Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!

    অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!

    Dr.Upasana Mahanta: বিশ্ব প্ৰেক্ষাপটত পুনৰ উজ্বলিল অসম কন্যা ড: উপাসনা মহন্ত

    Rupahihat Murder Incident:আন এক শিহৰণকাৰী ঘটনা

    ‘অপাৰেচন সিন্দূৰ’কলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ স’তে আলোচনা প্ৰধানৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Relation : “সম্বন্ধ” সম্বন্ধ গঢ়াৰ ক্ষেত্ৰত পুৰুষে নাৰীৰ কোন কেইটা বিষয়ত ধ্যান দিয়ে ?

publisher by publisher
October 22, 2022
in Lifestyle
Reading Time: 2 mins read
0
Relation : “সম্বন্ধ” সম্বন্ধ গঢ়াৰ ক্ষেত্ৰত পুৰুষে নাৰীৰ কোন কেইটা বিষয়ত ধ্যান দিয়ে ?
2
SHARES
19
VIEWS
ShareShareShareShare

Relation :

প্ৰেমৰ সম্পৰ্কই হওক বা বৈবাহিক সম্পৰ্কই হওক , কোনো সম্পৰ্ক গঢ়ি উঠাৰ পূৰ্বে এজন পুৰুষে এগৰাকী নাৰীক মুখামুখিকৈ লগ পাবলৈ ইচ্ছা কৰে । যিটো স্বাভাৱিক । যিকোনো ছলেৰে এজন পুৰুষে নাৰীগৰাকীক লগ কৰিবলৈ উত্ৰাৱল হৈ থাকে । এক অজান ভয়ৰ মাজেদিয়েই লগ পাবলৈ কৰা এই প্ৰক্ৰিয়াত পুৰুষজনে নাৰীগৰাকীৰ কেইটামান দিশত বিশেষভাৱে মন কৰে ।

ADVERTISEMENT

দুয়োজনেই এই সময়ছোৱাৰ বাবে নিজক আকৰ্ষণীয় কৰি তুলিবলৈ চেষ্টা কৰে । নাৰীগৰাকীয়ে নিজৰ সাজযোৰ পিন্ধোতে তেওঁক যাতে আটাইতকৈ ধুনীয়া দেখি তাৰ ওপৰত ধ্যান দিয়ে । কিন্তু আপুনি জানেনে এজন পুৰুষে নাৰীগৰাকীৰ কোন কেইটা বিষয়ত অধিক মনোযোগ দিয়ে !

RelatedPosts

25-year-old Mexican woman in love with Majuli Rash:মাজুলীৰ ৰাসৰ প্রেমত মেক্সিক’ৰ ২৫ বছৰীয়া যুৱতী

Teenage Pregnancy: ১৪ বছৰ বয়সত ‘মা ‘ হৈছে প্ৰথম বাৰ,৩৬ বছৰ বয়সত আইতা !

India-US Relation : ‘প্রয়োজনৰ বাহিৰত গৈ’ ৰাছিয়াৰ স’তে সম্পর্ক স্থাপন কৰিছে ভাৰতে, মন্তব্য ব্লিংকেনৰ

Men Benefit More From Relationships Than Women

১/ বাহ্যিক ৰূপ : আপুনি নিশ্চয় কয় যে মানুহৰ বাহ্যিক ৰূপ কোনো বিষয় নহয় । কিন্তু প্ৰথম সাক্ষাতত মানুহে মানুহৰ বাহ্যিক ৰূপটোহে অধিক মন কৰে । পুৰুষজনে ধ্যান দিয়ে যে তেওঁক লগ কৰিবলৈ আপুনি কেনেদৰে প্ৰস্তুত হৈ আহিছে । আপুনি ৰূপ-সজ্জা কৰিছেনে নাই , আপোনাৰ চুলি বন্ধাৰ ধৰণ , আপুনি কি পিন্ধিছে , আপুনি সংগীজনক মুগ্ধ ক’ৰাৰ চেষ্টা কৰিছেনে নাই ইত্যাদি ইত্যাদি ।

২/ দাঁত (Teeth) : পুৰুষে প্ৰথমে নাৰীৰ দাঁত অথবা মুখৰ দুৰ্গন্ধ লক্ষ্য কৰে । নাৰীগৰাকীয়ে নিজকে বুদ্ধিমতী ও স্মাৰ্ট হিচাপে উপস্থাপন কৰোতে দাঁতৰ যত্ন লৈছে নাই । মুখৰ দুৰ্গন্ধই আপোনাৰ ৰুচিহীনতাৰ পৰিচয় দিব । আপুনি কথা কোৱাৰ সময়ত সন্মুখত থকা মানুহজনে কোনো কাৰণতে যাতে বিৰক্তি নহয় , সেইকথা ধ্যান দিয়াটো জৰুৰী ।

৩/ আত্মবিশ্বাস (Self Confidence) : আপুনি কিদৰে কথা পাতিছে , আপুনি বিভিন্ন বিষয়ে আলোচনা কৰিব পাৰে নে নোৱাৰে , আপুনি কিমান আত্মবিশ্বাসেৰে কথা কয় এই সকলোবোৰ কথা পুৰুষে ধ্যান দিয়ে । আপুনি তেওঁৰ লগত সমানে কথা পাতিব পাৰিছে নাই তথা আপোনাৰ কথা কোৱাৰ ভংগীমাও লক্ষ্য কৰে ।

1145357843

৪/ আপুনি কিমান বুদ্ধিমতী (Intelligence) : বহু নাৰীৰ এটা ভ্ৰান্ত ধাৰণা আছে যে, পুৰুষে কেৱল ৰূপ দেখিয়েই নাৰীক পচন্দ কৰে । কিন্তু আপুনি হয়তো নাজানে যে এজন পুৰুষে নাৰীৰ বুদ্ধিমত্তাও মন কৰে । অৰ্থাৎ আপোনাৰ সাধাৰণ জ্ঞান আৰু বুদ্ধিমত্তাৰ দিশটোও বিবেচনা কৰা দৰকাৰ । আপুনি কিমান প্ৰত্যুতপন্নমতি সেইয়াও ধ্যান দিয়ে পুৰুষজনে । প্ৰিয় পুৰুষজনৰ ওচৰত নিজকে বুদ্ধিমতী বুলি প্ৰমাণ কৰাটোও এক প্ৰয়োজনীয় কথা।

৫/ পুৰুষজনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰক : আপুনি পুৰুষজনৰ প্ৰতি কিমান আগ্ৰহী সেইকথা বুজাবলৈ চেষ্টা কৰক । আপুনি নিজৰ ব্যক্তিত্ব অনুযায়ী প্ৰশ্ন আৰু কথা পতাৰ চেষ্টা কৰক । আপুনি যে তেওঁৰ প্ৰতি আগ্ৰহী সেইকথা বুজাই দিয়ক । আপুনি পুৰুষজনৰ পচন্দ –অপচন্দৰ কথা জানিবলৈ চেষ্টা কৰক । কিন্তু আপুনি ভুলতো তেওঁ কিমান আয় কৰে বা তেওঁৰ সা-সম্পত্তিৰ পৰিমাণ কিমান , এইবিষয়ে নুসুধিব । এনেধৰণৰ কথাৰ পৰা আপোনাৰ ব্যক্তিত্বৰ ওজন হ্ৰাস পাব আৰু আপোনালোকৰ সম্পৰ্কত বাধা আহিব পাৰে ।

annette sousa HW ep3fC4Kc unsplash 1642858245588 1642858262268

অৱশ্যে এটা ভাল সম্পৰ্কৰ বাবে দুয়োজনেই ইজনে-সিজনক জনা আৰু বুজাতো খুবেই প্ৰয়োজন । জীৱনলৈ অহা যিকোনো বিপদত আপুনি যে লগত থাকিব সেইকথাও বুজাই দিয়ক । আপুনি দিয়া কথাবোৰ ৰক্ষা কৰা প্ৰতিশ্ৰুতিয়ে যিকোনো সম্পৰ্কক স্থিৰস্থায়ী ৰূপ প্ৰদান কৰে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Happy CoupleHealthy RelationLoveRelation
publisher

publisher

Related Posts

মানিমুনি শাকৰ গুণ
Lifestyle

মানিমুনি শাকৰ গুণ

May 14, 2025
অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 
Lifestyle

অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

May 14, 2025
ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?
Lifestyle

ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

May 11, 2025
দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য
Lifestyle

দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

May 9, 2025
ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ
Lifestyle

ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

May 8, 2025
শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব
Lifestyle

শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

May 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d