Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

    Child Kidnapping incident:মহানগৰীৰ হাতীগাঁৱত শিশু অপহৰণৰ ঘটনাক কেন্দ্র কৰি উত্তেজনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

E- Commerce : দেৱালী উপলক্ষে ই-কমাৰ্ছ চাইটৰ বাম্পাৰ অফাৰ : হ্ৰাস পাইছে স্মাৰ্ট ফোনৰ মূল্য

publisher by publisher
October 25, 2022
in News, Tech, TechWorld
Reading Time: 1 min read
0
E- Commerce : দেৱালী উপলক্ষে ই-কমাৰ্ছ চাইটৰ বাম্পাৰ অফাৰ : হ্ৰাস পাইছে স্মাৰ্ট ফোনৰ মূল্য
2
SHARES
18
VIEWS
ShareShareShareShare

E- Commerce :

দেৱালী উপলক্ষে চলিত মাহত ফ্লিপকাৰ্ট আৰু এমাজ’ন ৱেবচাইটে আগবঢ়াইছে স্মাৰ্ট ফোনৰ আকৰ্ষণীয় অফাৰ । ইয়াৰ লগতে আৰু বহুতো সামগ্ৰীত আগবঢ়াইছে ৰেহাই মূল্য ।

ADVERTISEMENT

সমগ্ৰ দেশতে পালন কৰা সৰ্ববৃহৎ উৎসৱ দীপাৱলীত গ্ৰাহকক স্মাৰ্টফোনৰ লগতে প্ৰয়োজনীয় আন সামগ্ৰী ক্ৰয় কৰিবলৈ এই ৰেহাই মূল্যৰ যোগেদি এই দুটা ই-কমাৰ্ছ ছাইটে এই সুবিধা প্ৰদান কৰিছে ।

RelatedPosts

ব্লিংকিটৰ পদ অনুসৰণ কৰিলে আৰু তিনিটা ই-কমাৰ্চ সংস্থাই!

ভাৰতত ৩১ লাখ কোটি বিনিয়োগ!

স্মাৰ্টফোন আসক্তি, ফোন অবিহনে থাকিব নোৱাৰে ৭১ শতাংশ শিশু-৭৬ শতাংশ অভিভাৱক

WhatsApp Image 2022 10 25 at 2.35.15 PM

বিশেষকৈ ৫ জি ফোনৰ লগতে অন্য ডিভাইছৰ বাবেই এই মহা ৰেহাই আগবঢ়াইছে । বছৰৰ শেষত এই দুই ৱেব-চাইটে এই ৰেহাই মূল্যৰ যোগেদি গ্ৰাহকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে ।

চেমচাং গেলেস্কি $২১ এফ ই , যিটোৰ মূল্য বৰ্তমান ৩৫,৯৯৯ টকা ৰেহাই মূল্যত দিয়াৰ লগতে চেমচাং ৫ জি ফোনৰ মূল্য ৫০,০০০ টকা যদিও এই ৰেহাই মূল্যত এই ফোনৰ মূল্য প্ৰায় ৪৯,৮৯৪ টকা তললৈ নামি আহিছে । আকৌ চেমচাং গেলেক্সি এম১৩ ৫ জি ফোনৰ ৰেহাই মূল্য হৈছে ১১,৯৯৯ ।

আকৌ ফ্লিপকাৰ্টত আই ফ’ন ১৩ ৰ দাম হৈছে ৫৯,৯৯০ । যিটোৰ পূৰ্বৰ মূল্য আছিল ৬৯,৯০০ টকা । এক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আগবঢ়োৱা এই ৰেহাই মূল্যৰ প্ৰতি ইতিমধ্যে সকলো ক্ৰেতাই সঁহাৰি আগবঢ়োৱা দেখা গৈছে ।

১২৮ জিবি ষ্টৰেজ থকা নথিং ফ’ন (১)ৰ বিক্ৰী মূল্য আছিল ৩৪,১৯৯ আছিল , যদিও ৰেহাই মূল্যত এই স্মাৰ্ট ফ’নৰ মূল্য হৈছেগৈ ২৯,৯৯৯ । ৰেহাইৰ ক্ষেত্ৰত এচ বি আই-এ ক্ৰেডিট কাৰ্ড থকা সকললৈ ৪,২০০ ৰেহাই আগবঢ়াইছে , অৰ্থাৎ ক্ৰেডিট কাৰ্ড থকা সকলে এই হেণ্ডচেট ল’বলৈ খুজিলে ৩০,০০০ টকাত এই ফ’ন ক্ৰয় কৰিব লাগিব ।

আপুনি ৰেডমি ন’ট ১১ প্ৰ’ ৫ জিবি ষ্ট’ৰেজ থকা ফ’ন এই ৰেহাই মূল্যত মাত্ৰ ২০,০০০ টকাত ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব । সাধাৰণতে মানুহে হাই কোৱালিটি থকা অৰ্থাৎ এটা ৫ জিবি ফ’ন যেনে- ম’ট এডজ ৩০ , আই কিউ অ’ অ’ নিঅ ৬ আৰু পক’ এফ৪ আদি ৩০,০০০ টকাৰ ভিতৰত ল’বলৈ ভাল পায় । যদি আপুনি ম’ট এডজ ৩০ ফিউজনৰ এটা ৫ জি ফ’ন ক্ৰয় কৰিব বিচাৰে ,তেন্তে ফ্লিপকাৰ্টে এই ফ’নৰ মূল্য ৪৩,০০০ নিৰ্ধাৰণ কৰিছে ।

উল্লেখ্য যে , ফ্লিপকাৰ্ট আৰু এমাজানৰ দৰে এই দুই ই-কমাৰ্ছ চাইটে ৰেহাই ক্ষেত্ৰত কাৰ্ড হল্ডাৰ গ্ৰাহকৰ বাবে আৰু এক সংযোগ ঘটাই ভৱিষ্যত এই দুই চাইটৰ পৰা কোনো ইলেকট্ৰনিক সামগ্ৰী ক্ৰয় কৰিলে ব্যয়ৰ খৰচ হ্ৰাস কৰিব। ইয়াৰলগতে গ্ৰাহকে ক্ৰয় কৰা সামগ্ৰী সলনিও কৰিব পাৰিব ।

যদি এজন গ্ৰাহকৰ বাজেট ১২,০০০ টকা হয় , তেন্তে তেওঁ ১৫,০০০ টকাৰ এটা ৫ জি ফ’ন একচেঞ্জ অফাৰৰ যোগেদি ১২,০০০ টকাত ল’ব পাৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AmazonE-commerceFlipkartsmartphone
publisher

publisher

Related Posts

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

March 10, 2026
Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান
News

Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

March 10, 2026
Child Kidnapping incident:মহানগৰীৰ হাতীগাঁৱত শিশু অপহৰণৰ ঘটনাক কেন্দ্র কৰি উত্তেজনা
News

Child Kidnapping incident:মহানগৰীৰ হাতীগাঁৱত শিশু অপহৰণৰ ঘটনাক কেন্দ্র কৰি উত্তেজনা

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d