Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

25-year-old Mexican woman in love with Majuli Rash:মাজুলীৰ ৰাসৰ প্রেমত মেক্সিক’ৰ ২৫ বছৰীয়া যুৱতী

শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীৰ ধ্বনিয়ে আমনি কৰিছে কাতিয়াক

publisher by publisher
November 26, 2024
in India, Assam, News
Reading Time: 2 mins read
0
25-year-old Mexican woman in love with Majuli Rash:মাজুলীৰ ৰাসৰ প্রেমত মেক্সিক’ৰ ২৫ বছৰীয়া যুৱতী
2
SHARES
21
VIEWS
ShareShareShareShare

25-year-old Mexican woman in love with Majuli Rash:

শৰতৰ এই মধুময় সময়ত মাজুলীলৈ আগমন ঘটা প্রতিজন দেশী-বিদেশী পর্যটকৰে মন-প্রাণ উতনুৱা হৈ পৰে। ৰাসোৎসৱৰ সময়ত মাজুলীলৈ অহা সকলোৰে মন শ্রীকৃষ্ণৰ বাঁহীৰ অমিয়া সুৰে যেন পুলকিত কৰি তোলে। সকলোৰে মুখত লাগি থাকে ৰাসৰ সুমধুৰ সংগীতৰ অমিয়া সুধা। মাজুলীৰ জীয়ৰী-বোৱাৰী সকলোৱে এতিয়া ভাত বান্ধোতে, ঘৰ- চোতাল সাৰোতে, আঘোণৰ ব্যক্ত ৰূপোৱালি পথাৰতো গুণগুণাই থাকে ৰাসলীলাৰ এই সুন্দৰ গীতৰ সুৰ।

ADVERTISEMENT

এই অভ্যাসৰ স’তে বর্তমান একাত্ম হৈ পৰিছে সাত সাগৰ, তেৰ নদীৰ সিপাৰৰ এগৰাকী পর্যটক। কাতিয়া নামৰ মেক্সিক’ৰ এইগৰাকী যুৱতীৰ এতিয়া মাজুলীত ইফালৰ পৰা সিফালে ঘূৰি ফুৰোতেও মুখত লাগি থাকে ৰাসলীলাৰ অমিয়া সংগীতৰ সুৰ। ৰাসোৎসৱৰ মাজতে মাজুলীলৈ অহা কাতিয়া এতিয়া মাজুলীৰ প্ৰেমত হাবু-ডাবু খাইছে, দুদিনৰ বাবে মাজুলী ভ্ৰমণ কৰিবলৈ অহা কাতিয়াই এতিয়া ছটাকৈ দিনে মাজুলীতে পাৰ কৰিলে। ঈশ্বৰসৃষ্ট মাজুলীৰ বিনন্দীয়া নিৰিবিলি পৰিৱেশৰ মাজত থকা গড়মূৰৰ ৰিভাৰ ৱাইণ্ড কটে’জত বাহৰ পাতিছে পর্যটক গৰাকীয়ে। প্রতিদিনাই দর্শন কৰিছে ইখনৰ পাছত সিখন ঐতিহ্যমণ্ডিত সত্র।

RelatedPosts

Relation : “সম্বন্ধ” সম্বন্ধ গঢ়াৰ ক্ষেত্ৰত পুৰুষে নাৰীৰ কোন কেইটা বিষয়ত ধ্যান দিয়ে ?

 কিয় বিবাহিত পুৰুষৰ প্ৰতি অধিক আকৰ্ষিত হয় নাৰী: গৱেষণাত ওলাল কাৰণ

অভিভূত হৈছে মাজুলীৰ নিৰিবিলি আধ্যাত্মিক, প্রাকৃতিক পৰিৱেশ, শ্ৰীকৃষ্ণৰ বন্দনা, সত্ৰৰ অমিয়া বৰগীত-ভতিমাৰ সুৰত। সত্ৰীয়া নৃত্য দৰ্শন কৰি এপাক নাচিবলৈও চেষ্টা কৰা পৰিলক্ষিত হয় এই যুৱতী গৰাকীয়ে। পাৰ হৈ যোৱা ৰাসৰ স্মৃতিয়ে তাইক মাজে মাজে দোলা দিয়ে, শ্রীকৃষ্ণৰ সুমধুৰ বংশীৰ ধ্বনিয়ে হেনো আমনি কৰিছে কাতিয়াক। নিতৌ ল’জত নিজেই নিজৰ বাবে ভাত ৰান্ধাতো, নীৰৰে বহি থাকোতে গুণগুণাই থাকে ৰাসোৎসৱৰ গীত-‘আহা সখি আহা যাওঁ গকুলৰে শ্ৰীকৃষ্ণক নয়ন ভৰি চাওঁ’….।

এতিয়া মধুৰ স্মৃতি বুকুত বান্ধি তাই যাব পৰা নাই মাজুলীৰ মোহাচ্ছন্ন পৰিৱেশটো এৰি থৈ। এক কথাত কেৱল তায়েই নহয় মাজুলীলৈ অহা বহু দেশী-বিদেশী পর্যটকে মাজুলীৰ সাতামপুৰুষীয়া পৰম্পৰাৰ সমুজ্জ্বল ৰাসোৎসৱ দৰ্শন কৰি আপ্লুত হৈছে। ইফালে মাজুলীৰ প্ৰেমত পৰা ২৫ বছৰীয়া কাতিয়াক লৈ বিমোৰত পৰিছে মাজুলীৰ ল’জৰ স্বত্বাধিকাৰী অৰূপ শইকীয়াও। দুদিনৰ বাবে থাকিম বুলি ল’জ বুকিং কৰা কাতিয়াই এতিয়া মাজুলীৰ ৰূপ লাৱণ্যত অভিভূত হৈ যাবলৈয়ে মন নকৰাত আগতীয়া বুকিং থকা পর্যটকক ল’জখনৰ স্বত্বাধিকাৰীয়ে বেলেগত ৰাখিব লগা হৈছে।

এয়াই হয়তো মাজুলীৰ ঈশ্বৰ প্ৰদত্ত সৌন্দর্য, শীতল বায়ু, বিশুদ্ধ পৰিৱেশ, সন্ধিয়াৰ সত্ৰৰ পৰা ভাহি অহা গুৰুজনাৰ বৰগীত, নাম- প্ৰসংগৰ তান, কাষৰীয়া মিচিং গাঁৱৰ পৰা বতাহৰ তালে তালে অহা ঐনিঃতমৰ সুৰ, কেঁচা আপঙৰ গোন্ধ, আঘোণৰ ৰূপোৱালী পথাৰ, পুৱা-গধূলিৰ মাজুলীৰ জলাশয়সমূহত দেশী-বিদেশী পক্ষীৰ জলকেলি, নানা দেশী-বিদেশী বিহংগৰ কলকলনি, যাক পান কৰি হেঁপাহ নপলায় পর্যটকৰ। সেইবাবেই হয়তো আপোন পাহৰা কাতিয়াৰ দৰে অগণন পর্যটক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 25-year-old Mexican womanLoveMajuli Rash
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d