Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজনৈতিক বিবাদৰ বলি ! ‘চন্দ্রমোহন পাটোৱাৰী কামৰ মানুহ নহয়, কথাৰহে মানুহ’, নলবাৰী আছু

আঠ বছৰে মুকলি নহ'ল ৰাজ্যৰ আঠ নম্বৰখন উদ্যান শস্য মহাবিদ্যালয়

publisher by publisher
October 16, 2022
in India, Assam, News
Reading Time: 1 min read
0
ৰাজনৈতিক বিবাদৰ বলি ! ‘চন্দ্রমোহন পাটোৱাৰী কামৰ মানুহ নহয়, কথাৰহে মানুহ’, নলবাৰী আছু
3
SHARES
26
VIEWS
ShareShareShareShare

নলবাৰী জিলাখনৰ এটা পিছপৰা অঞ্চল । লখোপূৰ-চৰাবৰী অঞ্চল । বুঢ়াদিয়া নদীৰ পাৰৰ নলবাৰী-বৰপেটাৰ সীমামূৰীয়া এই অঞ্চলটোৰ জীৱিকা বুলিবলৈ কৃষিয়েই প্ৰধান । উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয় বা আন তেনে সমপৰ্যায়ৰ শিক্ষানুষ্ঠান নাই । তেনে এটা অঞ্চলত এখন উদ্যান শস্য মহাবিদ্যালয় স্থাপন হ’ব – এই খবৰ সদৰী হোৱাৰ পাছৰে পৰা বৃহত্তৰ অঞ্চলটোলৈ নামি আহিছিল নতুন আশা-আনন্দৰ জোৱাৰ । আন নহ’লেও মহাবিদ্যালয়খনক কেন্দ্ৰ কৰি ইয়াৰ ৰাস্তা-ঘাতৰ উন্নয়ন হ’ব, বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ শিক্ষক, কৰ্মচাৰীৰ দল, শিক্ষাৰ্থীৰ দল আহিব, অহৰহ মানুহৰ সমাগম ঘটিব আৰু তাকে কেন্দ্ৰ কৰি গঢ়ি উঠিব এখন নতুন বজাৰ । অঞ্চলটোৰ জীৱন জীৱিকালৈ নতুন সংযোজন ঘটাৰ লগতে ই ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি লাভ কৰিব । এনেবোৰ আশা-স্বপ্নই সাধাৰণ ৰাইজক স্বপ্নাতুৰ কৰি তুলিছিল যদিও আজি সুদীৰ্ঘ আঠটা বছৰে কলেজখন মুকলি নোহোৱাত তেনে আশা-স্বপ্ন ভংগ হোৱাৰ উপক্ৰম ঘটিছে ।

ADVERTISEMENT

ইয়াৰ লগে লগে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীলৈ সন্দেহৰ আঙুলি উঠিছে, একমাত্ৰ ৰাজনৈতিক বিবাদৰ বাবেই মন্ত্ৰীজনে কলেজখন মুকলি কৰাত গুৰুত্ব নিদিয়া বুলি । ছাত্ৰ সন্থাৰ অভিযোগ অনুসৰি চন্দ্ৰ মোহন পাটোৱাৰী কামৰ মানুহ নহয়, কথাৰহে মানুহ । আনহাতে, কলেজখনৰ পৃষ্ঠপোষক, প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই উদ্বেগ প্ৰকাশ কৰিছে ।

RelatedPosts

নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন

Bhelaghar:কাইলৈ হেঁপাহৰ বিহুৰ উৰুকা

School inspector fired:১৫ হাজাৰ টকা উৎকোচ লৈ নিলম্বিত বিদ্যালয়ৰ পৰিদৰ্শকৰ বৰ্খাস্ত

লক্ষ্যণীয় যে নলবাৰীৰ ধৰ্মপুৰ সমষ্টি গঠনৰ সুদীৰ্ঘ ৪৭ বছৰ পাছত ইয়াৰ স্থানীয় বিধায়কৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ২০১৪ত প্ৰথমবাৰলৈ এখন উচ্চ শিক্ষানুষ্ঠান নলবাৰী উদ্যান শস্য মহাবিদ্যালয় স্থাপন হৈছিল লখোপূৰ-চৰাবৰীত । এনে এখন উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ উলাহ আনন্দই স্থানীয় ৰাইজক উৎসাহিত কৰি তোলাত তেওঁলোকৰ উলাহ-আনন্দৰ মাজতে ২০১৪ৰ ১৬ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰে ।

লক্ষ্যণীয় যে ১৯৬৭ত সমষ্টি গঠন হোৱাৰে পৰা সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মন, ৰমণী বৰ্মন, নীলমণি সেন ডেকা আৰু চন্দ্রমোহন পাটোৱাৰীয়ে । আনহাতে, মাত্ৰ ১৯৯১ আৰু ২০০৬ত ইয়াৰ প্ৰতিনিধিয়ে মন্ত্ৰীত্ব নোপোৱাৰ বাহিৰে ৪৫ বছৰে বিভিন্ন পদবীত মন্ত্ৰীত্ব লাভ কৰি ৰাজ্যৰ ৰাজনীতিত এই পর্যন্ত দ্বিতীয় স্থান দখল কৰি আছে ধৰ্মপুৰে । ইয়াৰ সৰ্বাধিক সুদীৰ্ঘ ২৫ বছৰে মন্ত্ৰীত্ব দখল কৰি আহিছে চন্দ্ৰ মোহন পাটোৱাৰীয়ে । কিন্তু নিৰ্লজ্জভাৱে কি ৰমণী বৰ্মন কি ভূমিধৰ বৰ্মন কি চন্দ্ৰ মোহন পাটোৱাৰী – ইয়াৰ এজনেও সমষ্টিটোত এখন উচ্চ শিক্ষানুষ্ঠান গঢ় দিবলৈ সক্ষম নহ’ল । এনে নিৰ্লজ্জ ইতিহাস মচি তদানীন্তন মন্ত্ৰী নীলমণি সেন ডেকাই ভূমিকা লৈ সমষ্টিটোৰ অনগ্ৰসৰ অঞ্চল লখোপুৰ – চৰাবাৰীত ১৩.৫০ হেক্টৰ চৰকাৰী সংৰক্ষিত কৃষি ভূমিত ২০১৪ত স্থাপন কৰে ৰাজ্যৰ আঠ নম্বৰখন উদ্যান শস্য মহাবিদ্যালয় । কিন্তু পৰিতাপৰ কথা যে সমষ্টিটোৰ একমাত্ৰ স্বাভিমানস্বৰূপ উক্ত মহাবিদ্যালয়খন আজি আঠ বছৰ পৰ্যন্ত মুকলি নহ’ল । তদানীন্তন মন্ত্ৰী সেন ডেকাই এই কথাত উদ্বিগ্নতা প্ৰকাশ কৰিছে ।

চন্দ্ৰ মোহন পাটোৱাৰী কামৰ মানুহ নহয়, কথাৰহে মানুহ

‘একেটা সমষ্টিতে সুদীৰ্ঘ ২৫ বছৰে মন্ত্ৰীৰূপে প্ৰতিনিধিত্ব কৰাৰ পাছতো এখনো উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠান স্থাপন কৰিব নোৱাৰাটো চন্দ্ৰ মোহন পাটোৱাৰীৰ বাবে দুৰ্ভাগ্যজনক । আনকি অন্য এজন মন্ত্ৰীৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা লখোপুৰৰ উদ্যান শস্য মহাবিদ্যালয়খন এই পৰ্যন্ত মুকলি কৰিবলৈ তেওঁ সক্ষম নহ’ল । এইজন মন্ত্ৰীয়ে আনকি দক্ষতা বিকাশ দপ্তৰো অলংকৃত কৰিছিল । তাৰ পাছতো তেওঁ কি কৰিলে । প্ৰাদেশিকৃত বা পূৰ্বে স্থাপিত শিক্ষানুষ্ঠানসমূহত চৰকাৰী অনুদান দিয়া কথা তেনে স্বাভাৱিক, অথচ এইজন মন্ত্ৰীয়ে সভাই সমিতিয়ে এইবোৰৰহে নাম লৈ ভাষণ দিয়ে । আচলতে তেওঁ কামৰ মানুহ নহয়, কথাৰ হে মানুহ’, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকাই আজি “দৈনিক অগ্ৰদূত”ক এই মন্তব্য সদৰী কৰে ।

আগন্তুক চাৰি মাহত মুকলি হ’ব : অসম কৃষি বিশ্ববিদ্যালয়

স্থানীয় ৰাইজে উদ্যান শস্য মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰক লৈ অনিস্বয়তাৰ মাজত থকাৰ বিপৰীতে আগন্তুক চাৰি-পাঁচ মাহৰ ভিতৰত মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা সদৰী কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ এক সূত্ৰই । সূত্ৰটোৱে এই প্ৰতিবেদকক সদৰী কৰা মতে, উক্ত কলেজখনৰ বিপৰীতে ২০১৪তে ২৫ গৰাকী শিক্ষাৰ্থীক যোৰহাট কৃষি বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰোৱাই পাঠদান কৰাৰ লগতে প্ৰতি বছৰে ৪০ গৰাকীকৈ শিক্ষাৰ্থীক নামভৰ্তি কৰোৱাই পাঠদান চলাই থকা হৈছে ।

সূত্ৰটোৱে লগতে কয় যে মহাবিদ্যালয়খনৰ আন্তঃগাঁঠনি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও ইয়াত প্ৰয়জনীয় লেৱৰেটৰী আৰু অন্যান্য পৰীক্ষাগাৰৰ কাম সম্পূৰ্ণ হোৱা নাই । এইবাৰ চৰকাৰে টকা দিছে । গতিকে লেৱৰেটৰীৰ কামখিনি সম্পূৰ্ণ হৈ উঠিলে মহাবিদ্যালয়খন মুকলি কৰিব পৰা যাব । আন এক অসমৰ্থিত সূত্ৰৰ ভাষ্য অনুসৰি অহা ফেব্ৰুৱাৰী মাহত মহাবিদ্যালয়খন মুকলি কৰা হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AASUAssam Agriculture UniversityChandra Mohan PatowaryHorticulture CollegeNALBARI
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d