Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

High Blood Pressure : ঔষধ খাইও উচ্চ ৰক্তচাপৰ পৰা হাত সাৰিব পৰা নাই ? খাওক এই তিনিটা খাদ্য

publisher by publisher
February 9, 2023
in Health, Lifestyle
Reading Time: 2 mins read
0
High Blood Pressure : ঔষধ খাইও উচ্চ ৰক্তচাপৰ পৰা হাত সাৰিব পৰা নাই ? খাওক এই তিনিটা খাদ্য
11
SHARES
107
VIEWS
ShareShareShareShare

RelatedPosts

সৌন্দর্য বৃদ্ধিৰ বাবে উত্তম যোগ আসন কি?

বিহুৰ লাৰু-পিঠা খাই গেছৰ সমস্যাত ভুগিছে নেকি !তেনেহ’লে ঘৰতেই খাওক এইসমূহ ঔষধ

Health Tips: প্রতিদিনে খালী পেটত ফল-মূল খায় নেকি ?

High Blood Pressure :

অত্যাধিক চাপ, দুচিন্তা,ব্যস্ততা, মানসিক চাপ, বাহিৰত সঘনাই খোৱা – এনে কিছুমান কাৰণৰ বাবেই জীৱনত উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি হয় ।

ADVERTISEMENT

অধ্যয়ন অনুসৰি, সমগ্ৰ বিশ্বতে উচ্চ ৰক্তচাপত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। সকলো সময়তে ভিতৰৰ বিপদ বাহিৰৰ পৰা অনুভৱ কৰিব নোৱাৰি।

উচ্চ ৰক্তচাপৰ ক্ষেত্ৰতো এনে হয়। ফলত ঘনাই আহে হৃদৰোগ বা ষ্ট্ৰোক । চিকিৎসকসকলে মন কৰে যে এই আকস্মিক বিপদৰ মূলত উচ্চ ৰক্তচাপ ।

বয়স বাঢ়ি অহাৰ লগে লগে, ৰক্তচাপৰ স্তৰ বৃদ্ধি হয়। এটা বয়সৰ পাছত শৰীৰৰ সকলো অংশ দুৰ্বল হৈ পৰে। এই তালিকাত ৰক্তনলীবোৰো পৰে।

গতিকে বৃদ্ধ বয়সত, ৰক্তচাপৰ স্তৰ অলপ বেছি হয়। অৱশ্যে, শেহতীয়াকৈ, উচ্চ ৰক্তচাপ এতিয়া বৃদ্ধ বয়সতে সীমাবদ্ধ নহয় । কম বয়সতে এই ৰোগে আক্ৰমণ কৰিব পাৰে ।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। একে সময়তে, দৈনিক খোৱাৰ পৰিৱৰ্তন হ’ব লাগে। অধিক কম চৰ্বিযুক্ত খাদ্য, ফল, পাচলি খোৱাটো গুৰুত্বপূৰ্ণ।

কিন্তু কিছুমান খাদ্যই ৰক্তচাপৰ মাত্ৰা হাতৰ মুঠিত ৰাখিব পাৰে । তেনে তিনিবিধ খাদ্য হ’ল-

বীটৰ ৰস:

বীটৰ দৰে উপকাৰী পাচলি খুব কম আছে। যিসকলে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি আছে, তেওঁলোকে প্ৰতিদিনে খাদ্য তালিকাত বীট ৰাখিব পাৰে।

বীটৰ ৰসে ধমনীবোৰ শিথিল কৰি ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে। প্ৰতিদিনে ২৫০ মিলি ৰস খোৱাৰ ফলত উচ্চ ৰক্তচাপৰ আশংকা হ্ৰাস হয়।

পিঁয়াজ:

প্ৰষ্টাগ্লেণ্ডিন সমৃদ্ধ পিয়াঁজে ৰক্তনলীবিলাক সম্প্ৰসাৰিত কৰে। ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে। একে সময়তে, ই তেজ গোট মৰাৰ দৰে সমস্যাও নিয়ন্ত্ৰণ কৰে। ইয়াৰ বাহিৰেও, পিয়াজত কুৱেৰচেটিন থাকে, যি ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

কল:

পটাছিয়াম সমৃদ্ধ কলে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। প্ৰতিদিনে এটা কল খোৱাৰ অভ্যাসে উচ্চ ৰক্তচাপৰ সমস্যা চিৰদিনৰ বাবে উপশম কৰিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Good Health TipsHigh Blood Pressure
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d