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CONTROL TIPSHigh Blood Pressure
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d