Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

কল বাকলিৰ উপকাৰিতাৰ বিষয়ে জানিবলৈ পঢ়ক—

publisher by publisher
October 2, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
কল বাকলিৰ উপকাৰিতাৰ বিষয়ে জানিবলৈ পঢ়ক—
5
SHARES
51
VIEWS
ShareShareShareShare

স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী সুস্বাদু ফল হৈছে কল। কলে যেনেকৈ শৰীৰৰ পুষ্টি সাধন কৰে , ঠিক তেনেকৈ কলৰ বাকলিৰো উপকাৰী গুণ আছে । বিশেষকৈ ৰূপ চৰ্চাৰ ক্ষেত্ৰতো কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰি । গৱেষণাত এই কথা প্ৰমাণ হৈছে যে কলত লুটেইন থকাৰ লগতে এণ্টি অক্সিডেণ্ট, ভিটামিন এ, বি, চি, ই, পটাছিয়াম, জিংক, আয়ৰণ আৰু মেংগানিজ থাকে ।

ADVERTISEMENT

ছালৰ দাগ নাইকীয়া কৰিবলৈ কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰি । কল খোৱাৰ পিছত বাকলি খিনিৰ ভিতৰত থকা কোমল অংশখিনি এখন চামুচেৰে উলিয়াই মুখত লগাই ১০-১৫ মিনিট ৰাখি ধুই দিলে মুখখন চাফা হোৱাৰ লগতে দৈনিক এই প্ৰলেপ লগালে মুখৰ ক’লা দাগ আৰু ছালত পৰা বলয় ৰেখা নোহোৱা হয় ।

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

ইয়াৰ লগতে কলৰ বাকলি আপুনি যিকোনো গছৰ গুৰিত দিলে গছ জোপাই প্ৰচুৰ সাৰ লাভ কৰে ।

একেদৰে কলাখাৰো শৰীৰৰ বাবে উপকাৰী । সাধাৰণতে কলাখাৰ কলৰ মধুনাৰ পৰা তৈয়াৰ কৰিব পাৰি যদিও ভীম কলৰ বাকলিৰ পৰাও খাৰ তৈয়াৰ কৰিব পাৰি । ভীম কলৰ বাকলি তিনি –চাৰি দিন ৰ’দত শুকুৱাই লোৱাৰ পিছত জুইত পুৰি লাভ কৰা ছাইখিনি পানীত ৰাখি থৈ পিছত চেকি সেই পানী খাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

WhatsApp Image 2022 10 02 at 15.02.57

খাৰ শৰীৰৰ বাবে খুবেই উপকাৰী এবিধ দ্ৰব্য । খাৰে পেট চাফা কৰাৰ লগতে ওজন হ্ৰাস কৰাতো সহায় কৰে । ইয়াৰোপৰি খাৰেৰে চুলি ধুলে চুলি দীঘল আৰু ক’লা হয় । আনকি দাঁতত লগা হালধীয়া ৰং আঁতৰাবলৈ কলৰ খাৰ ব্যৱহাৰ কৰিব পাৰে ।

যিহেতু এটা সময়ত কাপোৰ , সোণৰ আ-অলংকাৰ আদি চাফা কৰিবলৈ খাৰ ব্যৱহাৰ কৰিছিল । জানি হয়তো আচৰিত হ’ব যে, ভৰিৰ গোৰোহা ফটা ভাল কৰিবলৈও কলৰ বাকলি ব্যৱহাৰ কৰাৰ লগতে জুতা আদি চামৰাৰ সামগ্ৰীও কলৰ বাকলিৰে চাফা কৰিব ।

গতিকে শৰীৰৰ বাবে উপকাৰী এই ফল আপুনি দৈনিক খোৱাৰ অভ্যাস গঢ়ি তোলাৰ লগতে বাকলিৰ পৰাও উপকৃত হ’ব পাৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Banana peelBenefitsHealth
publisher

publisher

Related Posts

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

April 24, 2026
ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d