Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

100 Million Covishield expired : ১০ কোটি ক’ভিশ্বিল্ড টিকা নষ্ট ! উদ্বেগ পুণেৱালাৰ

samimsultana by samimsultana
October 21, 2022
in COVID-19, India, News
Reading Time: 1 min read
0
100 Million Covishield expired : ১০ কোটি ক’ভিশ্বিল্ড টিকা নষ্ট ! উদ্বেগ পুণেৱালাৰ

Indian billionaire businessman

2
SHARES
17
VIEWS
ShareShareShareShare

100 Million Covishield expired :

গুদামত পৰি আছে কোটি কোটি ক’ভিশ্বিল্ডৰ (Covishield) টিকা । ইয়াৰ ভিতৰত ম্যাদ উকলা কিছু টিকা ইতিমধ্যে বাতিল হৈছে । কিছু বাতিল হোৱাৰ ওচৰা-ওচৰি । টিকাৰ চাহিদা কমাত প্রায় ১০ কোটি ক’ভিশ্বিল্ড টিকা পেলাই দিবলৈ বাধ্য হ’ল এই টিকা প্রস্তুতকাৰী সংস্থাই । বৃহস্পতিবাৰে জনালে সংস্থাৰ চিইঅ’ আদৰ পুণাৱালাই (Adar Poonawalla) ।

ADVERTISEMENT

বিগত বছৰৰ ডিচেম্বৰত বন্ধ কৰা হয় কৰ’নাৰ টিকা ক’ভিশ্বিল্ডৰ উৎপাদন । টিকাৰ চাহিদা কমাৰ ফলতেই এই সিদ্ধান্ত লৈছিল এই সংস্থাই । কিন্তু বুষ্টাৰ টিকা লোৱাৰ প্রতি মানুহৰ অনীহাৰ বাবে সহস্ৰাধিক টিকা বাকচবন্দী হৈয়ে আছে । ম্যাদ উকলাৰ বাবে এই টিকাবোৰ এতিয়া ব্যৱহাৰৰ অযোগ্য ।

RelatedPosts

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

ভেকচিনৰ পাৰ্শ্বক্ৰিয়াত বৃদ্ধি পাইছে হৃদৰোগত মৃত্যুৰ সংখ্যা ! তদন্তৰ নির্দেশ কর্নাটকৰ মুখ্যমন্ত্রীৰ

Covid -19 : চীনৰ ক’ৰনা পৰিস্থিতিৰ অৱনতি ! মুখ খুলিলে জিনপিঙে

et explains why did india extend the gap between covishield doses
Serum Institute Of India

বৃহস্পতিবাৰে পুনেৰ এটা অনুষ্ঠানত পুণাৱালাই কয়, ‘‘২০২১ৰ ডিচেম্বৰৰ পৰা, আমি ক’ভিশ্বিল্ডৰ উৎপাদন বন্ধ কৰি দিছো । বুষ্টাৰ টিকাৰ চাহিদা নাই । মানুহ এতিয়া ক’ভিডক লৈ বিৰক্ত । সঁচা ক’বলৈ গ’লে, আমিও বিৰক্ত । ১০ কোটি ক’ভিশ্বিল্ড টিকা ইতিমধ্যে নষ্ট হৈ গৈছে ।’’

প্রসংগত, ২০২০ৰ মার্চত সমগ্ৰ বিশ্বত সংক্রামক কৰ’না ভাইৰাছৰ প্ৰকোপ আৰম্ভ হৈছিল । তাৰ পাছৰ পৰাই পৃথিৱীৰ ৰূপ সলনি হৈ গৈছিল । কৰ’নাই লাহে লাহে অতিমাৰিৰ ৰূপ লোৱাৰ পাছত, ইয়াৰ আক্রমণত বিশ্বজুৰি এই পর্যন্ত প্রায় ৭০ লাখ লোকৰ মৃত্যু হৈছে । ভাৰতেও কৰ’নাৰ প্ৰকোপৰ পৰা ৰক্ষা নাপায় । কৰ’নাৰ পৰা ৰেহাই পাবৰ বাবে এসময়ত দেশবাসীয়ে ভৰসা কৰিছিল টিকাৰ ওপৰতেই ।

আনকি, টিকাৰ বাবে এসময়ত মানুহৰ মাজত হাহাকাৰো লাগিছিল । পর্যাপ্ত টিকা হাতত অহাৰ পাছত দেশবাসীক এটা এটাকৈ দুটা টিকা দিয়া হৈছে । অৱশ্যে, দুটা টিকা লোৱাৰ পাছত বুষ্টাৰ টিকা লোৱাৰ প্রতি মানুহৰ যি অনীহা আৰম্ভ হৈছে, সেয়া এই টিকা নষ্ট হোৱা ঘটনাৰ পৰা স্পষ্ট ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Adar PoonawallaCORONAVIRUSCovid VaccineCovishield
samimsultana

samimsultana

Related Posts

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d